অসমৰ সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা। List of Assam Shahitya Shava Presidents

অসমৰ সাহিত্য সভাৰ সভাপতিসকলৰ  তালিকা

 

চন … সভাপতি ……. সভা অনুষ্ঠিত হোৱা ঠাই 

১৯১৭ পদ্মনাথ গোহাঞি বৰুৱা ……. শিৱসাগৰ 

১৯১৮ চন্দ্ৰধৰ বৰুৱা …. গোৱালপাৰা

১৯১৯ কালিৰাম মেধি …. বৰেপটা

১৯২০ হেমচন্দ্ৰ গোস্বামী …. তেজপুৰ

১৯২৩ অমৃতভূষণ দেৱ অধিকাৰী …. যোৰহাট

১৯২৪ কনকলাল বৰুৱা …. ডিব্ৰুগড়

১৯২৪ লক্ষ্মীনাথ বেজবৰুৱা …. গুৱাহাটী

১৯২৫ ৰজনীকান্ত বৰদলৈ …. নগাওঁ

১৯২৬ বেণুধৰ ৰাজখোৱা …. ধুবুৰী

১৯২৭ তৰুণৰাম ফুকন …. গোৱালপাৰা

১৯২৯ কমলাকান্ত ভট্টাচাৰ্য …. যোৰহাট

১৯৩০ মফিজুদ্দিন হাজৰিকা …. গোলাঘাট

১৯৩১ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী …. শিৱসাগৰ

১৯৩৩ জ্ঞানদাভিৰাম বৰুৱা …. উত্তৰ  লক্ষীমপুৰ

১৯৩৪ আনন্দচন্দ্ৰ আগৰৱালা …. মঙলদৈ

১৯৩৬ ৰঘুনাথ চৌধাৰী …. তেজপুৰ

১৯৩৭ কৃষ্ণকান্ত সন্দিকৈ …. গুৱাহাটী

১৯৪০ মইদুল ইছলাম বৰা …. যোৰহাট

১৯৪৪ নীলমণি ফুকন …. শিৱসাগৰ

১৯৪৭ নীলমণি ফুকন …. ডিব্ৰুগ

১৯৫০ অম্বিকাগিৰি ৰায় চৌধুৰী …. মাৰ্ঘেৰিটা

১৯৫৩ সূৰ্যকুমাৰ ভুঞা …. শ্বিলং

১৯৫৪ নলিনীৱালা দেৱী …. যোৰহাট

১৯৫৫ যতীন্দ্ৰনাথ দুৱৰা …. গুৱাহাটী

১৯৫৬  বেণুধৰ শৰ্মা …. ধুবুৰী

১৯৫৮ পদ্মধৰ চলিহা …. তিনিচুকীয়া

১৯৫৯ অতুলচন্দ্ৰ হাজৰিকা …. নগাওঁ

১৯৬০ ত্ৰৈলোক্যনাথ গোস্বামী …. মিৰ্জা,  পলাশবাৰী

১৯৬১ ত্ৰৈলোক্যনাথ গোস্বামী …. গোৱালপাৰা

১৯৬৩ ৰত্নকান্ত বৰকাকতি …. নাজিৰা

১৯৬৪ মিত্ৰদেৱ মহন্ত …. ডিগবৈ 

১৯৬৫ ডিম্বেশ্বৰ বৰুৱা …. নলবাৰী

১৯৬৬ বিনন্দ চন্দ্ৰ বৰুৱা …. উত্তৰ ক্ষীমপুৰ

১৯৬৭ নকুল চন্দ্ৰ ভূঞা …. ডিব্ৰুগড়

১৯৬৮ জ্ঞাননাথ বৰা …. তেজপুৰ

১৯৬৯ আনন্দ চন্দ্ৰ বৰুৱা …. বৰেপটা

১৯৭০ উপেন্দ্ৰনাথ লেখাৰু …. ধিং

১৯৭১ তীৰ্থনাথ শৰ্মা …. মাকুম, ডিব্ৰুগড়

১৯৭২ হেম বৰুৱা …. ধুবুৰী

১৯৭৩ গিৰিধৰ শৰ্মা …. ৰঙিয়া 

১৯৭৪ মহেশ্বৰ নেওগ …. মঙ্গলদৈ

১৯৭৫ সত্যেন্দ্ৰনাথ শৰ্মা …. তিতাবৰ

১৯৭৬ যজ্ঞেশ্বৰ শৰ্মা …. টিহু

১৯৭৭ চৈয়দ আব্দুল মালিক …. অভয়াপুৰী

১৯৭৮ প্ৰসন্নলাল চৌধুৰী …. গোলাঘাট

১৯৭৯ অতুলচন্দ্ৰ বৰুৱা …. শুৱালকুছি

১৯৮০ যতীন্দ্ৰনাথ গোস্বামী …. ৰহা

১৯৮১ সীতানাথ ব্রহ্মচৌধুৰী …. তিনিচুকীয়া

১৯৮২ সীতানাথ ব্রহ্মচৌধুৰী …. ডিফু

১৯৮৩ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য …. বঙাইগাওঁ

১৯৮৫ যোগেশ দাস …. বিহপুৰীয়া

১৯৮৬ বীৰেণ বৰকটকী …. কামপুৰ

১৯৮৭ মহেন্দ্ৰ বৰা …. পাঠশালা

১৯৮৮ কীৰ্তিনাথ হাজৰিকা …. হাইলাকান্দি

১৯৮৯ মহিম বৰা …. ডুমডুমা

১৯৯০ নৱকান্ত বৰুৱা …. বিশ্বনাথ চাৰিআলি

১৯৯১ নিৰ্মলপ্ৰভা বৰদলৈ …. দুধনৈ

১৯৯২ লক্ষ্যধৰ চৌধুৰী …. গোৰেশ্বৰ

১৯৯৩ ভূপেন হাজৰিকা …. শিৱসাগৰ

১৯৯৪ লীলা গগৈ …. মৰিগাওঁ

১৯৯৫ হিতেশ ডেকা …. সৰ্থেবাৰী

১৯৯৬ লক্ষ্মীনন্দন বৰা …. বোকাখা

১৯৯৭ নগেন শইকীয়া …. বিলাসীপাৰা

১৯৯৮ নগেন শইকীয়া …. হাওৰাঘাট

১৯৯৯ চন্দ্ৰপ্ৰসাদ শইকীয়া …. হাজো

(১৯৯৯চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিৰ কাৰ্যকাল দুবছৰীয়া কৰা হৈছে।)

২০০১ হোমেন বৰগোহাঞি …. ডিব্রুগড়

২০০৩ বীৰেন্দ্ৰ নাথ দত্ত  …. লক্ষীমপুৰ

২০০৫ কনকসেন ডেকা …. ছিপাঝাৰ

২০০৭ কনকসেন ডেকা …. চাপৰ

২০০৯ ৰংবং তেৰাং …. ধেমাজী

২০১১ ৰংবং তেৰাং …. বৈঠালকুছি

২০১৩ ইমৰান ছাহ …. বৰেপটা ৰোড

২০১৪ ইমৰান ছাহ …. গুৱাহাটী

২০১৫-১৬-১৭ ধ্ৰুৱজ্যোতি বৰা …. কালিয়াবৰ

২০১৮ পৰমানন্দ ৰাজবংশী  ….বর্দুমচা

0 0 0

 

Leave a Reply

Your email address will not be published. Required fields are marked *