বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

 

ক্ষেত্ৰ …………………………ব্যক্তিৰ নাম  বা ঘটনাৰ চন  তাৰিখ                 

স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল ………..  লৰ্ড মাউন্ট বেটেন

স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি  ………..   ৰাজেন্দ্ৰ প্ৰসাদ 

স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি  ………..   সৰ্বপল্লী ৰাধাকৃষ্ণণ 

স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী  ………..   জৱাহৰলাল নেহৰু

ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী ……….. চৰ্দাৰ বল্লভভাই পেটেল

লোকসভাৰ প্ৰথম অধ্যক্ষ  ………..   জি ভি মাৱলংকাৰ

প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত  ………..   সুকুমাৰ সেন

ভাৰতৰ প্ৰথম বায়ু সেনা বিভাগৰ প্ৰধান  ………..   এয়াৰ মাৰ্ছাল থমাচ এমহিষ্ট।

ভাৰতৰ প্ৰথম নৌ বাহিনীৰ প্ৰধান  ………..   এডমিৰেল আৰ জি কাটাৰি।

প্ৰথম আৰু একমাত্ৰ ভাৰতীয় গৱৰ্ণৰ জেনেৰেল  ………..  চি ৰাজাগোপালাচাৰী।

দক্ষিণ মেৰুত পদাৰ্পন কৰা প্ৰথম ভাৰতীয়  ………..   কৰ্ণেল জে কে বাজাজ।

ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয়  ………..   মিহিৰ সেন।

এভাৰেষ্ট শৃঙ্গ বিজয়ী প্ৰথম ভাৰতীয়  ………..   টেনজিং নৰ্গে।

ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলা  ………..   আৰতি সাহা।

‘ভাৰত ৰত্ন’ পোৱা প্ৰথম ভাৰতীয়  ………..   সৰ্বপল্লী ৰাধাকৃষ্ণণ, চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী, চন্দ্ৰশেখৰ ভেংকটৰমন।

উচ্চ ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় মুখ্য ন্যায়াধীশ  ………..   ছাদি লাল।

প্ৰথম ভাৰতীয় চাৰ্কাছ  ………..   ছাত্ৰে চাৰ্কাছ।

ভাৰতত প্ৰথম ধাতুৰ প্ৰচলন কৰা হয়  ………..   6 খ্ৰীষ্টপূৰ্বত।

ভাৰতৰ প্ৰথমখন চলচ্চিত্ৰ  ………..   ৰাজা হৰিশ্চন্দ্ৰ। 

ভাৰতৰ প্ৰথমখন সবাক চলচ্চিত্ৰ  ………..   আলম আৰা।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি  ………..   উমেশ চন্দ্ৰ বেনাৰ্জী।

ভাৰতৰ প্ৰথম ইংৰাজ ভাইচৰয়  ………..   লৰ্ড কেনিং

ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ  ………..   হীৰালাল জে কানিয়া

ভাৰতৰ  প্ৰথম সেনাধ্যক্ষ  ………..   জেনেৰেল কে এম কেৰিয়াপ্পা।

ভাৰতৰ প্ৰথম ফিল্ড মাৰ্ছাল  ………..   এফ জে মানেকশ্ব।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম গৰাকী মহিলা সভাপতি  ………..  এনি বেচান্ত।

নবেল বঁটা বিজয়ী প্ৰথমজন ভাৰতীয়  ………..   ৰবীন্দ্ৰনাথ ঠাকুৰ।

মেগেছেছে বঁটা বিজয়ী প্ৰথমজন ভাৰতীয়  ………..   আচাৰ্য বিনোৱা ভাবে ।

এভাৰেষ্ট শৃঙ্গ বিজয়ী প্ৰথম ভাৰতীয় মহিলা  ………..   কুমাৰী বাছেন্দ্ৰী পাল।

স্বাধীন ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী  ………..   শ্ৰীমতী ইন্দিৰা গান্ধী।

ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি  ………..   প্ৰতিভা দেৱী সিং পাটিল।

ভাৰতৰ বিধান সভাসমূহৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা  ………..   শ্বানো দেৱী।

