‘ন-দিগন্ত‘ আলোচনী জানুৱাৰী, ২০১৯ সংখ্যাৰ বাবে লিখনি আহ্বান

গ্ৰুহিলচ পাব্লিশিং লিখক সমিতিৰ শেহতীয়া সিদ্ধান্ত মৰ্মে নতুন আৰু পুৰণি লিখক-লিখিকাসকলৰ সৃষ্টিশীল প্ৰতিভা উন্মোচন তথা বিকাশৰ বাবে  ‘ন-দিগন্ত’ শিৰোনামেৰে এটি Electronic আলোচনী প্ৰকাশ কৰিবলৈ লোৱা  লৈছে। ইয়াৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যা প্ৰকাশ পাব নতুন বছৰ ২০১৯ চনৰ জানুৱাৰীত । 

সেয়ে আলোচনীখনলৈ ন-পুৰণি লিখক লিখিকাসকলক বিভিন্ন ধৰণৰ লিখনি যেনে: কবিতা, গল্প, উপন্যাসিকা, জীৱনী, ভ্ৰমণ কাহিনী, অনুবাদ কবিতা, ৰস ৰচনা, কৌতুক, সাঁথৰ ইত্যাদি জানুৱাৰী ৫, ২০১৯ ৰ ভিতৰত পঠাবলৈ গোঁহাৰি জনোৱা হ’ল।

লিখনি পঠোৱাৰ চৰ্ত:

(১) লিখনি সমূহ মৌলিক হ’ব লাগিব। 

(২) পেজমেকাৰ ৬.৫ বা  ৭.০ গীতাঞ্জলি ফন্টত লিখা হ’ব লাগিব।

(৩) ফন্ট চাইজ ১৪ আৰু লিডিং অটো হ’ব লাগিব।

লিখনিসমূহ তলত  দিয়া   Email যোগে  পঠাব:

Email (i) growhillsngo@gmail.com

(ii) n-diganta@growhillsnet.com

Website: https://growhillsnet.com

বিঃদ্ৰঃ হাতে লিখা বা ডাকযোগে পঠোৱা কোনো লিখনি গ্ৰহণ কৰা নহ’ব। লিখনিসমূহ আমাৰ  Electronic  মাধ্যমত প্ৰকাশ কৰা হ’ব।

সম্পাদক সমিতি: ন-দিগন্ত

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *