ইছলামী কুইজ।Islamic Quiz । Rabbi Masrur

ইছলামী কুইজ (ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সাধাৰণ জ্ঞানৰ হাত পুথি)       সংকলন আৰু সম্পাদনা ৰাব্বি  মছৰুৰ       গ্রোহিলচ্ পাব্লিশ্বিং কমলপুৰ, বৰেপটা (অসম) Islami Quiz ( A Hand Book of General Knowledge For Students. Compiled & Edited by Rabbi Masrur First Edition 2019 Published by Growhills Publishing www.growhillsnet.com Email: growhills@growhillsnet.com All rights reserved with the Publisher Price: Rs. ……………../- D.T.P. by Growhills  D. T. P Operators. ……………………………………………………………………….   আগকথা […]

Read More

শিক্ষা আৰু মনোবিজ্ঞান কুইজ। শিক্ষা কুইজ।মনোবিজ্ঞান কুইজ। Psychology Quiz 

শিক্ষা আৰু মনোবিজ্ঞান কুইজ    প্রঃ I. Q.-ৰ সম্পূৰ্ণ ৰূপটো কি ? উঃ Intelligent Quotient. প্রঃ Intelligent Quotient ক অসমীয়াত কি বোলে ? উঃ বুদ্ধাংক। প্রঃ আনন্দ আৰু  স্ফুর্তি কৰি থাকিলে কোনবিধ ৰোগৰ সম্ভাৱনা কমি যায় ? উঃ কেন্সাৰ ৰোগৰ। প্রঃ টেলিপেথী কি ? উঃ ‘টেলিেপথী’ হ’ল যন্ত্ৰ ব্যৱহাৰ নকৰাকৈ বহুদূৰৰ পৰা দুজন ব্যক্তিৰ মাজত মন সংযোগ কৰা কাৰ্য।  প্রঃ জন্মৰ কিমান সময়ৰ পিছৰ পৰা শিশু এটাই আনক অনুকৰণ কৰে ? […]

Read More

পদাৰ্থ বিজ্ঞান কুইজ।পদাৰ্থ বিজ্ঞান। Physics Quiz

পদাৰ্থ বিজ্ঞান কুইজ    প্রঃ কোন চনত অ’ৰষ্টেডে প্ৰমাণ কৰিলে যে বিদ্যুৎ আৰু চুম্বকৰ মাজত এটা সম্পৰ্ক আছে ? উঃ ১৮২০ চনত। প্রঃ এক্সৰে -ৰশ্মি কিহেৰে গঠিত ? উঃ আলফা কণাৰ দ্বাৰা। প্রঃ ছি. জি. এছ. পদ্ধতিত কোনটো এককেৰে তৰল পদাৰ্থৰ আয়তন জোখা হয় ? উঃ লিটাৰ। প্রঃ এফ. পি. এছ. পদ্ধতিৰ ক্ষেত্ৰফলৰ একক কি ? উঃ বৰ্গফুট। প্রঃ কোৱান্টাম সূত্ৰৰ আৱিষ্কাৰক কোন ? উঃ মেক্স  প্লাংক। প্রঃ বৈদ্যুতিক শক্তিৰ  […]

Read More

ৰসায়ন বিজ্ঞান কুইজ। Chemistry Quiz

ৰসায়ন বিজ্ঞান কুইজ    প্রঃ পৃথিৱীত এতিয়ালৈকে কিমানবিধ মৌল আৱিষ্কাৰ হৈছে ? উঃ ১১৮ বিধ। প্রঃ পৰমাণুবাদ সূত্ৰৰ আৱিষ্কাৰ কোনে কৰিছিল ? উঃ জন ডেল্টন। প্রঃ পৰমাণুৰ কোনটো উপাদান (কণিকাই) পৰমাণুৰ আকাৰ নিৰ্ণয় কৰে ? উঃ ইলেক্ট্রন । প্রঃ আটাইতকৈ গধুৰ মৌলবিধ কি ? উঃ ইউৰেনিয়াম। প্রঃ পৃথিৱীৰ খোলাটোত সৰ্বাধিক পৰিমাণে উপলব্ধ ধাতুটোৰ নাম কি ? উঃ এলুমিনিয়াম। প্রঃ কোনবিধ গেছক নিক্ৰিয় গেছ বুলি কোৱা হয় ? উঃ আৰ্গন গেছক। […]