ভাৰতৰ প্ৰথমগৰাকী মহিলা পাইলট  ………..   দুৰ্বা বেনাৰ্জী।

এচিয়ান গেমচত সোণৰ পদক বিজয়ী প্ৰথম মহিলা  ………..   কমলজিৎ সান্ধু ।

প্ৰথম মহিলা আই পি এছ বিষয়া  ………..   কিৰণ দেৱী।

প্ৰথম ভাৰতীয় মহাকাশচাৰী ………..  ৰাকেশ শৰ্মা।

প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী  ………..   কল্পনা চাওলা।

প্ৰথম ভাৰতীয় ৰেলপথ  ………..   মুম্বাইৰ পৰা থানেলৈ।

প্ৰথম ভাৰতীয় মিষ্টাৰ ইউনিভাৰ্চ  ………..   মনোতোষ ৰয়।

ভাৰতৰ প্ৰথমখন বাতৰি কাকত  ……….. বেঙ্গল গেজেট।

ভাৰতৰ প্ৰথম মুকলি বিশ্ববিদ্যালয়  ………..   অন্ধ্ৰপ্ৰদেশ মুকলি বিশ্ববিদ্যালয়।

ভাৰতৰ পাইলটবিহীন প্ৰথম উৰাজাহাজ  ………..   মিনি ৰিমোটলি পাইলেটেড  ভেহিকল।

অস্কাৰ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় ………..  ভানু আঠাইয়া।

ভাৰতৰ ডাকঘৰত প্ৰথম পিনকোড আৰম্ভ  ……….. ১৫ আগষ্ট, ১৯৭২ চন।

প্ৰথম ভাৰতীয় টেষ্ট টিউব বেবীৰ জন্ম  ………..  ৬ আগষ্ট, ১৯৮৬ চন।

উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ  ………..   লেইলা শেঠ।

দবা খেলৰ প্ৰথমজন ভাৰতীয় গ্ৰেণ্ড মাষ্টাৰ  ………..   বিশ্বনাথন আনন্দ।

প্ৰথম ভাৰতীয় স্নাতক ……….. বংকিম চন্দ্ৰ চট্টোপাধ্যায়, যদুনাথ বোস  (১৮৫৮ চন)।

লেলিন শান্তি পুৰষ্কাৰ লাভ কৰা প্ৰথমজন ভাৰতীয়  ………..   চৈফুদ্দিন কিচল।

ভাৰতৰ প্ৰথম আই আই টি  ………..   খৰ্গপুৰ।

ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা  ………..  ১৯৫১ চনৰ ৯ জুলাই।

ৰয়েল ছ’চাইটিৰ প্ৰথম ভাৰতীয় ফেল’  ………..   এ কাৰছেটজি।

ভাৰতত নয়া পইচা মুদ্ৰাৰ আৰম্ভণি  ………..  ১৯৫৭ চন।

প্ৰথম ভাৰতত মেট্রো ৰেল সেৱা আৰম্ভ হয়  ………..   কলকাতাত।

অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট বিজয়ী প্ৰথম ভাৰতীয়  ………..   ফু দৰ্জি।

প্ৰথমগৰাকী ভাৰতীয় মিছ ইউনিভাৰ্চ  ………..   সুস্মিতা সেন।

প্ৰথমগৰাকী ভৰতীয় মিছ ৱৰ্ল্ড  ………..   ৰীতা ফাৰিয়া।

ভাৰতত প্ৰথম ডাক সেৱা সঞ্চয় আৰম্ভ হয়  ………..  ১৮৮২ চনৰ ১ এপ্ৰিল।

ভাৰতত প্ৰথম মণি অৰ্ডাৰ সেৱা আৰম্ভ হয়  ………..  ১৮৮০ চনৰ ১ জানুৱাৰী।

ভাৰতৰ প্ৰথমটো টেলিফোন কেন্দ্ৰ  ………..   কলকাতা, ১৮৮১ চন।

ভাৰতত প্ৰথম স্বয়ংক্ৰিয় টেলিফোন সেৱা আৰম্ভ  ………..  ১৯১৩ চন।

ভাৰতত প্ৰথম ৰঙ্গীন টেলিভিচন সেৱা আৰম্ভ  ………..  ১৯৮২ চন।

ভাৰতৰ প্ৰথমখন মহাবিদ্যালয়  ………..   ফৰ্ট উইলিয়াম কলেজ, কলকাতা।

ভাৰতৰ প্ৰথমগৰাকী চলচ্চিত্ৰ পৰিচালক  ………..   দাদা চাহেব ফাল্কে ।

ভাৰতৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী  ………..   সুচেতা কৃপালিনী।

প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল  ………..   সৰোজিনী নাইডু।

ভাৰতৰ প্ৰথম সম্পূৰ্ণ স্বাক্ষৰ ৰাজ্য  ………..   কেৰালা।

ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ স্বাক্ষৰ জিলা  ………..   ইৰেকুলাম (কেৰালা)।

