লম্বোদৰ বৰা। Lambodar Bora

 লম্বোদৰ বৰা   ১৮৩৬ চনৰ পৰা ১৮৭২ চনলৈ অসমীয়া ভাষা-সাহিত্যৰ বিপৰ্যয়ৰ যুগ (The Age of Disaster)। কাৰণ ১৮২৬ চনত ইংৰাজসকলে অসমৰ শাসনভাৰ লোৱাৰ পিছত অসমীয়া ভাষা আৰু সংস্কৃতি সম্বন্ধে অনভিজ্ঞ ইংৰাজসকলে শাসনকাৰ্যত সহায়ক হিচাপে বংগদেশৰ পৰা বঙালী কেৰানী-মহৰী আমদানি কৰে। সিহঁতৰ প্ৰৰোচনাত ইংৰাজসকলে অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙালী ভাষা প্ৰৱৰ্তন কৰে। ফলত অসমীয়া ভাষা-সাহিত্য বিপৰ্যয় তথা অৱলুপ্তিৰ পথলৈ গতি কৰে। কিন্তু কিছুমান শিক্ষিত ভাষা-হিতৈষী অসমীয়া লোকে অসমীয়া ভাষা সাহিত্যৰ উদ্ধাৰ […]

Read More

এক গুচ্ছ জীৱনী। ৰাব্বি মছৰুৰ। Ek Guchcha Jivni growhills

এক গুচ্ছ জীৱনী  গ্রন্থখনত কেইজনমান অসমীয়া সাহিত্যিকৰ চমু জীৱনীৰ লগতে দেশী -বিদেশী কেইজনমান সাহিত্যিক তথা  বিজ্ঞানীৰ জীবনী সন্নিৱিষ্ট কৰা হৈছে। আশা কৰিছো পাঠক সমাজে কিতাপখন ভাল পাব।

Read More

নিধি লেভি ফাৰৱেল। Nidhi Levi Farwell

নিধি লেভি ফাৰৱেল  ১৮২৬ চনৰ   ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে ইংৰাজসকলে অসমৰ শাসনভাৰ নিজৰ হাতলৈ লোৱাৰ ৮ বছৰ পিছত অৰ্থাৎ ১৮৩৬ চনত অসমত খৃষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ড০ নাথান ব্রাউনৰ নেতৃত্বত এটি খৃষ্টান মিছনেৰী দল অসমলৈ আহে। তেওঁ অসমৰ বিভিন্ন ঠাই ঘূৰি-ফুৰি ছয় বছৰৰ মূৰত এজন মাত্ৰ অসমীয়াক খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰিবলৈ সমৰ্থ হয়। তেওঁৰ নাম আছিল নিধিৰাম কেওট। ১৮৪১ৰ চনৰ ১৩ জুনৰ দিনা জয়পুৰত মাইলচ ব্রন্সন চাহাবে  নিধিৰাম কেওটক খ্ৰীষ্টান ধৰ্মত দীক্ষা দিয়ে। […]

Read More