অসমৰ যোগাযোগ তথ্য।Assam Communication Data

অসমৰ যোগাযোগ ব্যৱস্থাৰ  বিভিন্ন তথ্য   প্রঃ অসমত আধুনিক যোগাযোগ ব্যবস্থাৰ সূচনা কেতিয়াৰ পৰা হয় ? উঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ সময়ৰ পৰা। প্রঃ অসমত কেতিয়া ঘাইপথ (ৰাষ্ট্ৰীয়  পথ) স্থাপন কৰা হৈছিল ? উঃ ১৮৬৬ চনত। প্রঃ অসমৰ প্রধান ৰাষ্ট্ৰীয়  ঘাইপথ কোনটো ? উঃ ৩১ নং ৰাষ্ট্ৰীয় পথ। প্রঃ উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক’ত ? উঃ গুৱাহাটীৰ মালিগাওঁত। প্রঃ গুৱাহাটী আৰু শ্বিলংৰ মাজৰ […]

Read More

অসম ক্রীড়া তথ্য।Assam Sports Data

অসম ক্ৰীড়া তথ্য প্রঃ  ‘খেল-ধেমালী’ বুলিলে কি বুজা ? উঃ শাৰীৰিক আৰু মানসিক ব্যায়াম আৰু আনন্দ উপভোগৰ বাবে কিছুমান নীতি-নিয়ম মানি চলি  সাধাৰণ সঁজুলিৰ সহায়ত  অংগ সঞ্চালন  কৰা কাৰ্যক ‘খেল-ধেমালী’ বোলে । প্রঃ  ‘অসম হকী এছ’চিয়েচন’ কিমান চনত সংগঠিত হৈছিল ? উঃ ১৯৫৫ চনত। প্রঃ    বৰদলৈ ট্ৰফী প্রতিযোগিতাৰ প্রথম সংস্কৰণত কেইটা দলে অংশ গ্ৰহণ কৰিছিল ? উঃ ১৬ টা। প্রঃ   অসমৰ ক’ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্রতিযোগিতা অনুষ্ঠিত  হয় ? উঃ […]

Read More

অসম বুৰঞ্জী তথ্য। Assam History Data

অসম বুৰঞ্জী তথ্য   প্রঃ ‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি ? উঃ  নজনা কথাৰ ভঁৰাল। প্রঃ কুৰুক্ষেত্র  যুদ্ধত অংশ গ্ৰহণ কৰা প্রাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ? উঃ  ভগদত্ত । প্রঃ  কামৰূপ ৰাজ্যত বৰ্মণ বংশৰ প্রতিষ্ঠাতা  কোন ? উঃ  পুষ্য বৰ্মণ। প্রঃ  বৰ্মণ বংশৰ শ্রেষ্ঠ ৰজাজন কোন আছিল ? উঃ  ভাস্কৰ বৰ্মণ। প্রঃ  যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল ? উঃ  ৪ ভাগত। প্রঃ  কিমান চনত ভাস্কৰ বৰ্মণ প্রাগজ্যোতিষ […]

Read More

অসমৰ ভৌগোলিক তথ্য।Geography Data of Assam

অসমৰ ভৌগোলিক তথ্য   প্র: ‘অসম’ শব্দৰ অৰ্থ কি?  উঃ অসমান। প্র:  কেতিয়াৰ পৰা এই ৰাজ্যখনৰ নাম ‘অসম’ বুলি নামাকৰণ হোৱা আৰম্ভ হয়?  উঃ ত্ৰয়োদশ শতাব্দীৰ পৰা (আহোমসকলে অসমত ৰাজত্ব কৰিবলৈ লোৱাৰ পিছৰ পৰা)। প্র:  অসমৰ অতি প্রাচীন নাম কি আছিল? উঃ প্ৰাগজ্যোতিষপুৰ। প্র: মহাভাৰতত অসমৰ প্রাচীন নাম কি আছিল বুলি কোৱা হৈছে? উঃ প্ৰাগজ্যোতিষপুৰ। প্র: ‘প্রাগজ্যোতিষপুৰ’ নামৰ অৰ্থ কি? উঃ পূৱ দিশৰ জ্যোতিষ শাস্ত্ৰ চৰ্চাৰ নগৰ। প্র: প্রাচীন অসমৰ […]

Read More

অসম কুইজ। Assam Quiz । Asom Quiz

  অসম  কুইজ (ছাত্ৰ-ছাত্ৰীসকলৰ বাবে  সাধাৰণ জ্ঞানৰ হাত পুথি)           সংকলন আৰু সম্পাদনা ৰাব্বি  মছৰুৰ                 গ্ৰুহিলচ্ পাব্লিশ্বিং কমলপুৰ, বৰেপটা (অসম) …………………………………………………………………………………………….   Asom Quiz (A Hand Book of General Knowledge For Students.   First Edition 2019     Published by Growhills Publishing www.growhillsnet.com Email: growhillsngo@gmail.com   All rights reserved with the Publisher       Price : Rs. […]

