ভাৰতৰ উপৰাষ্ট্রপতিসকলৰ তালিকা।List of Indian Vice Presidents

ভাৰতৰ উপৰাষ্ট্রপতিসকলৰ তালিকা

 

উপৰাষ্ট্ৰপতিসকলৰ নাম ……..  কাৰ্যকাল

সৰ্বপল্লী ৰাধাকৃষ্ণণ ……….. ১৯৫২ – ১৯৬২

জাকিৰ হুছেইন ……….. ১৯৬২ – ১৯৬৭

বৰাহগিৰি ভেংকটগিৰি ……….. ১৯৬৭ – ১৯৬৯

জি এচ পাঠক ……….. ১৯৬৯ – ১৯৭৪

বি ডি জাট্টি ……….. ১৯৭৪ – ১৯৭৯

মহম্মদ হেদায়েতুল্লা ……….. ১৯৭৯ – ১৯৮৪

ৰামস্বামী ভেংকটৰমণ ……….. ১৯৮৪ – ১৯৮৭

শংকৰ দয়াল শৰ্মা ……….. ১৯৮৭ – ১৯৯২

কে আৰ নাৰায়ণন ……….. ১৯৯২ – ১৯৯৭

শ্ৰী কৃষ্ণ কান্ত ……….. ১৯৯৭ – ২০০২

ভেৰু সিং শ্বেখাৱট ……….. ২০০২ – ২০০৭

মহম্মদ হামিদ আনছাৰী ……….. ২০০৭ – ২০১৭

ভেঙ্কায়া নাইডু ……….. ২০১৭ – বর্তমানলৈ। 

Leave a Reply

Your email address will not be published. Required fields are marked *