অসমৰ সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা। List of Assam Shahitya Shava Presidents

অসমৰ সাহিত্য সভাৰ সভাপতিসকলৰ  তালিকা   চন … সভাপতি ……. সভা অনুষ্ঠিত হোৱা ঠাই  ১৯১৭ … পদ্মনাথ গোহাঞি বৰুৱা ……. শিৱসাগৰ  ১৯১৮ … চন্দ্ৰধৰ বৰুৱা ……. গোৱালপাৰা ১৯১৯ … কালিৰাম মেধি ……. বৰেপটা ১৯২০ … হেমচন্দ্ৰ গোস্বামী ……. তেজপুৰ ১৯২৩ … অমৃতভূষণ দেৱ অধিকাৰী ……. যোৰহাট ১৯২৪ … কনকলাল বৰুৱা ……. ডিব্ৰুগড় ১৯২৪ … লক্ষ্মীনাথ বেজবৰুৱা ……. গুৱাহাটী ১৯২৫ … ৰজনীকান্ত বৰদলৈ ……. নগাওঁ ১৯২৬ … বেণুধৰ ৰাজখোৱা ……. ধুবুৰী […]

Read More

অসমৰ ৰাজ্যপালসকলৰ তালিকা। List of Assam Governors

অসমৰ ৰাজ্যপালসকলৰ তালিকা   ৰাজ্যপালৰ নাম  ……….  কাৰ্যকাল হেনৰী জোছেফ টুইনাম ………. ১৯৩৮ – ১৯৩৯ ৰবাৰ্ট নীল ৰেইড ………. ১৯৩৯ – ১৯৪২ এনড্ৰিউ গৌৰলে ক্ল ………. ১৯৪২- ১৯৪৬ ৰেডেৰিক চালমাৰ্ছ ব’ৰ্ন ………. ১৯৪৬ – ১৯৪৬ হেনৰী ফ’লি নাইট ………. ১৯৪৬ – ১৯৪৬ এনড্ৰিউ গৌৰলে ক্ল ………. ১৯৪৬ – ১৯৪৭ মহম্মদ আকবৰ হাইদৰী ………. ১৯৪৭ – ১৯৪৮ ৰোনাল্ড ফেঞ্চিছ ………. ১৯৪৮ – ১৯৪৯ শ্ৰী প্ৰকাশ ………. ১৯৪৯ – ১৯৫০ জয়ৰাম দাস […]

Read More

অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা । List of Assam Chief Ministers

অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা   মুখ্যমন্ত্ৰীসকলৰ নাম ……….. কাৰ্যকাল চাৰ চৈয়দ মহম্মদ চাদুল্লা ………. ১ এপ্ৰিল, ১৯৩৭–১১ নৱেম্বৰ ,১৯৪৬ গোপীনাথ বৰদলৈ ………. ১৯ চেপ্তেম্বৰ, ১৯৩৮–১৯৫০ বিষ্ণুৰাম মেধি ………. ৯ আগষ্ট, ১৯৫০–২৭ ডিচেম্বৰ, ১৯৫৭ বিমলা প্ৰসাদ চলিহা ………. ২৮ ডিচে, ১৯৫৭–৬ নৱেম্বৰ, ১৯৭০ মহেন্দ্ৰ মোহন চৌধুৰী ………. ১১ নৱেম্বৰ, ১৯৭০–৩০ জানু, ১৯৭২ শৰৎ চন্দ্ৰ সিংহ ………. ৩১ জানুৱাৰী, ১৯৭ –১২ মাৰ্চ, ১৯৭৮ গোলাপ বৰবৰা ………. ১২ মাৰ্চ, ১৯৭৮ — ৯ চেপ্তেম্বৰ, ১৯৭৯ […]

Read More

অসমীয়া নাট্য উদ্যোগ কুইজ । Assamese Theatre Quiz

অসমীয়া নাট্য উদ্যোগ কুইজ     প্রঃ অসমীয়া নাটকৰ পিতৃস্বৰূপ কোন ?  উঃ শ্ৰীমন্ত শংকৰদেৱ। প্রঃ শ্ৰীমন্ত  শংকৰদৱে ৰচনা কৰা নাটকসমূহক কি বুলি কোৱা হয় ? উঃ অংকীয়া নাট। প্রঃ অংকীয়া নাটকৰ মুখ্য চৰিত্ৰ কি ? উঃ সূত্ৰধাৰ। প্রঃ অসমৰ থিয়েটাৰৰ মূল ভেটি কি ? উঃ পুৰণি কালত অসমত প্ৰচলিত ‘ওজাপালি’ আৰু ‘পুতুলা নাচ’ অসমৰ থিয়েটাৰৰ মূল Îভটি। প্রঃ লম্বোদৰ বৰাই অসমীয়ালৈ অনুবাদ কৰা সংস্কৃত নাটক কোনখন ? উঃ কালিদাসৰ ‘শকুন্তলা’। প্রঃ কামৰূপ […]

Read More

অসমীয়া সাহিত্য কুইজ । Assamese Literature Quiz

অসমীয়া ভাষা আৰু সাহিত্য কুইজ     প্রঃ  অসমীয়া ভাষাৰ মূল ভাষা কি ?  উঃ সংস্কৃত। প্রঃ কেতিয়া অসমীয়া ভাষাৰ উদ্ভৱ হয় ? উঃ নৱম আৰু দশম শতিকাত। প্রঃ অসমীয়া ভাষা এক আৰ্যমূলীয় ভাষা হয়নে ? উঃ হয়। প্রঃ অসমীয়া ভাষাটো ভাৰতীয় কোন ভাষা গোষ্ঠীৰ অন্তর্গত ? উঃ আৰ্য ভাষা গোষ্ঠীৰ  অন্তৰ্গত। প্রঃ পশ্চিম অসমত অসমীয়া ভাষাটো কি সুকীয়া নামেৰে পৰিচিত ? উঃ কামৰূপী ভাষা। প্রঃ অসমীয়া ভাষা-সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় […]