ভাৰতৰ প্ৰথমটো তাৰকা গৃহ  ………..   বিৰলা প্লেনেটৰিয়াম।

ভাৰতৰ প্ৰথম ডাকঘৰ স্থাপন হোৱা নগৰ ………..  কলকাতা।

ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন  ………..  ১৯৫৪ চনৰ ৪ মে।

ভাৰতত প্ৰথম STD সেৱা আৰম্ভ  ………..  ১৯৬০ চনৰ ২৬ নৱেম্বৰ।

ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ ………..  নতুন দিল্লী।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি ……….. বিজয় লক্ষ্মী  পণ্ডিত।

ভাৰতৰ প্ৰথমগৰাকী মহিলা স্নাতক ………..  কাদম্বিনী গাংগুলি, চন্দ্ৰমুখী বসু।

জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম ভাৰতীয় মহিলা ………..  আশাপূৰ্ণ দেৱী।

ভাৰতৰ প্ৰথমগৰাকী মহিলা পাইলট ………..  প্ৰেম মাথুৰ।

প্ৰথম ভাৰতীয় বেংক ………..  পঞ্জাৱ নেচনেল বেংক  (১৮৯৪ চন)।

প্ৰথম ভাৰতীয় টেষ্ট ক্ৰিকেট খেলুৱৈ ………..  ৰঞ্জিত সিংজী।

টেষ্ট মেচত ভাৰতৰ প্ৰথম জয় ……….. ১৯৫২ চনত।

টেষ্ট ক্ৰিকেটত ১০ হাজাৰ ৰান কৰা প্ৰথম ভাৰতীয় ………..  সুনীল গাভাস্কাৰ।

টেষ্ট ক্ৰিকেটত ৪০০ তকৈ অধিক উইকেট লাভ কৰা প্ৰথম ভাৰতীয় ………..অভিনৱ বিন্দ্ৰা।

ভাৰতত ৰবিবাৰ দিনটো বন্ধৰ দিন হিচাপে  প্ৰথম গ্ৰহণ কৰা হয় ……….. ১২ জানুৱাৰী ১৮৭৪ চন।

ভাৰতৰ প্ৰথমগৰাকী মহিলা নিৰ্বাচনী আয়ুক্ত ………..  ভি এচ ৰামাদেৱী।

মেগেছেছে বঁটা পোৱা প্ৰথমগৰাকী ভাৰতীয় সংগীতজ্ঞ ………..  এম এছ শুভলক্ষ্মী।

ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাৱ ………..  মোহন বাগান।

ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত ………..  বিজয় লক্ষ্মী পণ্ডিত।

ভাৰতৰ প্ৰথমগৰাকী এম. এ. ডিগ্ৰীধাৰী মহিলা ………..  চন্দ্ৰমুখী বসু।

ভাৰতৰ প্ৰথমগৰাকী মহিলা ভাৰতৰত্ন ………..  শ্ৰীমতী ইন্দিৰা গান্ধী।

ভাৰতৰ প্ৰথম মহিলা বাছ-গাড়ী ড্ৰাইভাৰ ………..  এম বসন্ত কুমাৰী।

এভাৰেষ্ট শৃঙ্গত একাধিকবাৰ আৰোহন কৰা প্ৰথমজনী ভাৰতীয় মহিলা                      ………..  সন্তোষী যাদৱ।

ভাৰতৰ প্ৰথমগৰাকী মহিলা চিকিৎসক ………..  কাদম্বিনী গাংগুলি।

ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ ………..  আৰ্যভট্ট।

‘পদ্মশ্ৰী’ পোৱা প্ৰথম গৰাকী ভাৰতীয় অভিনেত্ৰী ………..  নাৰ্গিছ দত্ত। 

ইংলণ্ডৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ত আইন বিষয় অধ্যয়ন কৰিবলৈ যোৱা প্ৰথমজনী মহিলা ………..   কৰ্ণেলিয়া চোৰাৱজী।

কলকাতা উচ্চ ন্যায়ালয়ত যোগদান কৰা প্ৰথমগৰাকী মহিলা অধিবক্তা    ………..  কৰ্ণেলিয়া চোৰাৱজী।

আটাইতকৈ বেছি দিন মুখ্যমন্ত্ৰী পদ ভোগ কৰা ভাৰতৰ প্ৰথমজন মুখ্যমন্ত্ৰী    ………..  জ্যোতি বসু (পশ্চিমবংগ)।

প্ৰতি চাৰি বছৰৰ মূৰে মূৰে জন্ম দিন পালন কৰা ভাৰতৰ প্ৰধান মন্ত্ৰীজন    ………..  মোৰাৰজী দেশাই।

