ভিন ভিন ক্ষেত্রত  অসমৰ প্রথম । First Assamese in Different Fields

ভিন ভিন ক্ষেত্রত  অসমৰ প্রথম

 

বিষয় (ক্ষেত্রে) ………………….. ব্যক্তি

অসমৰ প্ৰথম আই. চি. এচ ……….  আনন্দৰাম বৰুৱা।

পি. এইচ. ডি ……….  ময়িদুল ইছলাম বৰা।

উজনি অসমৰ প্ৰথম  গ্ৰেজুৱেট ………. জগন্নাথ বৰুৱা।

নামনি অসমৰ প্ৰথম গ্ৰেজুৱেট ……….  আনন্দৰাম বৰুৱা।

অসমৰ প্ৰথম চাহ খেতিয়ক ……….  জগন্নাথ বৰুৱা।

ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া ………. ফখৰুদ্দিন আলি আহমেদ।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ……….  দেৱকান্ত বৰুৱা (১৯৭৫)।

ৰাজ্যপাল হোৱা প্ৰথম অসমীয়া ………. বিষ্ণুৰাম মেধি (তামিলনাডু)।

গুৱাহাটী উচ্চ ন্যায়লায়ৰ বিচাৰপতি ……….  হলিৰাম ডেকা (১৯৬১)।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ……….  কৃষ্ণকান্ত সন্দিকৈ (১৯৪৮)।

অসমৰ বাহিৰত আন ৰাজ্যৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ……….  শৰৎ কুমাৰ দত্ত

স্বাধীন অসমৰ মুখ্যমন্ত্ৰী ……….  গোপীনাথ বৰদলৈ।

সামৰিক বাহিনীৰ বীৰচক্ৰ ……….  উৎপল বৰুৱা (১৯৬৫)।

অৰ্জুন বঁটা প্ৰাপক ……….  দৌৰবিদ ভোগেশ্বৰ বৰুৱা (১৯৬৬)।

পদ্মভূষণ উপাধি লাভ ……….  বিমলা প্ৰসাদ চলিহা।

সংগীত নাটক একাডেমী বঁটা লাভ ……….  শ্ৰী শ্ৰী মিত্ৰদেৱ মহন্ত (১৯৬১)।

ডাক টিকটত স্থান পোৱা ব্যক্তি ……….  লক্ষ্মীনাথ বেজবৰুৱা।

সাহিত্য একাডেমী বঁটা লাভ ……….  যতীন্দ্ৰ নাথ দুৱৰা (১৯৫৫)।

কুমেৰু মহাদেশত ভৰি দিয়া বিজ্ঞানী ……….  ৰাঘৱ চন্দ্ৰ ডেকা (১৯৮৭)।

গুঃ বিশ্ববিদ্যালয়ৰ প্ৰথম ডক্টৰেট ………. সত্যেন্দ্ৰ নাথ শৰ্মা,  মহেশ্বৰ নেওগ।

অসমীয়া কথা-ছবি নিৰ্মাতা ……….  জ্যোতি প্ৰসাদ আগৰৱালা।

কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰী পদ ……….  সুৰেন্দ্ৰ নাথ বুঢ়াগোঁহাই।

লণ্ডণ বিশ্ববিদ্যালয়ৰ পৰা ডি. লিট. উপাধি লাভ কৰা ………. ড০ সূৰ্য কুমাৰ ভূঞা।

বিলাতত ইঞ্জিয়িাৰিং পাছ ……….  বলি নাৰয়ণ বৰা।

প্ৰথম অসমীয়া ভাষা তত্বত ডক্টৰেট ……….  ড০ বাণীকান্ত কাকতি।

বিদেশত স্বাধীন ব্যৱসায় কৰা প্ৰথমজন অসমীয়া ………. ভোলানাথ বৰুৱা।

অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্বনৰ সভাপতি ……….  নুৰুল আমিন।

আইন বিষয়ত ডক্টৰেট ……….  জগদীশ চন্দ্ৰ মেধি।

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ……….  পাৰ্বতী কুমাৰ গোস্বামী।

জ্ঞানপীঠ বঁটা লাভ কৰোঁতা ……….  বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৯৭৯)।

বিলাতত শিক্ষা লাভ ……….  আনন্দৰাম ঢেকিয়াল ফুকন।

প্ৰথম পানীজাহাজ ক্ৰয় কৰা অসমীয়াজন ……….  মাণিক চন্দ্ৰ বৰুৱা।

চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ……….  কেশব নাথ ফুকন।

সৰ্বভাৰতীয় বিজ্ঞান বঁটা লাভ ……….  খনিন্দ্ৰ বৰুৱা (১৯৯৩)।

ছোভিয়েট দেশ নেহৰু বঁটা লাভ ………. সুৰেন্দ্ৰ মোহন দাস।

সৰ্বভাৰতীয় দুৰ্গা ৰতন বঁটা লাভ ……….  কীৰ্তিনাথ হাজৰিকা (১৯৮৬)।

সৰ্বভাৰতীয় শংকৰদেৱ বঁটা লাভ ………. কীৰ্তিনাথ হাজৰিকা আৰু ভূপেন হাজৰিকা (১৯৮৭)।

সৰ্বভাৰতীয় গোৱেঙ্কা বঁটা ……….  কীৰ্তিনাথ হাজৰিকা (১৯৮৭)।

কানাডাৰ শ্রেষ্ঠ ‘অকোফা’ বঁটা লাভ ……….   ড০  ঈশ্বৰ চন্দ্ৰ চক্ৰবৰ্তী।

কথাছবিৰ পৰিচালক ……….  প্ৰমথেশ বৰুৱা।

ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ……….  ৰঞ্জীত বৰপূজাৰী (১৯৬০)।

‘সৰ্বভাৰতীয় দাদাচাহেব ফােল্ক বঁটা’ লাভ ………. ড০ ভূপেন  হাজৰিকা (১৯৯২)।

বঙালী  ছবিত অভিনয় কৰা শিল্পী ……….  প্ৰমথেশ বৰুৱা 

প্ৰথম অসময়ীয়া বিমান চালক ……….  মহানন্দ দাস।

ভাৰতীয় চলচিত্ৰত সৰ্বপ্ৰথম অসমীয়াজন ……….  ড০ ভূপেন হাজৰিকা।

অসমীয়া টাইপ ৰাইটাৰৰ আৱিষ্কাৰক ……….  হৰিপ্ৰসাদ বৰুৱা।

‘অসম উপত্যকা বঁটা’ লাভ ……….  ড০  ভবেন্দ্ৰনাথ শইকীয়া (১৯৯৩)।

অসম সাহিত্য সভাৰ উপাধি লাভ ……….  লক্ষ্মীনাথ বেজবৰুৱা (সাহিত্যৰথী)।

গুৱাহাটী দূৰদৰ্শনত বাতৰি পঢ়োতা ………. প্ৰতাপ বৰদলৈ।

0 0 0 

Leave a Reply

Your email address will not be published. Required fields are marked *