ভাৰতীয় সেনা বিষয়াৰ পদবীসমূহ

 

(ক) স্থল বাহিনী

(পদ-মৰ্যদাৰ ক্ৰম অনুসৰি)                    

১ঃ জেনেৰেল।

২ঃ লেফটেনেন্ট জেনেৰেল

৩ঃ মেজৰ জেনেৰেল

৪ঃ ব্রিগেডিয়েৰ

৫ঃ কৰ্ণেল

৬ঃ লেফটেনেন্ট কৰ্ণেল

৭ঃ মেজৰ

৮ঃ কেপ্তেইন

৯ঃ লেফটেনেন্ট কেপ্তেইন

১০ঃ চেকেণ্ড লেফটেনেন্ট।

(খ) নৌ বাহিনী 

(পদ-মৰ্যদাৰ ক্ৰম অনুসৰি)                 

১ঃ এডমিৰেল

২ঃ ভাইচ এডমিৰেল

৩ঃ ৰিয়াৰ এডমিৰেল

৪ঃ কমোদোৰ

৫ঃ কেপ্তেইন

৬ঃ কামাণ্ডাৰ

৭ঃ লেফটেনেন্ট কামাণ্ডাৰ

৮ঃ লেফটেনেন্ট

৯ঃ ছাব লেফটেনেন্ট 

১০ঃ এক্টিং ছাব লেফটেনেন্ট।

(গ) বায়ু বাহিনী

(পদ-মৰ্যদাৰ ক্ৰম পদবী)                   

১ঃ এয়াৰ চীপ মাৰ্ছাল

২ঃ এয়াৰ মাৰ্ছাাল

৩ঃ এয়াৰ ভাইচ মাৰ্ছাল

৪ঃ এয়াৰ কমোদোৰ

৫ঃ গ্ৰুপ কেপ্তেইন

৬ঃ উইং কামাণ্ডাৰ

৭ঃ স্কোৱাদ্ৰেন লিডাৰ

৮ঃ ফাইটাৰ  লেফটেনেন্ট

৯ঃ ফ্লাইয়িং  অফিচাৰ

১০ঃ পাইলট অফিচাৰ। 0  0 0 

Leave a Reply

Your email address will not be published.