মই যোৱা গৰমৰ বন্ধ কিদৰে কটালো

মই যোৱা গৰমৰ বন্ধ কিদৰে কটালো গ্ৰীষ্মৰ বন্ধ এক বিস্ময়কৰ সময়।  এই সময়ছোৱাত আমাৰ হাতত জিৰণিৰ বাবে  বহু সময় থাকে। আমি বহুত স্বস্তি আৰু আনন্দ অনুভৱ কৰো । ছাত্ৰ-ছাত্ৰীসকল অতিকৈ উৎফুল্লিত হয়।  প্ৰতি বছৰ সিহঁতে এমাহৰ দীঘল বন্ধ পায়। সিহঁতৰ কিছুমানে আত্মীয়স্বজনক দেখা কবিৰলৈ যায়, কিছুমানে পাহাৰীয়া ঠাই ভ্ৰমণ কৰে আৰু কিছুমানে বিদেশ ভ্ৰমণলৈ যায়। ময়ো গৰমৰ বন্ধ পূৰা মাত্ৰাই উপেভাগ কৰো। যোৱা গৰমৰ বন্ধটো আছিল মোৰ কাৰণে অতিশয় বিস্ময়কৰ আৰু […]

Read More

টেলিভিচন। টেলিভিচন ৰচনা

টেলিভিচন টেলিভিচন হৈছে বিজ্ঞানৰ এক আধুনিক আবিষ্কাৰ। ‘টেলিভিচন’  ইংৰাজী শব্দ। ‘টেলি’ শব্দই ‘দূৰ’ আৰু ‘ভিচন’ শব্দই ‘দেখা বা দৰ্শন কাৰ্য’ক বুজায়। অৰ্থাৎ টেলিভিচন হৈছে এনে এবিধ যন্ত্ৰ যাৰ দ্বাৰা দূৰৰ দৃশ্য দেখা আৰু দৃশ্যৰ সৈতে জড়িত কাৰ্য বা ঘটনাৰ  লগতে মাত-কথাও শুনিব পাৰি। টেলিভিচন শব্দৰ অসমীয়া প্ৰতিশব্দ হ’ল ‘দূৰদৰ্শন’। জন বেয়াৰ্ড নামৰ এজন ইংৰাজ  বৈজ্ঞানিকে ১৯২৫ চনত টেলিভিচন আবিষ্কাৰ কৰে। টেলিভিচনৰ কাৰ্যৰ আধাৰ হ’ল বিদ্যুৎ আৰু  ইয়াৰ ক্ৰিয়া। টেলিভিচনত দেখা […]

Read More

মোৰ কৰ্তব্য। মোৰ অধ্যয়ন

মোৰ কৰ্তব্য। মোৰ অধ্যয়ন মই এজন ছাত্ৰ আৰু অধ্যয়নেই হৈছে মোৰ একমাত্ৰ কৰ্তব্য। মই কিতাপ পঢ়ো  যাতে মই অধিক তথ্য আৰু জ্ঞান আহৰণ কৰি দেশৰ এজন সু-নাগৰিক হ’ব পাৰো।  যদিও অধ্যয়ন মোৰ প্ৰধান কৰ্তব্য তথাপি মই অকল অধ্যয়নতেই মোৰ সকলো সময় আৰু শক্তি খৰচ নকৰো। মই মোৰ এজন শ্ৰদ্ধেয় শিক্ষকৰ পৰামৰ্শ অনুসৰি  অধ্যয়নৰ এটি সময়সূচী প্ৰস্তুত কৰি লৈছো আৰু সেইটো মই বৰ কঠোৰভাবে  মানি চলো। মই বিদ্যালয়লৈ যোৱা  দিনবোৰত  ৰাতিপুৱা নিয়মিত তিনি ঘন্টাকৈ পাঠ্যপুথি […]

Read More

মোৰ দৈনন্দিন জীৱন

মোৰ দৈনন্দিন জীৱন আৰম্ভণি: মই এজন ছাত্ৰ আৰু মোৰ দৈনন্দিন জীৱনো অতিকৈ সাধাৰণ আৰু সৰল।  মই প্ৰতিটো দিনক মুঠতে চাৰিটা অংশত ভাগ কৰি লৈছো, যথাঃ ৰাতিপুৱা, সন্ধিয়া,  ভাটিবেলা  আৰু ৰাতি। সময়ৰ এই ভাগকেইটা মই তলত দিয়া ধৰণে  ব্যৱহাৰ কৰো। ৰাতিপুৱা: মই খুৱ পুৱাই টোপনিৰ পৰা  উঠি হাত- মুখ ধুই ভগৱানক প্ৰৰ্থনা কৰো। তাৰ পাছত কিছুসময় শাৰীৰিক ব্যায়াম কৰি পঢ়িবলৈ  বহো। প্ৰথমতে মই ইংৰাজী বিষটো পঢ়ি লওঁ । মোৰ পঢ়া  কামটো ৰাতিপুৱা ৮.৩০ বজালৈ চলি থাকে। তাৰ […]

Read More

মোৰ জীৱনৰ লক্ষ্য

মোৰ জীৱনৰ লক্ষ্য কোনো এক নিৰ্দ্দিষ্ট স্থান বা অৱস্থানত উপনীত হোৱা সংগ্ৰামৰ  নামেই লক্ষ্য। প্ৰত্যেকজন মানুহৰ জীৱনত এক লক্ষ্য থকা উচিত।  লক্ষ্য নোহোৱা মানুহ গুৰিয়াল নোহোৱা নাওৰ দৰে।  কিন্তু ব্যক্তি এজনে তেওঁৰ দক্ষতা আৰু অভিৰুচি অনুসৰি লক্ষ্য নিৰ্দ্ধাৰণ কৰা উচিত। বহুতো চিন্তা-ভাৱনাৰ পিছত মই মোৰ লক্ষ্য স্থিৰ কৰিছো আৰু সেয়া হৈছে –এজন পৰিপূৰ্ণ শিক্ষক হোৱা।  ইংৰাজী বিষয়ৰ প্ৰতি মোৰ বিশেষ ৰাপ আছে আৰু সেয়ে মই হাই স্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি […]

Read More

দৈনন্দিন জীৱনত বিজ্ঞান।বিজ্ঞান আৰু দৈনন্দিন জীৱন।Science in Everyday Life in Assamese

দৈনন্দিন জীৱনত বিজ্ঞান ।বিজ্ঞান আৰু দৈনন্দিন জীৱন। আৰম্ভিণি: কোনো বিষয়ৰ ওপৰত শৃঙ্খলাবদ্ধ আৰু বিশ্লেষণাত্মক জ্ঞানেই বিজ্ঞান। আধুনিক যুগটো হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানৰ নানান আৱিষ্কাৰসমূহে আমাৰ জীৱনটো অধিক নিৰাপদ, সহজ আৰু আৰামদায়ক কৰি তুলিছে। দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান: আজি বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো বিষয় আৰু দিশকেই সাঙুৰি লৈছে, যথা: প্ৰথমে আমি আমাৰ যোগাযোগ মাধ্যমৰ কথাকেই ক’ব পাৰো । বৰ্তমান যুগত আমাৰ যোগাযোগ ব্যৱস্থাটো ইমানেই উন্নত হৈছে যে ই আমাৰ পৃথিৱীৰ ৰূপটোকে সলনি কৰি দিছে। […]

Read More