অসমৰ ৰাজ্যপালসকলৰ তালিকা। List of Assam Governors

অসমৰ ৰাজ্যপালসকলৰ তালিকা

 

ৰাজ্যপালৰ নাম  ……….  কাৰ্যকাল

হেনৰী জোছেফ টুইনাম ………. ১৯৩৮ – ১৯৩৯

ৰবাৰ্ট নীল ৰেইড ………. ১৯৩৯ – ১৯৪২

এনড্ৰিউ গৌৰলে ক্ল ………. ১৯৪২- ১৯৪৬

ৰেডেৰিক চালমাৰ্ছ ব’ৰ্ন ………. ১৯৪৬ – ১৯৪৬

হেনৰী ফ’লি নাইট ………. ১৯৪৬ – ১৯৪৬

এনড্ৰিউ গৌৰলে ক্ল ………. ১৯৪৬ – ১৯৪৭

মহম্মদ আকবৰ হাইদৰী ………. ১৯৪৭ – ১৯৪৮

ৰোনাল্ড ফেঞ্চিছ ………. ১৯৪৮ – ১৯৪৯

শ্ৰী প্ৰকাশ ………. ১৯৪৯ – ১৯৫০

জয়ৰাম দাস দৌলতৰাম ………. ১৯৫০ – ১৯৫৬

চৈয়দ ফজল আলি ………. ১৯৫৬ – ১৯৫৯

চক্ৰেশ্বৰ প্ৰসাদ সিনহা ………. ১৯৫৯ – ১৯৫৯

শ্ৰী প্ৰকাশ ………. ১৯৫৯ – ১৯৫৯

সত্যৱন্ত মাল্লান্না শ্ৰীনাগেশ ………. ১৯৬১ – ১৯৬২

বিষ্ণু সহায় ………. ১৯৬২ – ১৯৬৮

ব্রজ  কুমাৰ নেহৰু ………. ১৯৬৮ – ১৯৭০

পি কে স্বামী ………. ১৯৭০ – ১৯৭১

ব্রজ  কুমাৰ নেহৰু ………. ১৯৭১ – ১৯৭৩

লালন প্ৰসাদ সিং ………. ১৯৭৩ – ১৯৮১

প্ৰকাশ মেহৰোট্ৰা ………. ১৯৮১ – ১৯৮৪

টি এছ মিশ্ৰ ………. ১৯৮৪ – ১৯৮৪

ভীষ্ম নাৰয়ণ সিং ………. ১৯৮৪ – ১৯৮৯

হৰিদেউ যোশী ………. ১৯৮৯ – ১৯৮৯

আনিচেট্টি ৰঘুবীৰ ………. ১৯৮৯ – ১৯৯০

দেবীদাস ঠাকুৰ ………. ১৯৯০ – ১৯৯১

লোকনাথ মিশ্ৰ ………. ১৯৯১ – ১৯৯৭

শ্ৰীনিবাস কুমাৰ সিংহা ………. ১৯৯৭ – ২০০৩

অজয় সিং ………. ২০০৩ – ২০০৮

শিৱচৰণ মাথুৰ ………. ২০০৮ – ২০০৯

চৈয়দ চিবতে ৰাজী ………. ২০০৯ – ২০০৯

জানকী বল্লভ পাটনায়ক ………. ২০০৯ – ২০১৪

পদ্মনাভা বালকৃষ্ণ আচাৰ্য ………. ২০১৪ – ২০১৬

বানুৱাৰিলাল পুৰোহিত ………. ২০১৬ – ।

0 0 0

 

Leave a Reply

Your email address will not be published. Required fields are marked *