ভাৰতৰ সংসদত এদিনো নোযোৱা ভাৰতৰ একমাত্ৰ প্ৰধান মন্ত্ৰীজন  ………..  চৌধুৰী চৰণ সিং।

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ চৌহদত প্ৰথমবাৰৰ বাবে  স্বাধীনতা দিৱস উদযাপন ……….. ২০০৬ চনত।

ইংৰাজ শাসিত ভাৰতবৰ্ষত প্ৰথমগৰাকী ভাৰতীয় জিলা উপায়ুক্ত ……….. আনন্দৰাম বৰুৱা (অসম)।

ভাৰতৰ প্ৰথমখন প্ৰতিৰক্ষা বিষয়ক আলোচনী ………..  ভিক্ৰান্ট।

মেন বুকাৰ বঁটা লাভ কৰা প্ৰথমজনী ভাৰতীয় লিখিকা ………..  অৰুন্ধতী ৰয়।

বঙালী ভাষাৰ প্ৰথমখন ছবি ………..  জমাই ষষ্ঠী ।

চিপাহী বিদ্ৰোহক ভাৰতৰ প্ৰথমখন স্বাধীনতা বিপ্লৱ আখ্যা দিয়া প্ৰথমজন ব্যক্তি ………..  ভি ভি ডি সবাৰকাৰ।

ভাৰতৰ ৰাষ্ট্ৰপতি হৈ থকা সময়ত নিৰ্বাচনত ভোট দিবলৈ যোৱা ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ………..  কে আৰ নাৰায়ণন।

আটাইতকৈ অধিক বছৰ বয়সত ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা প্ৰথমজন ব্যক্তি ………..  মোৰাৰজী দেশাই (৮১ বছৰ বয়সত)।

ভাৰতৰ প্ৰথমখন টেকনি-কলাৰ ছবি ………..  ঝান্সি কী ৰাণী।

ভাৰতত প্ৰথমবাৰৰ বাবে  ইলেকট্ৰনিক ভোটিং মেচিনৰ ব্যৱহাৰ ……….. ১৯৮২ চন।

ভাৰতৰ প্ৰথমটো পাব্লিক কেৰ্পাৰেচন ………..  দামোদৰ ভেলী কর্পোৰেশন ।

ভাৰতৰ প্ৰথমটো পঞ্চ তাৰকাযুক্ত ডিলাক্স হোটেল ………..  অশোকা হোটেল,  নতুন দিল্লী।

‘পৰমবীৰ চক্ৰ’ লাভ কৰা প্ৰথমজন ভাৰতীয় সৈনিক ……….. মেজৰ সোমনাথ শৰ্মা।

নিজৰ প্ৰসাব খোৱা ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী ………..  মোৰাৰজী দেশাই।

ভাৰতৰ প্ৰথমজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী ………..  মোৰাৰজী দেশাই।

ভাৰতত প্ৰচলিত বাংলা ভাষাৰ প্ৰথমখন পঞ্জিকা ………..  গুপ্তপ্ৰেছ পঞ্জিকা।

লণ্ডণ অলিম্পিকত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ যোগদান ……….. ১৯৪৮ চন।

জোখ-মাখৰ বাবে  ভাৰতত প্ৰথম মেট্ৰিক পদ্ধতিৰ প্ৰচলন……….. ১৯৫৮, ১ এপ্ৰিল।

ভাৰতৰত্ন পোৱা প্ৰথমগৰাকী ভাৰতীয় বিজ্ঞানী ………..  চন্দ্ৰ শেখৰ ভেংকট ৰমন।

ইংলণ্ডৰ ৱেষ্ট মিনষ্টাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ আসন শুৱনি কৰা প্ৰথমজন ভাৰতীয় ব্যক্তি ………..  স্বৰাজ পাল।

‘যোজনা’ আলোচনীৰ প্ৰথম গৰাকী সম্পাদক ………..  খুছৱন্ত সিং।

সান্ধ্য আদালত স্থাপন হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য ………..  গুজৰাট।

নেচনেল বুক ট্ৰাষ্টৰ প্ৰথমজন চিয়াৰমেন ………..  জন মাথাই।

ভাৰতৰ পুলিচ সঞ্চালকৰ পদ পোৱা প্ৰথমজন মহিলা ………..  কাচন চি  ভট্টাচাৰ্য।

ভাৰতৰ প্ৰথম গৰাকী মহিলা IPS ………..  কিৰণ বেদী।

জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় ………..  জি শংকৰা কুৰূপ।

ভাৰতৰ প্ৰথমখন গ্ৰন্থ মেলা ……….. ১৯৭৫, কলকাতা।

ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমগৰাকী সম্পাদক ………..   ড০  নোহৰেণ।

