জোনাকী ৰাতি

নতুনকৈ পাত মেলা জামু গছৰ দৰে
বসন্তৰ কোলালৈ নামি আহিছিল
জোনাকী ৰাতিটো
হাঁতোৰা লগোৱা এটি কৃত্ৰিম বাঘৰ দৰে
থাপ মাৰি ধৰিছিল বুকুৰ উম
এতিয়া এহাতত তেজৰ বসন্ত
আনটোত গোট মাৰি বৰফ হোৱা তেজৰ চেকা।

জোনাকী ৰাতিটো এতিয়া ওলমিছে
কোলাহলপূৰ্ণ অন্ধকাৰত।
আমিবোৰ  বন্ধী বাকহীন নিস্তব্দ নীৰৱতাত। 0 0 0

2 Comments

  1. Pingback: সাম্প্ৰতিকী। ৰাব্বি মছৰুৰ – Growhills Publishing

  2. Pingback: সাম্প্ৰতিকী। ৰাব্বি মছৰুৰ - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *