শিয়াল

শিয়াল আল নোপোৱা  সূতাৰ আঁহৰ দৰে  একা- বেঁকা  পথটোৰে আগবাঢ়ি আহি আছে এজাক শিয়াল ভয়ত এস্তমান দুপৰীয়াৰ নক্ষত্ৰ নিস্তব্ধতাত ভাঙি পৰিছে কুঁৱলীৰ কোলাহল। শিয়াল দুটি বৈদেশিকভাবে  স্বদেশী  সিহঁতে হোঁৱা নিদিয়ে গাহৰিৰ দৰে ‘গো’ ‘গো’ শব্দ সিহঁতৰ সহজাত সম্পদ । নতুন পৃথিৱীৰ শেহতীয়া মডেলৰ কোট  আৰু বাদামী ৰং সনা নোম সিহঁতৰ সিহঁতৰ মুখত কিছুমান অত্যাধুনিক ফুচফুচনি বালডাক, নিপ্পোন কোম্পানীৰ চচমা নাকত পিন্ধিছে। সিহঁতৰ  চকু চাৰিটা মৰাশ সিহঁতে নাখায় সিহঁত নৰৰক্ত পিপাসু সিংহৰ হেনো […]

Read More

জোনাকী ৰাতি। ৰাব্বি মছৰুৰ

জোনাকী ৰাতি নতুনকৈ পাত মেলা জামু গছৰ দৰে বসন্তৰ কোলালৈ নামি আহিছিল জোনাকী ৰাতিটো হাঁতোৰা লগোৱা এটি কৃত্ৰিম বাঘৰ দৰে থাপ মাৰি ধৰিছিল বুকুৰ উম এতিয়া এহাতত তেজৰ বসন্ত আনটোত গোট মাৰি বৰফ হোৱা তেজৰ চেকা। জোনাকী ৰাতিটো এতিয়া ওলমিছে কোলাহলপূৰ্ণ অন্ধকাৰত। আমিবোৰ  বন্ধী বাকহীন নিস্তব্দ নীৰৱতাত। 0 0 0

Read More

কবিতা

কবিতা প্ৰেমৰ বতৰ পাৰ হওঁ হওঁ বয়সত  মোৰ প্ৰেম হৈছিল  এটি পুৰণি কবিতাৰ স’তে আকস্মিক কম্পমান, ভয়ত থৰ থৰ বুকুৰে বগাই গৈছিলো  প্ৰেমৰ সবুজ পথাৰ গিৰি-খাদ আৰু ইয়াৰ অন্ধকাৰ উপত্যকা। বাৰটা মাহেৰে গঢ়া এটি মাথো বছৰতে পাৰ হৈ গ’ল  হেজাৰখন প্ৰেমৰ শ্বাশত বতৰ উত্থান-পতনো আহিল বহুবাৰ শোক আহিল, দুখ আহিল-আনন্দৰ লগতে কবিতাটি এতিয়াও পুৰণি মই নতুনৰ দৰে আওৰাও। বসন্ত দুটি বাগৰি গ’ল আকস্মিক আহিল এটি নতুন কবিতা  মোৰ জীৱনলৈ তাৰ […]

Read More

‘ন-দিগন্ত‘ আলোচনী জানুৱাৰী, ২০১৯ সংখ্যাৰ বাবে লিখনি আহ্বান

গ্ৰুহিলচ পাব্লিশিং লিখক সমিতিৰ শেহতীয়া সিদ্ধান্ত মৰ্মে নতুন আৰু পুৰণি লিখক-লিখিকাসকলৰ সৃষ্টিশীল প্ৰতিভা উন্মোচন তথা বিকাশৰ বাবে  ‘ন-দিগন্ত’ শিৰোনামেৰে এটি Electronic আলোচনী প্ৰকাশ কৰিবলৈ লোৱা  লৈছে। ইয়াৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যা প্ৰকাশ পাব নতুন বছৰ ২০১৯ চনৰ জানুৱাৰীত ।  সেয়ে আলোচনীখনলৈ ন-পুৰণি লিখক লিখিকাসকলক বিভিন্ন ধৰণৰ লিখনি যেনে: কবিতা, গল্প, উপন্যাসিকা, জীৱনী, ভ্ৰমণ কাহিনী, অনুবাদ কবিতা, ৰস ৰচনা, কৌতুক, সাঁথৰ ইত্যাদি জানুৱাৰী ৫, ২০১৯ ৰ ভিতৰত পঠাবলৈ গোঁহাৰি জনোৱা হ’ল। লিখনি পঠোৱাৰ […]

Read More

চাইকেল

চাইকেল চাইকেল হৈছে এবিধ ভৰিৰে চলোৱা দুচকীয়া বাহন। পৃথিবীৰ লাখ লাখ মানুহে চাইকেল ব্যৱহাৰ কৰে।  মানুহে চাইকেলৰ দ্বাৰা ভৰিৰে খোজকাঢ়ি  যোৱাতকৈ বেছি সোনকালে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিব পাৰে । ইয়াৰ উপৰিও, অন্যান্য বাহনৰ তুলনাত চাইকেলেৰে ভ্ৰমণ কৰাটো কম খৰচী আৰু স্বাস্থ্যকৰ। কমপটে ডি চিভাৰাক নামেৰে ফ্ৰান্সৰ এজন মানুহে প্ৰথমতে দুচকাৰ কাঠৰ বাহন তৈয়াৰ কৰিছিল। ইয়াৰ কোনো পেডেল নাছিল। মানুহে ইয়াৰ ওপৰত  ঘোঁৰাত উঠাৰ দৰে  উঠি বেগেৰে যাব পাৰিছিল। কিন্তু সকলোৰে […]