Read More

অসমীয়া চলচিত্ৰ কুইজ।Assamese Cinema Quiz

অসমীয়া চলচিত্ৰ কুইজ    প্রঃ অসমীয়া ছবিজগতৰ পিতৃস্বৰূপ কোন ? উঃ জ্যোতি প্ৰসাদ আগৰৱালা। প্রঃ প্রথম অসমীয়া চলচিত্ৰ স্টুডিঅ’ ৰ নাম কি ? উঃ তেজপুৰত ১৯৩৪ চনত প্রতিষ্ঠিত  ‘চিত্ৰবন’। প্রঃ অসমৰ প্রথম বোলছবি কোনখন ? উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ (১৯৩৫ চন)। প্রঃ প্রথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী  কোন ? উঃ প্ৰফুল্ল চন্দ্ৰ বৰুৱা। প্রঃ প্রথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচিত্ৰ কোনখন ? উঃ ড০ বেজবৰুৱা। প্রঃ ‘জয়মতী’ চলচিত্ৰত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল ? উঃ আইদেউ […]

Read More

অসমৰ হস্ত-শিল্প কুইজ।Assam Handicraft Quiz

অসমৰ হস্ত শিল্প কুইজ  প্রঃ ‘হস্তশিল্প’  বুলিলে কি বুজা ? উঃ ঘৰুৱা পৰিৱেশত সাধাৰণ সঁজুলিৰ সহায়ত হাতেৰে সা-সামগ্ৰী তৈয়াৰ কৰা  শিল্পক ‘হস্তশিল্প’ বোলে। প্রঃ বাঁহেৰে নিৰ্মিত ৰাজ্যখনৰ গৌৰৱময় প্রতীকটো কি ? উঃ জাপি। প্রঃ বিবাহিতা মহিলাই অসমত কিহৰ খাৰু পিন্ধে ? উঃ শঙ্খৰ খাৰু। প্রঃ অসমীয়া সমাজত তামোল পাণেৰে আদৰণি জনাবৰ বাবে ব্যবহৃত হোৱা পাত্ৰটোক কি বুলি কোৱা হয় ? উঃ শৰাই। প্রঃ ধাৰাৰ অসমীয়া স্থানীয় নাম কি ? উঃ কঠ। প্রঃ গুৱাহাটীৰ আমবাৰীস্থ […]

Read More

অসমৰ চাহ উদ্যোগ কুইজ। Assam Tea Industry Quiz

  অসমৰ চাহ উদ্যোগ কুইজ    প্রঃ অসমত কেতিয়া চাহৰ আৱিষ্কাৰ হয় ? উঃ ১৮২৩ চনত। প্রঃ চাহৰ বৈজ্ঞানিক নাম কি ? উঃ কেমেলিয়া চিনেনচিছ। প্রঃ  চাৰ আলেকজেণ্ডাৰ ব্রুচ চাহাবে কোন জনজাতিৰ লোকসকলৰ পৰা অসমত চাহৰ অৱস্থিতি  জানিব পাৰিছিল ? উঃ চিংফৌসকলৰ পৰা। প্রঃ  অসমীয়া চাহৰ পিতৃস্বৰূপ কোন ? উঃ চাৰ আলেকজেণ্ডাৰ ব্রুচ । প্রঃ ‘ফিনাপ’ কি ? উঃ চিংফৌসকলে চাহ পাতৰ পৰা তৈয়াৰ কৰা এবিধ পানীয়ক ‘ফিনাপ’ বুলি কোৱা হয় ? প্রঃ  অসমত […]

Read More

অসম সংস্কৃতি কুইজ। Assam Culture Quiz

গুৱাহাটী মহানগৰত থকা পাঁচোটা মন্দিৰ যথা- কামাখ্যা, উমানন্দ, নৱগ্ৰহ, উগ্ৰতৰা আৰু অশ্বক্লান্ত মন্দিৰক একেলগে ‘পঞ্চতীর্থ’ বুলি কোৱা হয়।

Read More

অসমৰ বন্যপ্রাণী আৰু ৰাষ্ট্রীয় উদ্যান তথ্য।Assam Wild Life Data

অসমৰ বন্যপ্রাণী আৰু ৰাষ্ট্রীয় উদ্যান তথ্য    প্রঃ অসমৰ বৃহত্বম ৰাষ্ট্ৰীয়  উদ্যান কোনখন ? উঃ মানাহ ৰাষ্ট্ৰীয় উদ্যান। প্রঃ অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে ? উঃ ৫ খন। প্রঃ অসমৰ ৰাজ্যিক ফুল কি ? উঃ কপৌ ফুল। প্রঃ অসমৰ ৰাজ্যিক বৃক্ষ  কি ? উঃ হোলোং গছ। প্রঃ অসমৰ ৰাজ্যিক পশু কি ? উঃ এশিঙ্গীয়া গড়। প্রঃ অসমৰ ৰাজ্যিক পক্ষী কি ? উঃ দেওঁ হাঁহ। প্রঃ অসমত পোৱা বন মানুহবিধক কি বুলি কোৱা হয় […]

Read More