Read More

জীৱ বিজ্ঞান কুইজ । Biology Quiz

জীৱ বিজ্ঞান কুইজ    প্রঃ বিশ্বৰ আটাইতকৈ ডাঙৰ ফুলপাহ কি ? উঃ জায়েন্টা ৰাফলেছিয়া। প্রঃ অনুজীৱ বিদ্যা (Microbiology) ই কিহৰ বিষয়ে অধ্যয়ন কৰে ? উঃ সুক্ষ্ম অনুজীৱ। প্রঃ পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাপবিধৰ নাম কি ? উঃ আনাকণ্ডা। প্রঃ পৃথিৱীৰ ক্ষুদ্ৰতম মাছ বিধৰ নাম কি ? উঃ পাণ্ডাকা পিগ্মি। প্রঃ আধুনিক বংশগতি বিদ্যাৰ পিতৃ কোন ? উঃ বেটিছন। প্রঃ বিশ্বৰ আটাইতকৈ বিষাক্ত প্ৰাণীবিধ কি ? উঃ বিহকাঁড় ভেকুলী। প্রঃ মাছৰ বিষয়ে […]

Read More

পৰিৱেশ  বিজ্ঞান কুইজ।পৰিবেশ কুইজ। Environment Quiz । EVS Quiz

পৰিৱেশ  বিজ্ঞান   প্রঃ ‘পৰিৱেশ’ বুলিলে কি বুজা ? উঃ ‘পৰিৱেশ’ বুলিলে আমাৰ চাৰিওফালৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট ভৌতিক, সামাজিক আৰু সাংস্কৃতিক উপাদানসমূহক বুজায়। প্রঃ জীৱ আৰু পৰিৱেশৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াক কি বুলি কোৱা হয় ?· উঃ পৰিস্থিতিতন্ত্ৰ। প্রঃ পৰিস্থিতিতন্ত্ৰত জীৱ এটাই পালন কৰা ভূমিকাক কি হিচাপে জনা যায় ? উঃ নিট্চ্চ। প্রঃ কোনবোৰ  সম্পদ নবীকৰণ সম্ভৱ নহয় ? উঃ জীৱাষ্ম ইন্ধন। প্রঃ আমাৰ দেশৰ কিমান শতাংশ ভূমি অৰণ্যই অধিকাৰ কৰি […]

Read More

মহাকাশ অভিযান কুইজ । মহাকাশ কুইজ। Space Exploration Quiz

মহাকাশ অভিযান   প্রঃ মহাকাশৰ প্ৰথম পৰীক্ষাগাৰৰ নাম কি ? উঃ স্কাইলেব-১। প্রঃ কোন চনত পোন প্ৰথমবাৰৰ বাবে  মানুহে মহাকাশত খোজ দিছিল ? উঃ ১৯৬১ চনত। প্রঃ ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কোন চনত কক্ষপথত স্থাপন কৰা হৈছিল ? উঃ ১৯ এপ্ৰিল, ১৯৭৫ চন। প্রঃ ভাৰতৰ ৰাকেশ শৰ্মাই মহাকাশত কোন চনত খোজ দিছিল ? উঃ ৩ এপ্ৰিল, ১৯৮৪ চন। প্রঃ মহাকাশযানৰ প্ৰথম মহিলা পাইলট কোন আছিল ? উঃ আইলীন কলিনছ (আমেৰিকা যুক্তৰাষ্ট্ৰ)। […]

Read More

বিশ্বব্রহ্মাণ্ড কুইজ। মহাকাশ বিজ্ঞান কুইজ।Universe Quiz । Astronomy quiz

বিশ্বব্রহ্মাণ্ড   প্রঃ ‘বিজ্ঞান’ বুলিলে কি বুজা ? উঃ ‘বিজ্ঞান’ বুলিলে কোনো এক বিষয়, বস্তু বা ঘটনাৰ অন্তৰালত নিহিত থকা নীতি, সূত্ৰ বা কাৰ্য প্ৰণালীৰ  ওপৰত প্ৰণালীবদ্ধ পৰ্যেবক্ষণ, পৰীক্ষা নিৰীক্ষা আদিৰ জৰিয়তে লাভ কৰা বিশেষ জ্ঞানক বুজায়।  প্রঃ সৌৰজগত মানে কি ? উঃ সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা গ্ৰহ, উপগ্ৰহ আৰু  জোতিষ্কবোৰক একেলগে সৌৰ জগত বোলে । প্রঃ নক্ষত্ৰ কি ? উঃ মহাকাশত নিজা তাপ আৰু পোহৰ থকা জ্যোতিষ্কক  ‘নক্ষত্ৰ’ […]

Read More

কম্পিউটাৰ কুইজ। Computer Quiz

কম্পিউটাৰ কুইজ (ছাত্ৰ-ছাত্ৰীসকলৰ বাবে  সাধাৰণ জ্ঞানৰ হাত পুথি)         সংকলন আৰু সম্পাদনা ৰাব্বি  মছৰুৰ               গ্ৰুহিলচ্ পাব্লিশ্বিং কমলপুৰ, বৰেপটা (অসম) …………………………………………………………………………………………….. Computer Quiz (A Hand Book of General Knowledge For Students.   First Edition 2019     Published by Growhills Publishing   All rights reserved with the Publisher       Price : Rs.  ……………… .     D.T.P. Growhills D. […]

Read More