ভাৰতৰ সেনা প্রশিক্ষণ কেন্দ্ৰসমূহ

 

প্রশিক্ষণ কেন্দ্ৰৰ নাম ……….. স্থান 

(১) ইণ্ডিয়ান মিলিটাৰী একাডেমী ……….. দেৰাদুন

(২) ডিফেন্স চাৰ্ভিচ  ষ্টাফ কলেজ ……….. ৱেলিংটন

(৩) নেচনেল ডিফেন্স একাডেমী ……….. খদক বছলা

(৪) নেচনেল ডিফেন্স কলেজ ……….. নতুন দিল্লী

(৫) অফিছাৰ্চ ট্রেইনিং স্কুল ……….. মাদ্ৰাজ

(৬) স্কুল অব আৰ্টিলাৰী ……….. দেউলালী

(৭) কলেজ অব মিলিটাৰী ইঞ্জিনিয়াৰিং ……….. কিৰকী

(৮) ইনষ্টিটিউট অব ডিফেন্স মেনেজমেন্ট ……….. চেকান্দৰবাদ

(৯) আৰ্মি ডিফেন্স ক্ৰপচ স্কুল ……….. জব্বলপুৰ

(১০) আৰ্মড ফ’ৰচেচ মেডিকেল কলেজ ……….. পুনা

(১১) ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজ ……….. দেৰাদুন

(১২) আৰ্মি ক্লাৰ্কচ ট্রেইনিং চেন্টাৰ ……….. ঔৰংগবাদ

(১৩) আৰ্মি এয়াৰ টেন্সপ’ৰ্ট চােপাৰ্ট স্কুল ……….. আগ্ৰা

(১৪) ইনটেলিজেন্স ট্রেইনিং স্কুল এণ্ড ডিপ’ট ………..   পুনে

(১৫) ক্ৰপছ অফ মিলিটাৰী পুলিচ চেন্টাৰ এণ্ড স্কুল ……….. বাংগালোৰ

(১৬) ইনফ্রেনটি স্কুল ……….. হাউ

(১৭) আৰ্মি কেডেট কলেজ ……….. দেৰাদুন

(১৮) হাই এলটিটিউড ওৱেলফেয়াৰ স্কুল ……….. গুলমাৰ্গ

(১৯) আৰ্মি চাৰ্ভিচ  ক্ৰপচ স্কুল ……….. বেৰিলি

(২০) কলেজ কম্বেট ……….. হাউ। 0 0 0

 

Leave a Reply

Your email address will not be published. Required fields are marked *