অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা । List of Assam Chief Ministers

অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

 

মুখ্যমন্ত্ৰীসকলৰ নাম ……….. কাৰ্যকাল

চাৰ চৈয়দ মহম্মদ চাদুল্লা ………. ১ এপ্ৰিল, ১৯৩৭–১১ নৱেম্বৰ ,১৯৪৬

গোপীনাথ বৰদলৈ ………. ১৯ চেপ্তেম্বৰ, ১৯৩৮–১৯৫০

বিষ্ণুৰাম মেধি ………. ৯ আগষ্ট, ১৯৫০–২৭ ডিচেম্বৰ, ১৯৫৭

বিমলা প্ৰসাদ চলিহা ………. ২৮ ডিচে, ১৯৫৭–৬ নৱেম্বৰ, ১৯৭০

মহেন্দ্ৰ মোহন চৌধুৰী ………. ১১ নৱেম্বৰ, ১৯৭০–৩০ জানু, ১৯৭২

শৰৎ চন্দ্ৰ সিংহ ………. ৩১ জানুৱাৰী, ১৯৭ –১২ মাৰ্চ, ১৯৭৮

গোলাপ বৰবৰা ………. ১২ মাৰ্চ, ১৯৭৮ — ৯ চেপ্তেম্বৰ, ১৯৭৯

যোগেন্দ্ৰ নাথ হাজৰিকা ………. ৯ চেপ্তেম্বৰ, ১৯৭৯– ১১নৱেম্বৰ, ১৯৭৯

চৈয়দা আনোৱাৰা টাইমূৰ ………. ১২ ডিচেম্বৰ, ১৯৮০–৩০ জুন, ১৯৮১

কেশৱ চন্দ্ৰ গগৈ ………. ১৩ জানু, ১৯৮২–১৯ মাৰ্চ, ১৯৮২

হিতেশ্বৰ শইকীয়া ………. ২৭ ফেব্রু, ১৯৮৩–২৩ ডিচে, ১৯৮৫

প্ৰফুল্ল কুমাৰ মহন্ত ………. ২৪ ডিচে, ১৯৮৫-২৭ নৱেম্বৰ, ১৯৯০

হিতেশ্বৰ শইকীয়া ………. ৩০ জুন, ১৯৯১–২২ এপ্ৰিল, ১৯৯৬

ভূমিধৰ বৰ্মণ (ভাৰপ্ৰাপ্ত) ………. ২২ এপ্ৰিল, ১৯৯৬–১৪ মে, ১৯৯৬

প্ৰফুল্ল কুমাৰ মহন্ত ………. ১৫ মাৰ্চ, ১৯৯৬–২০০১

তৰুন গগৈ ………. ১৮ মে, ২০০১ — ২০১৬ 

সৰ্বানন্দ সোণোৱাল ………. ২৪ মে, ২০১৬- বৰ্তমানলৈ।

0 0 0

Leave a Reply

Your email address will not be published. Required fields are marked *