ভাৰতৰ ৰাষ্ট্রপতিসকলৰ তালিকা

 

ৰাষ্ট্ৰপতিসকলৰ নাম ……….  কাৰ্যকাল

ৰাজেন্দ্ৰ প্ৰসাদ ……….. ২৬ জানুৱাৰী ১৯৫০ – ১৩ মে, ১৯৬২

সৰ্বপল্লী ৰাধাকৃষ্ণণ ……….. ১৩ মে, ১৯৬২ – ১৩ মে, ১৯৬৭                    

জাকিৰ হুছেইন ……….. ১৩ মে, ১৯৬৭ – ৩ মে, ১৯৬৯

বৰাহগিৰি ভেঙ্কটগিৰি (ভাৰপ্ৰাপ্ত) ……….. ৩ মে, ১৯৬৯ – ২০ জুলাই, ১৯৬৯

মহম্মদ হেদায়েতুল্লা (ভাৰপ্ৰাপ্ত) ……….. ২০ জুলাই, ১৯৬৯- ২৪ আগষ্ট, ১৯৬৯

বৰাহগিৰি ভেঙ্কটগিৰি ……….. ২৪আগষ্ট,১৯৬৯-২৪ আগষ্ট, ১৯৭৪

ফখৰুদ্দিন আলি আহমেদ ……….. ২৪ আগষ্ট,১৯৭৪- ১১ ফেব্রু, ১৯৭৭           

বি ডি জাট্টি (ভাৰপ্ৰাপ্ত) ……….. ১১ ফেব্রু, ১৯৭৭- ২৫ জুলাই, ১৯৭৭

নীলম সঞ্জীৱ ৰেড্ডি ……….. ২৫ জুলাই,১৯৭৭- ২৫ জুলাই, ১৯৮২

গিয়ানী জেইল সিং ……….. ২৫ জুলাই,১৯৮২- ২৫ জুলাই, ১৯৮৭

ৰামস্বামী ভেঙ্কটৰমণ ……….. ২৫ জুলাই, ১৯৮৭- ২৫ জুলাই, ১৯৯২

শংকৰ দয়াল শৰ্মা ……….. ২৫ জুলাই, ১৯৯২- ২৫ জুলাই, ১৯৯৭                

কে আৰ নাৰায়ণন ……….. ২৫ জুলাই, ১৯৯৭- ২৫ জুলাই, ২০০২                 

এ পি জে আব্দুল কালাম ……….. ২৫ জুলাই, ২০০২- ২৪ জুলাই, ২০০৭

প্ৰতিভা পাটিল ……….. ২৫ জুলাই, ২০০৭- ২৫ জুলাই, ২০১২

প্ৰণৱ মুখাৰ্জী ……….. ২৫ জুলাই, ২০১২-  ২৫ জুলাই, ২০১৭       

ৰামনাথ কভিন্দ ……….. ২৫ জুলাই, ২০১৭ –  বৰ্তমানলৈ। 0 0 0

 

Leave a Reply

Your email address will not be published. Required fields are marked *