অসম সাহিত্য সভাৰ সম্পাদকসকলৰ তালিকা। List of Secretaries of Assam Sahitya Shava

অসম সাহিত্য সভাৰ প্রধান সম্পাদকসকলৰ তালিকা

স্থান ….. প্রধান সম্পাদক ……….. কাৰ্যকাল 

শিৱসাগৰ ….. শৰৎ চন্দ্ৰ গোস্বামী …….. ১৯১৭-১৮

গোৱালপাৰা ….. পদ্মনাথ গোহাঞি বৰুৱা ……….. ১৯১৮-১৯

বৰেপটা ….. সত্যনাথ বৰা ……….. ১৯১৯-২০

তেজপুৰ ….. শৰৎ চন্দ্ৰ গোস্বামী ……….. ১৯২০-২৩

যোৰহাট ….. শৰৎ চন্দ্ৰ গোস্বামী ……….. ১৯২৩-২৪

ডিব্ৰুগড় ….. শৰৎ চন্দ্ৰ গোস্বামী ……….. ১৯২৪

গুৱাহাটী ….. শৰৎ চন্দ্ৰ গোস্বামী ……….. ১৯২৪-২৫

নগাওঁ ….. শৰৎ চন্দ্ৰ গোস্বামী ……….. ১৯২৪-২৫

ধুবুৰী ….. শৰৎ চন্দ্ৰ গোস্বামী ……….. ১৯২৬-২৭

গোৱালপাৰা ….. পূৰ্ণানন্দ শৰ্মা পাঠক ……….. ১৯২৭

যোৰহাট ….. পুর্ণানন্দ শৰ্মা পাঠক ……….. ১৯২৮-৩০

গোলাঘাট ….. কমলাকান্ত বৰুৱা ……….. ১৯৩০-৩১

শিৱসাগৰ ….. দেৱেশ্বৰ চলিহা ………..      ১৯৩২-৩৩

উত্তৰ লক্ষীমপুৰ  ….. দেৱেশ্বৰ চলিহা ………..      ১৯৩৩-৩৪

মঙ্গলদৈ ….. চন্দ্ৰধৰ বৰুৱা……….. ১৯৩৪-৩৬

তেজপুৰ ….. দেৱানন্দ শৰ্মা……….. ১৯৩৬-৩৭

গুৱাহাটী ….. ৰামেশ্বৰ বৰুৱা……….. ১৯৩৭-৩৯

যোৰহাট ….. পূৰ্ণানন্দ শৰ্মা পাঠক ……….. ১৯৪০-৪২

                   ৰামেশ্বৰ বৰুৱা ……….. ১৯৪২-৪৪

শিৱসাগৰ ….. ডিম্বেশ্বৰ নেওগ ……….. ১৯৪৪-৪৭

ডিব্রুগড় ….. মুক্তানাথ বৰুৱা ……….. ১৯৪৭-৫০

মাৰ্ঘেৰিটা ….. কেশৱ নাৰায়ণ দত্ত  ……….. ১৯৫০-৫৩

শ্বিলং ….. অতুল চন্দ্ৰ হাজৰিকা ……….. ১৯৫৩-৫৪

যোৰহাট ….. অতুল চন্দ্ৰ হাজৰিকা ……….. ১৯৫৪

গুৱাহাটী ….. অতুল চন্দ্ৰ হাজৰিকা ……….. ১৯৫৫-৫৬

ধুবুৰী ….. পৰাগধৰ চলিহা ……….. ১৯৫৬-৫৮

তিনিচুকীয়া ….. বিনন্দ চন্দ্ৰ বৰুৱা ……….. ১৯৫৮-৫৯

নগাওঁ ….. যতীন্দ্ৰ নাথ গোস্বামী ……….. ১৯৫৯-৬০

মিৰ্জা ….. মহেশ্বৰ নেওগ ……….. ১৯৬০-৬১

গোৱালপাৰা ….. মহেশ্বৰ নেওগ ……….. ১৯৬১-৬৩

নাজিৰা ….. মহেশ্বৰ নেওগ ……….. ১৯৬৩-৬৪

ডিগবৈ  ….. মহেশ্বৰ নেওগ ……….. ১৯৬৪-৬৫

নলবাৰী ….. হৰিপ্ৰসাদ নেওগ ……….. ১৯৬৫-৬৬

উত্তৰ  লক্ষীমপুৰ ….. হৰিপ্ৰসাদ নেওগ ……….. ১৯৬৬-৬৭

ডিব্রুগড় ….. হৰিপ্ৰসাদ নেওগ ……….. ১৯৬৭-৬৮

