পঢ়ায় পঢ়ে, ৰোৱে পাণ, এই তিনি নিচিন্তে  আন —ভাব সম্প্ৰসাৰণ

‘পঢ়ায়, পঢ়ে, ৰোৱে পাণ’ এই তিনি নিচিন্তে  আন —ভাব সম্প্ৰসাৰণ কাৰ্যত সিদ্ধি লাভ কৰিবলৈ প্ৰয়োজন হোৱা একাগ্ৰতা গুণৰ কথা ক’বলৈ গৈ অসমীয়ালেকে সততে উক্ত প্ৰৱচনটো ব্যক্ত কৰে। পঢ়োৱা, পঢ়া আৰু পাণৰ খেতি কৰা কাম তিনিটা হ’ল গুৰুত্বপূৰ্ণ কাম। এই কামত সিদ্ধি লাভ কৰিবলৈ যিবোৰ গুণৰ দৰকাৰ, সেইবোৰৰ ভিতৰত একাগ্ৰতা গুণটো হ’ল এটা প্ৰধান গুণ। একাগ্রচিত্তে  কাম নকৰিলে কামকেইটাত সিদ্ধি লাভ কৰিব নোৱাৰি।   ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দানৰ দৰে মহৎ কাৰ্যত জড়িত শিক্ষক-শিক্ষয়িত্ৰীসকলে জ্ঞান দান কৰিবলৈ […]

Read More

যি মূলা বাঢ়ে তাৰ দুপাততে চিন —ভাব সম্প্ৰসাৰণ

যি মূলা বাঢ়ে তাৰ দুপাততে চিন —ভাব সম্প্ৰসাৰণ  অসমীয়া সমাজত সততে ব্যৱহাৰ কৰা ই এক ফকৰা যোজনা। সৰু কালতে যে ডাঙৰৰ ৰ লক্ষণ ফুটি উঠে সেয়া বুজাবলৈ উক্ত ফকৰা যোজনাটি মতা হয়।  মূলা এবিধ ভাল  পাচলি।ইয়াৰ শাক আৰু মূল দুয়ো খাব পাৰি। অসমীয়া মানুহে পাচলি হিচাপে ইয়াক খাবলৈ অতি ভাল পায়। সেয়ে বহুত কৃষকে ইয়াৰ খেতি কৰে। মূলাৰ বীজ সিঁচাৰ প্ৰায় পোন্ধৰ-বিশদিনৰ ভিতৰতে ই দুপতীয়া হয়। আমি লক্ষ্য কৰিলে দেখা পাম যে […]

Read More

ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যায় —ভাব সম্প্ৰসাৰণ 

ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যায় —ভাব সম্প্ৰসাৰণ  “ঘঁহি থাকিলে শিলো ক্ষয় যায়” কথাষাৰ পটন্তৰ হিচাপে সততে কোৱা হয়। কোনো কাম একেলেথাৰিয়ে কৰি থাকিলে যে সফল হ’ব পাৰি সেয়া বুজাবলৈ উক্ত কথাফাকি ব্যক্ত কৰা হয়। শিল অতি টান বস্তু। ইয়াক সহজে ভাঙিব নোৱাৰি বা ক্ষয় নিয়াব নোৱাৰি। কিন্তু এনে কঠিন শিলকো যদি নিয়মিত ঘঁহি থকা হয় তেন্তে লাহে লাহে ই ক্ষয়প্ৰাপ্ত হয়। সেইদৰে কোনো কঠিন বা ডাঙৰ  যেন ভবা কাম অসাধ্য বুলি ভাবি এৰি নিদি […]