চীনত বেংক  সেৱা অনুমতি পোৱা প্ৰথমটো ভাৰতীয় বেংক ………..   ষ্টেট বেংক অব ইণ্ডিয়া।

ভাৰতত টকা বুজাবলৈ প্ৰথম ‘ৰুপিয়া’ শব্দ ব্যৱহাৰ কৰোঁতাজন ……….. শ্বেৰচাহ সুৰী।

পুলিৎজাৰ পুৰষ্কাৰ পোৱা প্ৰথমজন ভাৰতীয় ………..  গোবিন্দ বিহাৰী লাল।

ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ভাৰতত প্ৰথম কুঠি স্থাপন ………..  চুৰাটত,  ১৬৬৮ চন।

মহিলাসকলৰ বাবে  স্থাপন কৰা ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয়  ………..   পুনাত।

পৰ্তুগীজসকলে ভাৰতত প্ৰথম উপনিৱেশ  স্থাপন কৰে ………..  গোৱাত।

ভাৰতৰ প্ৰথমটো টেষ্ট টিউব বেবী ………..  দুৰ্গা।

ভাৰতত ইংৰাজী শিক্ষাৰ পোষকতা কৰা প্ৰথমজন ভাৰতীয় ………..  ৰাজা ৰামমোহন ৰায়।

ৰাষ্ট্ৰপতি ভৱনত মৃত্যু বৰণ কৰা ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি ……….. জাকিৰ হুছেইন।

বিশ্বকাপ ক্ৰিকেটত মেন অব দা টুৰ্ণামেন্ট হোৱা প্ৰথমজন ভাৰতীয় ……….. কপিল দেৱ।

বিশ্বকাপ ক্ৰিকেটত দুবাৰ ৫০০ বা ততোধিক ৰান কৰা প্ৰথমজন ভাৰতীয় বেটচমেন ………..  শচীন তেণ্ডুলকাৰ।

বিশ্বকাপ ক্ৰিকেটত অধিনায়ক হিচাপে  এখন বিশ্ব কাপত তিনিটা শতক কৰা প্ৰথমজন ভাৰতীয় বেটছমেন ………..  সৌৰভ গাংগুলী।

বিশ্বকাপ ক্ৰিকেটত একেৰাহে ছেমি ফাইনেল আৰু ফাইনেলত ‘মেন অব দা মেছ’ সন্মান পোৱা প্ৰথমজন ভাৰতীয় ………..  মহীন্দ্ৰ অমৰনাথ।

বিশ্বকাপ ক্ৰিকেটত যৌথভাবে প্ৰথমতে ‘মেন অব দা মেছ’ লাভ কৰা ভাৰতীয় ………..  সুনীল গাভাস্কাৰ, চেতন শৰ্মা।

বিশ্বকাপ ক্ৰিকেটত শতক ৰান কৰা প্ৰথমজন ভাৰতীয় ………..  কপিল দেৱ।

বিশ্বকাপ ক্ৰিকেটত ১৫০০ ৰান কৰা প্ৰথমজন ভাৰতীয় বেটছমেন ……….. শচীন তেণ্ডুলকাৰ।

ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ ফিল্ম ষ্টুডিঅ’ ……….. জ্যোতি চিত্ৰবন (১৯৬৮ চন)।

অক্সিজেন ব্যৱহাৰ নকৰাকৈ মাউন্ট এভাৰেষ্ট আৰোহন কৰা প্ৰথমজন ভাৰতীয় ………..  ফু দৰ্জী।

সৌৰশক্তি চালিত পথ-বন্তি ব্যৱহাৰ কৰা ভাৰতৰ প্ৰথমখন মহানগৰ ……….. কলকাতা।

ম্যানমাৰ ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় ৰাষ্ট্ৰপতি ………..  এ পি জে আব্দুল কালাম।

ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্য নিৰ্বাহ কৰা প্ৰথমজন ভাৰতীয় সাংবাদিক ………..  কুলদীপ নায়াৰ।

‘গৰিবী হাটাও’ শ্লোগান দিয়া  ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী ……….. শ্ৰীমতী ইন্দিৰা গান্ধী।