Read More

সৰস্বতী পূজা।সৰস্বতী পূজা ৰচনা

সৰস্বতী পূজা আৰম্ভণি: ভাৰতৰ হিন্দু সম্প্ৰদায়ৰ লোকসকলে পালন কৰা এক ডাঙৰ  উৎসৱ হ’ল সৰস্বতী পূজা। হিন্দু শাস্ত্ৰমতে সৰস্বতী হৈছে ‘জ্ঞান আৰু  বিদ্যা’ৰ দেৱী। প্ৰতিবছৰে মাঘ মাহৰ পঞ্চমী তিথিত এই উৎসৱ পালন কৰা হয়। বিৱৰণ: সৰস্বতী পূজাৰ দিনা সৰস্বতী দেৱীৰ মূৰ্তি সুন্দৰকৈ সজাই বগা পদুম ফুলৰ আসনত আৰু বগা ৰাজহাঁহৰ বাহনত  স্থাপন কৰা হয়। সৰস্বতী দেৱীৰ এখন হাতত  বীণা আৰু আনখন হাতত পুস্তক থাকে। দেৱীক বগা কাপোৰ  পিন্ধোৱা হয়। পূজাৰ দিনা ৰাতিপুৱা মানুহে লঘোণে থাকি […]

Read More

বৰদিন। বৰদিন ৰচনা

বৰদিন পৰিচয়: বৰদিন হৈছে খ্ৰীষ্টানধৰ্মাৱলম্বীসকলে পালন কৰা এক ডাঙৰ  উৎসৱ। আজিৰ পৰা দুহেজাৰ বছৰ আগতে যীশুখ্ৰীষ্টই ২৫ ডিচেম্বৰ তাৰিখে বৰ্তমানৰ জেৰুজালেমৰ বেথেলহেম নামে ঠাইত জন্ম গ্ৰহণ কৰে। যীশু খ্ৰীষ্টৰ জন্মৰ দিনটোৰ স্মৰণত খ্ৰীষ্টানসকলে প্ৰতি বছৰে ২৫ ডিচেম্বৰ দিনটোক ‘বৰদিন’ হিচাপে  পালন কৰে। বিৱৰণ: যীশু খ্ৰীষ্টৰ পিতৃৰ নাম আছিল জোছেফ আৰু মাতৃৰ নাম আছিল মেৰী। যীশুৰ জন্মৰ কালছোৱা পৃথিৱী অশান্তি, অধৰ্ম আৰু নানান ধৰণৰ পাপাচাৰেৰে ভৰি  পৰিছিল। বিশ্বৰ মানুহে সঠিক পথ হেৰুৱাই পেলাইছিল। তেনে দুৰ্যোগপূৰ্ণ […]

Read More

ঈদ। ঈদ ৰচনা

ঈদ পৰিচয়: ঈদ হৈছে  ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ঈদ’ শব্দৰ অৰ্থ হ’ল আনন্দ। এবছৰত ঈদ দুটা, যেনে- ঈদ-উল-ফিতৰ আৰু ঈদ-উল-আজহা বা ঈদোজ্জোহা। বিৱৰণ: মুছলমানসকলে আৰবী ৰমজান মাহ জুৰি ৰোজা ৰাখি মাহৰ  শেষত আকাশত ওলোৱা ন-জোন চাই তাৰ পিছ দিনা ঈদ-উল-ফিতৰ  উৎসৱ পালন কৰে। আনহাতে আৰবী জেলহজ্জ মাহৰ ১০ তাখিৰ দিনা ঈদোজ্জোহা উৎসৱ পালন কৰা হয়। ঈদৰ দিনা সকলো ইছলামধৰ্মী লোকসকলে  ৰাতিপুৱা গা-পা ধুই নতুন কােপাৰ পিন্ধে। দুখীয়াক ফিৎৰা (দান) […]

Read More

ধানখেতি ৰচনা

ধানখেতি পৰিচয়: ধান এবিধ ওখধি তৃণ জাতীয় গছ। পৃথিৱীৰ প্ৰায় সকলোবোৰ দেশতে ধান খেতি হয় যদিও নিৰক্ষীয় অঞ্চলত ধানখেতি বৰ ভাল হয়। ধানৰ পৰা চাউল হয় আৰু চাউলৰ পৰা ভাত আৰু নানা ধৰণৰ খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হয়। প্রকাৰ : আমাৰ দেশত হোৱা ধানেবাৰক প্ৰধানলৈ দুটা প্ৰজাতিত ভাগ কৰিব পাৰি যেনে- আহু ধান আৰু শালি ধান। আহু ধানতকৈ শালি ধানৰ উৎপাদন ভাল হয়। শালি ধানৰ আকৌ নানা প্ৰকাৰ আছে যেনে- জহা, আইজং, চেপা, […]

Read More