ভাৰতৰ উচ্চতম, বৃহত্তম, দীৰ্ঘতম, ক্ষুদ্রতম 

 

ভাৰতৰ বৃহত্তম ব-দ্বীপ ………..           সুন্দৰবন

ভাৰতৰ বৃহত্তম মৰুভূমি ………..          থৰ মৰুভূমি

ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ ………..             স্বৰ্ণ মন্দিৰ, অমৃতস্বৰ

ভাৰতৰ বৃহত্তম হ}দ ………..                  কাল্লেৰু, অন্ধ প্ৰদেশ

ভাৰতৰ বৃহত্তম নদী-দ্বীপ ………..         মাজুলী (ব্রহ্মপুত্ৰ)

ভাৰতৰ বৃহত্তম গুহা ………..                 অমৰনাথ গুহা

ভাৰতৰ বৃহত্তম গীৰ্জা ………..             চে কেথেড্ৰেল, গোৱা

ভাৰতৰ বৃহত্তম গুহা মন্দিৰ ………..         ইলোৰা, মহাৰাষ্ট্ৰ

ভাৰতৰ বৃহত্তম চিনেমা হ’ল ………..       থাংগাম, মাদুৰাই

ভাৰতৰ বৃহত্তম বান্ধ ………..                 নাগাৰ্জুনা সাগৰ

ভাৰতৰ  বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চল ………..  আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ।

ভাৰতৰ বৃহত্তম জনবহুল নগৰ ……….. মুম্বাই

ভাৰতৰ বৃহত্তম গুহা ……….. অমৰনাথ গুহা

ভাৰতৰ বৃহত্তম পুথিভঁৰাল  ……….. নেচনেল লাইব্রেৰী, কলকাতা।

ভাৰতৰ উচ্চতম শৃঙ্গ ……….. গডউইন অষ্টিন

ভাৰতৰ উচ্চতম টি ভি টাৱাৰ ………..  মুম্বাই

ভাৰতৰ উচ্চতম জলপ্ৰপাত ………..  গাৰছোপ্পা জলপ্ৰপাত, কৰ্ণাটক

ভাৰতৰ উচ্চতম ওলোমা দলং ………..  পৱ ডাড়, গুজৰাট

ভাৰতৰ উচ্চতম পথ  ………..  খাৰডুনগ্না (৫,৬৮২ মিটাৰ)

ভাৰতৰ উচ্চতম স্তম্ভ ……….. কুটুব মিনাৰ

ভাৰতৰ উচ্চতম বান্ধ ………..  ভাক্ৰা নাঙল বান্ধ, পঞ্জাৱ

ভাৰতৰ উচ্চতম বিমান বন্দৰ ……….. লেহ,  লাডাখ

ভাৰতৰ সর্বোচ্চ সন্মান  ……….. ভাৰতৰত্ন।

ভাৰতৰ দীৰ্ঘতম ৰেল দলং ……….. শোন নদীৰ দলং

ভাৰতৰ দীৰ্ঘতম বান্ধ  ……….. হীৰাকুঁদ বান্ধ

ভাৰতৰ দীৰ্ঘতম সুৰঙ্গ ……….. পৰছিক সুৰঙ্গ

ভাৰতৰ দীৰ্ঘতম দলং  ………..  মহাত্মা গান্ধী সেতু  (গংগা নদী)

ভাৰতৰ দীৰ্ঘতম পথ ………..  গ্ৰেণ্ড ট্ৰাংক ৰোড

ভাৰতৰ দীৰ্ঘতম ওলোমা দলং ………..  বিদ্যাসাগৰ সেতু, কলকাতা

ভাৰতৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম ……….. খড়গপুৰ

ভাৰতৰ দীৰ্ঘতম যাত্ৰীবাহী ৰেল ……….. গুৱাহাটী-ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ

ভাৰতৰ সৰ্বাধিক ব্যস্ত বিমান বন্দৰ ……….. মুম্বাই বিমান বন্দৰ

ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই ……….. মৌচিনৰাম, মেঘালয়

ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য  ……….. গোৱা। 0 0 0

Leave a Reply

Your email address will not be published. Required fields are marked *