দুখীয়াৰ বাবে  থকা ভাৰতৰ প্ৰথমখন বাতানুকুল ৰেল গাড়ী ……….. গৰীব ৰথ।

ফিজিত ভাৰতীয় মূলৰ পৰা হোৱা প্ৰথমজন প্ৰধান মন্ত্ৰী ………..  মহেন্দ্ৰ চৌধুৰী।

ভাৰতৰ প্ৰথমটো ৰাষ্ট্ৰীয়কৃত বেংক  ………..  ভাৰতীয় ষ্টেট বেংক ।

এচিয়ান গেমচ ভাৰতত প্ৰথম অনুষ্ঠিত হয় ……….. ১৯৫১ চনত, নতুন দিল্লীত।

আন্তৰ্জাতিক ন্যায়ালয়ত সভাপতিৰ আসন লাভ কৰা প্ৰথমজন ভাৰতীয় ………..  নগেন্দ্ৰ সিং।

ভাৰতৰ প্ৰথমগৰাকী কমিউনিষ্ট মুখ্যমন্ত্ৰী ……….. এম এছ  নাম্বোদিৰিপদ,      (কেৰালা)।

স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী ……….. আবুল কালাম আজাদ।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশনৰ স্থান ………..  মুম্বাই।

লণ্ডনত ইষ্ট-ইণ্ডিয়া এচ’চিয়েচন গঠনত আগভাগ লোৱা প্ৰথম ভাৰতীয় ………..   উমেশ চন্দ্ৰ বেনাৰ্জী, দাদা ভাই নৌৰজী।

পাকিস্থান ভ্ৰমণ কৰা ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী ………..  ৰাজীব গান্ধী।

ভাৰতীয় জাতীয় কংগ্ৰেছে লণ্ডনৰ পৰা প্ৰকাশ কৰা প্ৰথম কাকত ………..   ইণ্ডিয়া।

ব্রিটিছ পাৰ্লিয়ামেন্টত সদস্য হোৱা প্ৰথমজন ভাৰতীয় ………..   দাদা ভাই নৌৰজী।

চিকাগোত হোৱা বিশ্ব সন্মিলনত অংশ গ্ৰহণ কৰা প্ৰথমজন ভাৰতীয় ………..   স্বামী বিবেকানন্দ।

অসমীয়ালৈ ডাবিং কৰা ভাৰতৰ প্ৰথমখন হিন্দি ছবি ………..  তকদীৰ।

আই আই টিৰ প্ৰাক্তন ছাত্ৰৰ দ্বাৰা গঠন কৰা ভাৰতৰ প্ৰথমখন ৰাজনৈতিক দল ………..  লোক পৰিত্ৰাণ পাৰ্টি (LPP)।

চিপাহী বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ ………..  মঙ্গল পাণ্ডে।

ভাৰতৰ প্ৰথমখন বিলাসী ৰেল ……….. The Palace of Wheels.

ভাৰতৰ প্ৰথমখন মেটেঅৰ’ল’জিকেল ৰকেট ………..  মেনাকা।

পৰাধীন ভাৰতত প্ৰথম স্বাধীনতা দিৱস পালন ……….. ২৬ জানুৱাৰী, ১৯৩০ চন।

ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰথমজন সম্পাদক ………..  মহম্মদ চফিক।

ভাৰতত প্ৰত্নতত্ত্ব বিভাগ খোলাত আগভাগ লোৱা প্ৰথমজন বিদেশী বিষয়া ………..  লৰ্ড কাৰ্জন।

ভাৰতৰ প্ৰথমখন মহিলা পুলিচ থানা ………..  কালিকট, ১৯৭৩।

ভাৰত আৰু পাকিস্থানৰ মাজত চলা প্ৰথমখন ৰেলগাড়ী ………..  সমজাতা এক্সপ্ৰেছ।

ভাৰতৰ প্ৰথমজন কনিষ্ট মুখ্যমন্ত্ৰী ………..  প্ৰফুল্ল কুমাৰ মহন্ত (অসম)।

মোবাইল ফোন যোগান ধৰা ভাৰতৰ প্ৰথমটো কোম্পানী ……….. Hutchinson Max Telecom.

ভাৰতৰ প্ৰথমটো শৈক্ষিক কৃত্ৰিম উপগ্ৰহ ……….. Edusat.

খেলুৱৈৰ জন্ম দিনটো ভাৰতৰ জাতীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ ………..  ধ্যান চাঁদ।

জীৱিত কালত আটাইতকৈ বেছি বয়সত ‘ভাৰত ৰত্ন’ সন্মান পোৱা প্ৰথমজন ভাৰতীয় ………..  পি ভি কানে।

মৰণোত্তৰ ভাৱে আটাইতকৈ কম বয়সত ‘ভাৰত ৰত্ন’ সন্মান পোৱা  প্ৰথমজন ভাৰতীয় ………..  ৰাজীৱ গান্ধী।