Read More

মহৎ লোকৰ বাণী। Mahat Lokar Bani । Mahat Lokar Bani Growhills

    মহৎ লোকৰ  বাণী (ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্রেৰণাদায়ক জ্ঞানৰ হাত পুথি)   সংকলন আৰু সম্পাদনা ৰাব্বি মছৰুৰ                   গ্রোহিলচ্ পাব্লিশ্বিং কমলপুৰ, বৰেপটা (অসম)   ……………………………………………………………………………………………….   Mahat Lokar Bani (A Hand Book of General Knowledge For Students) Compiled & Edited by Rabbi Masrur     First Edition 2019       Published by Growhills Publishing www.growhillsnet.com Email:growhillsngo@gmail.com     All rights reserved […]

Read More

আজান ফকিৰ। Ajan Phakir ।Ajan Fair

আজান ফকিৰ —চমু পৰিচয় আজান ফকিৰ হৈছে এজন ইছলামধৰ্মী সাধু লোক। তেওঁ সপ্তাদশ শতিকাৰ আদি ভাগত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আৰবদেশৰ পৰা আৰু কোনো কোনোৰ মতে ভাৰতৰ আজমীৰৰ পৰা অসমলৈ আহে।  বুৰঞ্জীবিদ সূৰ্য কুমাৰ ভূঞাৰ মতে  ৰূপাই দা-ধৰা নামেৰে এজন লোকৰ চক্ৰান্তত সেই সময়ৰ আহোমৰজা গদাধৰ সিংহই আজান ফকিৰৰ চকু কাড়ে । পাছত তেওঁৰ ধৰ্মৰ মাহাত্ম্য বুজিব পাৰি দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বৃত্তি  দি থাকিবলৈ দিয়ে। তাতেই আজান ফকিৰে ইহলীলা সম্বৰণ কৰে। […]

Read More

ড০ জয়শ্ৰী গোস্বামী মহন্ত। Joyshree Goshwami Mahanta

ড০ জয়শ্ৰী গোস্বামী মহন্ত ড০ জয়শ্ৰী গোস্বামী মহন্ত  অসমৰ এগৰাকী  বিশিষ্ট  শিক্ষাবিদ, সাহিত্যিক তথা ভূতপূৰ্ব সাংসদ। তেওঁৰ জন্ম হয় ১৯৬০ চনত। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে  অৱসৰ গ্ৰহণ কৰে। ড০ জয়শ্ৰী গোস্বামী মহন্তই ১৯৯৯ চনৰ পৰা ২০০২ চনলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে  অসমক প্ৰতিনিধিত্ব কৰিছিল।  ড০ জয়শ্ৰী গোস্বামী মহন্তই  বহুতো গল্প, উপন্যাস, কবিতা, উপন্যাস, শিশু সাহিত্য ৰচনা কৰাৰ উপৰিও বহুতো মননশীল প্ৰৱন্ধ ৰচনা কৰিছে। মহাকবি, গান্ধাৰী, চাণক্য  আদি তেওঁৰ […]

Read More

ড০ প্ৰণয়ী দত্ত । Dr. Pranoyee Dutta

ড০ প্ৰণয়ী দত্ত–চমু পৰিচয় ড০ প্ৰণয়ী দত্ত  এজন শিক্ষাবিদ আৰু গৱেষক।  শৈশৱৰ পৰা মেধাৰ পৰিচয় দিয়া প্ৰণয়ী দত্তই ১৯৭০ চনত গুৱাহাটীৰ তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত দ্বিতীয় স্থান অধিকাৰ কৰি উত্তীর্ণ হয়। ১৯৭৩  চনত পদাৰ্থ বিজ্ঞানত অনাৰ্চসহ কটন কলেজৰ পৰা প্ৰথম শ্ৰেণীৰ তৃতীয় হৈ বি. এচ. চি আৰু ১৯৭৫ চনত কটন কলেজৰ পৰা প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান অধিকাৰ কৰি  এম. এচ. […]

Read More

চন্দ্ৰধৰ বৰুৱা । Chandradhar Baruah। Chandradhar Baruah Growhills

চন্দ্ৰধৰ বৰুৱা–চমু পৰিচয় চন্দ্ৰধৰ বৰুৱা (১৮৭৪-১৯৬১) এজন অসমীয়া  নাট্যকাৰ, কবি আৰু গীতিকাৰ আছিল। তেওঁৰ জন্ম হয় যোৰহাটত। তেওঁৰ পিতৃৰ নাম  দুৰ্গাধৰ আৰু মাতৃ প্ৰেমাৱতী। তেওঁ স্কুলীয়া  শিক্ষা যোৰহাটতে গ্ৰহণ কৰি ক’লেজীয়া শিক্ষা কলকাতাত লয়। পিছত আইন পঢ়ি ওকালতি কৰিবলৈ লয়। পিছলৈ  চাহৰ ব্যৱসায় আৰম্ভ কৰে। ‘সাৰ্বজনিক সভা’ আৰু ‘অসম এছোছিয়েছন’ৰ সৈতে চন্দ্ৰধৰ বৰুৱা ঘনিষ্ঠভাৱে জড়িত আছিল। ১৯৩০ চনত বিলাতত বহা ঘূৰণীয়া মেজমেলত তেওঁ  অসমক প্ৰতিনিধিত্ব কৰিছিল। চন্দ্ৰধৰ বৰুৱাই কেবাখনো নাট ৰচনা […]

Read More