Read More

চেষ্টাৰ  অসাধ্য একো নাই — ভাব সম্প্ৰসাৰণ

চেষ্টাৰ  অসাধ্য একো নাই — ভাব সম্প্ৰসাৰণ   কোনো কাম এবাৰতে নোৱাৰিলে সেয়া সফল নোহোৱালৈকে কৰি যোৱাই  চেষ্টা। চেষ্টা কৰিলে আমি যিকোনো কামতে সিদ্ধি লাভ কৰিব পাৰো। মানুহে কয়, “যত্ন কৰিলে ৰত্ন পায়”। ইয়াত ‘যত্ন’  শব্দৰ দ্বাৰা যথাযথ চেষ্টা কৰাক বুজোৱা হৈছে। আমি কৰিবলৈ লোৱা কামৰ কিছুমান সহজ হয় আৰু কিছুমান কঠিন যেন বোধ হয়। সহজসাধ্য কাম সকলোৱে কৰিব পাৰে। কিন্তু বহুতে কঠিন যেন ভবা কামক ভয় পাই বহুতে তেনে কাম এৰাই চলে। […]

Read More

প্রতিজ্ঞা   ভয়ৰ পৰম ঔষধ —ভাব সম্প্ৰসাৰণ 

প্রতিজ্ঞা   ভয়ৰ পৰম ঔষধ —ভাব সম্প্ৰসাৰণ  প্ৰতিজ্ঞা বা মনৰ দৃঢ়তার  দ্বাৰা যে কঠিন কামৰ প্ৰতি থকা মনৰ ভয় আঁতৰ কৰিব পাৰি সেয়া বুজাবলৈ উক্ত কথাফাকি কোৱা হয়। আমি কৰিবলগা কিছুমান কাম সহজ আৰু কিছুমান টান বা কষ্টদায়ক। সহজ কামবোৰ  আমি অনায়াসে কৰিব পাৰো। সহজ কামত পৰিশ্ৰমো কম। আনহাতে কঠিন কাম কৰিবলৈ হ’লে বহুত কষ্ট কৰিব লগা হয় বাবে বহুতে কঠিন কামৰ পৰা হাত সাৰি থাকিব বিচাৰে।  ফলত সিহঁতে জীৱনত সফল হ’ব নোৱাৰে। কিন্তু […]

Read More

সিদ্ধি নহলে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি —ভাব সম্প্ৰসাৰণ

সিদ্ধি নহ’লে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি —ভাব সম্প্ৰসাৰণ।  আমি কৰিবলৈ লোৱা কামৰ কিছুমান সহজ আৰু কিছুমান কঠিন বা  পৰিশ্ৰমসাধ্য। সহজ কামবোৰ  সকলোৱে কৰিব পাৰে। কিন্তু জীৱনত সফলতা পাবলৈ হ’লে আমি কঠিন বুলি ভবা কামো কৰিব লাগিব।  আমাৰ মাজত এনে বহুতো লোক আছে যিসকলে এবাৰত কোনো কামত সফল হ’ব নোৱাৰিলে কামটো এৰি দি হাত সাবটি বহি থাকে। ফলত সি সফলতাৰ মুখ দেখিব নোৱাৰে। কঠিন বুলি কাম এৰি দিয়াটো হৈছে চঞ্চল মানুহৰ ৰীতি।  […]

Read More

অধ্যৱসায় মনত লুকাই থকা  প্রতিজ্ঞাৰ ফল —ভাব সম্প্ৰসাৰণ

অধ্যৱসায় মনত লুকাই থকা  প্রতিজ্ঞাৰ ফল —ভাব সম্প্ৰসাৰণ। কোনো কাম এবাৰতে নোৱাৰিলে তাক কৰিবলৈ এৰি  নিদি সিদ্ধি লাভ নকৰালৈকে বাৰে বাৰে চেষ্টা কৰি যোৱাকে ‘অধ্যাৱসায়’ বোলে। কিন্তু এই অধ্যাৱসায় গুণটো সকলো মানুহৰ নাথাকে। অৰ্থাৎ অধ্যাৱসায়ৰ মূল্য বা তাৎপৰ্য সকলোৱে অনুধাৱন কৰিব নোৱাৰে। এই অধ্যৱসায় মনৰ দৃঢ়তা  অৰ্থাৎ প্ৰতিজ্ঞাৰ ফল। অৰ্থাৎ কোনো কাম কৰিমেই বুলি মন  দৃঢ়  কৰি কামত আগবাঢ়ি যোৱাই প্ৰতিজ্ঞা। যিসকল লোকে  প্ৰতিজ্ঞাত অলৰ-অচৰ সেইসকল লোকে জীৱনত সফল হ’ব পাৰে। উদাহৰণস্বৰূেপ টামচ […]