মৰণোত্তৰভাৱে আটাইতকৈ বেছি বয়সত ‘ভাৰত ৰত্ন’ পোৱা প্ৰথমজন ভাৰতীয়    ………..   চৰ্দাৰ বল্লভ ভাই পেটেল।

মৃত্যুৰ আটাইতকৈ বেছি বছৰ পিছত ‘ভাৰত ৰত্ন’ পোৱা প্ৰথমজন ভাৰতীয়………..   গোপীনাথ বৰদলৈ।

ইউনাইটেড প্ৰভিন্স হিচাপে  জনাজাত হোৱা প্ৰথমখন ভাৰতীয় প্ৰদেশ ………..  উত্তৰ প্ৰদেশ।

বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতৰ ৰাষ্ট্ৰপতি ……….. নীলম সঞ্জীৱ ৰেড্ডী।

ভাৰতৰ প্ৰথম গৰাকী লেডী গ্ৰেণ্ড মাষ্টাৰ ………..  বিজয় লক্ষ্মী সুব্রমন।

ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনত থাকিবলৈ লোৱা প্ৰথমজন ব্যক্তি ……….. লৰ্ড আৰউইন।

ভাৰতৰ প্ৰথম গৰাকী মহিলা কেন্দ্ৰীয় মন্ত্ৰী ………..  ৰাজকুমাৰী অমৃত কৌৰ।

লোকসভালৈ নিৰ্বাচিত হোৱা প্ৰথমজন অভিনেতা ………..  কনগাৰা জাগ্গিয়া।

‘পল’ খেল আৰম্ভ হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য ………..  মণিপুৰ।

ভাৰতৰ প্ৰথম এম্পি থিয়েটাৰ ………..  ৰংঘৰ (শিৱসাগৰ, অসম)।

ভাৰতৰ প্ৰথম গৰাকী মহিলা মন্ত্ৰী ………..  বিজয় লক্ষ্মী পণ্ডিত।

ভাৰতত লিখা প্ৰথমখন আত্মজীৱনী ………..  বাবৰ নামা।

ভাৰতৰ প্ৰথমটো আলোক স্তম্ভ ……….. ১৭৭১ চনত, মুম্বাইৰ ক’লাবাতত।

ভাৰতৰ প্ৰথম আলোক চিত্ৰ প্ৰশিক্ষণৰ মহাবিদ্যালয় ……….. এলফিনষ্টন মহাবিদ্যালয়, মুম্বাই।

ভাৰতৰ প্ৰথমখন আলোক চিত্ৰ সম্পৰ্কীয় আলোচনী ………..  দা জাৰ্ণেল অব দা ফটোগ্ৰাফিক ছ’ছাইটি।

ভাৰতৰ প্ৰথমখন আলোকচিত্ৰ প্ৰদৰ্শনী ……….. ১৮৫৬ চনত, মুম্বাইত।

ভাৰতত ‘অৰ্জুন বঁটা’ৰ প্ৰথম প্ৰচলন  ………..  ১৯৬১ চন।

ভাৰতৰ প্ৰধান মন্ত্ৰীৰ সৈতে জড়িত প্ৰথম বিধ খেল ………..  হৰ্চৰেছ।

ভাৰতে অলিম্পিক হকীত প্ৰথমবাৰৰ বাবে অংশ গ্ৰহণ ……….. ১৯২৮ চন।

ভাৰতত প্ৰথম সাঁতোৰ প্ৰতিযোগিতা আৰম্ভ  ………..  ১৯২০ চন।

ভাৰতৰ মাটিত প্ৰথম শত ৰান কৰা প্ৰথম বিদেশী ক্ৰিকেটাৰ ……….. আৰ ড্যানচিষ্টাৰছ।

ভাৰতীয় সংসদ ভৱনৰ নক্সা অংকন কৰা প্ৰথমজন বিদেশী স্থপতিজন………..  হাৰভাৰ্ট বেকাৰ।

মানৱ-বোমাত নিহত হোৱা ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী ………..  ৰাজীব গান্ধী।

ব্রিটিছ ৰয়েল চ’ছাইটিৰ পৰা  ‘ৰজা দ্বিতীয় চাৰ্লছ মেডেল’ পো ৱা প্ৰথমজন    ভাৰতীয় ………..  এ পি জে আব্দুল কালাম।