তেজপুৰ ….. হৰিপ্ৰসাদ নেওগ ……….. ১৯৬৮-৬৯

বৰেপটা ….. চৈয়দ আব্দুল মালিক ……….. ১৯৬৯-৭০

ধিং ….. যতীন্দ্ৰ নাথ গোস্বামী ……….. ১৯৭০-৭১

মাকুম ….. যতীন্দ্ৰ নাথ গোস্বামী ……….. ১৯৭১-৭২

ধুবুৰী ….. যতীন্দ্ৰ নাথ গোস্বামী ……….. ১৯৭২-৭৩

ৰঙীয়া ….. নগেন শইকীয়া ……….. ১৯৭৩-৭৪

মঙ্গলদৈ ….. নগেন শইকীয়া ……….. ১৯৭৪-৭৫

তিতাবৰ ….. নগেন শইকীয়া ……….. ১৯৭৫-৭৬

টিহু ….. হেমন্ত কুমাৰ শৰ্মা ……….. ১৯৭৬-৭৭

অভয়াপুৰী ….. আব্দুছ চাত্তাৰ  ……….. ১৯৭৭-৭৮

গোলাঘাট ….. লীলা গগৈ ……….. ১৯৭৮-৭৯

শুৱালকুছি ….. লীলা গগৈ ……….. ১৯৭৯-৮০

ৰহা ….. নগেন শইকীয়া ……….. ১৯৮০-৮১

তিনিচুকীয়া ….. দুৰ্গেশ্বৰ শৰ্মা ……….. ১৯৮১-৮২

ডিফু ….. নগেন শইকীয়া ……….. ১৯৮২-৮৩

বঙাইগাওঁ ….. নগেন শইকীয়া ……….. ১৯৮৪-৮৫

বিহপুৰীয়া ….. প্ৰফুল্ল চন্দ্ৰ ভট্টাচাৰ্য ১৯৮৫-৮৬

কামপুৰ ….. অমল ৰাজখোৱা ……….. ১৯৮৬-৮৭

পাঠশালা ….. অমল ৰাজখোৱা ……….. ১৯৮৭-৮৮

হাইলাকান্দি ….. অমল ৰাজখোৱা ……….. ১৯৮৮-৮৯

ডুমডুমা ….. সতীশ চন্দ্ৰ চৌধুৰী ……….. ১৯৮৯-৯০

বিশ্বনাথ চাৰিআলি ….. সতীশ চন্দ্ৰ চৌধুৰী ……….. ১৯৯০-৯১

দুধনৈ ….. নাহেন্দ্ৰ পাদুন ……….. ১৯৯১-৯২

গোৰেশ্বৰ ….. ৰামচৰণ ঠাকুৰীয়া ……….. ১৯৯২-৯৩

শিৱসাগৰ ….. ৰামচৰণ ঠাকুৰীয়া ……….. ১৯৯৩-৯৪

মৰিগাওঁ ….. সতীশ চন্দ্ৰ চৌধুৰী ……….. ১৯৯৪-৯৫

সৰ্থেবাৰী ….. সতীশ চন্দ্ৰ চৌধুৰী ……….. ১৯৯৫-৯৬

বোকাখাত ….. সতীশ চন্দ্ৰ চৌধুৰী ……….. ১৯৯৬-৯৭

বিলাসীপাৰা ….. শৈলেন দাস ……….. ১৯৯৭-৯৮

হাওৰাঘাট ….. শৈলেন দাস ……….. ১৯৯৮-৯৯

হাজো ….. বসন্ত কুমাৰ গোস্বামী ……….. ১৯৯৯-২০০১

ডিব্রুগড় ….. বসন্ত কুমাৰ গোস্বামী ……….. ২০০১-০৩

লক্ষিমপুৰ ….. জগদ্বীশ পাটগিৰি ……….. ২০০৩-০৫

ছিপাঝাৰ ….. জগদ্বীশ পাটগিৰি ……….. ২০০৫-০৭

চাপৰ ….. প্ৰদীপ ভূঞা ……….. ২০০৭-০৯

ধেমাজী ….. পৰমানন্দ ৰাজবংশী ……….. ২০০৯-১১

দেৰগাওঁ ….. পৰমানন্দ ৰাজবংশী ……….. ২০১১-১৩

বৰেপটা ৰোড ….. প্ৰাদ তাছা ……….. ২০১৩-১৫।

0 0 0

Leave a Reply

Your email address will not be published. Required fields are marked *