Read More

যত্ন কৰিলেহে ৰত্ন পায়—ভাৱ সম্প্ৰসাৰণ

যত্ন কৰিলেহে ৰত্ন পায়—ভাৱ সম্প্ৰসাৰণ জীৱনত উন্নতি কৰিবলৈ প্ৰয়োজন হোৱা যত্ন বা চেষ্টাৰ গুৰুত্বৰ বিষয়ে ক’বলৈ যাওঁতে উক্ত প্ৰৱচনটো ব্যক্ত কৰা হয়।  ৰত্ন হ’ল অতি মূল্যবান আৰু  দুৰ্লভ বস্তু। ইয়াক লাভ কৰিবলৈ হ’লে মানুহে পৰিশ্ৰম কৰিবলগা হয়।   বিনা পৰিশ্ৰমে অমূল্য ৰত্নক কোনেও লাভ কৰিব নোৱাৰে। ঠিক সেইদৰে মানুহে ৰত্নৰ তুল্য মান-সন্মান, জ্ঞান-বুদ্ধি, ধন-সম্পদ, যশস্যা আদি লাভ কৰিবলৈও অশেষ যত্ন বা পৰিশ্ৰম কৰাৰ প্ৰয়োজন হয়। ৰত্ন লাভৰ আশা কৰি  কাম-বন নকৰি […]

Read More

ফটাবাঁহ কদাপি জোৰা নালাগে —ভাব  সম্প্ৰসাৰণ

ফটাবাঁহ কদাপি জোৰা নালাগে —ভাব  সম্প্ৰসাৰণ  বাঁহ এবিধ অতি প্ৰয়োজনীয় বস্তু। ইয়াক আমি নানান ঘৰুৱা কামত ব্যৱহাৰ কৰিব লগা হয়। কিন্তু বাঁহ এটি যদি কিবা কাৰণত ফাটি যায় তেন্তে আমি ইয়াক জোৰা লগাব নোৱাৰোঁ।কেনেবাকৈ ৰচীৰে বান্ধিলেও বা জোৰা-তাপলি মাৰিলেও ফটাৰ চিহ্নটো থাকিয়েই যায়। ঠিক সেইদৰে আমাৰ স্বাস্থ্য যদি এবাৰ ৰোগীয়া হৈ যায় তাক আমি পুনৰাই সম্পূৰ্ণ ৰূপত ঘূৰাই পাব নোৱাৰো। সেয়ে আমি কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে অতি সাৱধানে ব্যৱহাৰ কৰিব […]

Read More

স্বাস্থ্য ধন পৰম ধন —ভাৱ সম্প্ৰসাৰণ

স্বাস্থ্য ধন পৰম ধন —ভাব  সম্প্ৰসাৰণ  স্বাস্থ্য মানুহৰ বাবে  এক অমূল্য সম্পদ। ইয়াক আমি এবাৰতে পাওঁ। স্বাস্থ্য ভালে থাকিলে  যিকোনো কাম আমি উৎসাহ উদ্দীপনাৰে কৰিব পাৰো। স্বাস্থ্য ভালে থাকিলে মনো ভালে থাকে। মন ভালে থাকিলে আমাৰ দৈনন্দিন জীৱনো ভালদৰে পাৰ হয়। মানুহ এবাৰ মৰে কিন্তু ৰোগীয়া মানুহে জীৱনত বাৰে বাৰে মৰণৰ যন্ত্ৰণা ভোগ কৰিব লগা হয়। সেয়ে স্বাস্থ্যক পৰম ধন হিচাপে মানি লৈ ইয়াৰ যত্ন লোৱা উচিত।     

Read More