ভাৰতৰ প্ৰথমটো মহিলা ৰাজনৈতিক দল ………..  সংযুক্ত মহিলা মৰ্চা।

ভাৰতৰ প্ৰথমটো গান্ধী স্মাৰক সংগ্ৰহালয় ………..  মাদুৰাই গান্ধী মিউজিয়াম।

ভাৰতৰ প্ৰথমখন ভ্ৰাম্যমাণ আদালত ………..  হাৰিয়ানাৰ মেৱাটত।

ইংৰাজসকলে ভাৰতত স্থাপন কৰা প্ৰথমখন বিশ্ববিদ্যালয় ……….. কলিকতা বিশ্ববিদ্যালয়।

ব্রিটিছ ব্রডকাষ্টিং কর্পোৰেশনৰ মুৰব্বী হিচাপে কাৰ্য নিৰ্বাহ কৰা প্ৰথমজন ভাৰতীয় ………..  চিত্ৰা ভাৰুছ।

মহাকাশ পৰ্যটক হিচাপে নিৰ্বাচিত হোৱা প্ৰথম গৰাকী ভাৰতীয় ………..    হাৰ্দিক গজ্জৰ।

‘ভাৰত ৰত্ন’ সন্মান পোৱা প্ৰথমজন ভাৰতীয় বিজ্ঞানী ………..  চি ভি ৰমন।

মৰণোত্তৰভাৱে ‘ভাৰত ৰত্ন’ সন্মান পোৱা প্ৰথমজন ভাৰতীয় মহিলা ……….. শ্ৰীমতী অৰুণা আছাফ আলি।

জীৱিত কালত আটাইতকৈ কম বয়সত ‘ভাৰত ৰত্ন’ পোৱা প্ৰথম গৰাকী  মহিলা ………..  শ্ৰীমতী ইন্দিৰা গান্ধী।

ভাৰতৰ প্ৰথমটো ফটো ষ্টুডিঅ’ ………..  কলিকতাত, ১৮৯৮ চন।

আন্তৰ্জাতিক সংস্থাৰ সন্মান পোৱা প্ৰথম ভাৰতীয় ………..  প্ৰদ্যুত কুমাৰ ঠাকুৰ।

ভাৰতৰ প্ৰথমজন পাব্লিক  প্ৰজিকিউটৰ ………..  এছ সুব্রমনিয়াম আয়াৰ।

হাইকোৰ্টৰ প্ৰথমজন ভাৰতীয় বাৰিষ্টাৰ ………..  জ্ঞানেন্দ্ৰ মোহন ঠাকুৰ।

ভাৰতৰ প্ৰথমখন উচ্চ ন্যায়ালয় ………..  কলিকতা উচ্চ ন্যায়ালয়।

ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমজন বিচাৰপতি ………..  শম্ভুনাথ পণ্ডিত।

প্ৰথম গৰাকী ভাৰতীয় শ্বেৰিফ ………..  মানেকজি ৰুস্তমজী, কলকাতা।

আদালত অৱমাননা কৰা প্ৰথমজন ভাৰতীয় মুখ্য ন্যায়াধীশ ………..  এম জি মুখাৰ্জী।

প্ৰকৃতি সম্পৰ্কীয় ভাৰতৰ প্ৰথমখন বিচাৰপীঠ ……….. গ্রীনবেঞ্চ, কলকাতা উচ্চ ন্যায়ালয়।

আততায়ীৰ হাতত নিহত হোৱা ভাৰতৰ প্ৰথমজন বিচাৰক ……….. জন পেক্সটন নৰমেন।

পশু-পালন বিষয়ক ভাৰতৰ প্ৰথমখন আলোচনী ……….. ভেটেৰিনাৰী চাইন্স এণ্ড এনিমেল মেনেজমেন্ট (১৮৮২ চন)।

ভাৰতত ছপা হোৱা প্ৰথমখন কিতাপ ……….. Doctrina Christam.

ভাৰতবৰ্ষৰ প্ৰথমখন কিতাপ ছপা হয় ………..  লিছবনত।

ভাৰতত প্ৰথমবাৰৰ বাবে কাগজী টকাৰ প্ৰচলন হয় ……….. ১৮৬১ চনত।

ভাৰতৰ প্ৰথমজন কমিউনিষ্ট বিধায়ক ………..  অনন্তন নাম্বিয়াৰ, চেন্নাই।

ভাৰতৰ প্ৰথমটো সৰ্বভাৰতীয় কম্পিউটাৰ নেটৱৰ্ক ………..  ইণ্ডোনেট (১৯৮৫ চন)।

ভাৰতৰ প্ৰথমটো উৰাজাহাজ অপহৰণ  সংঘটিত হয় ……….. ৩০জানু, ১৯৭১ চন।

ভাৰতৰ প্ৰথমখন উৰণ বিশ্ববিদ্যালয় ………..  হায়দৰাবাদত।

ভাৰতৰ প্ৰথমখন গ্ৰন্থমেলা ………..  মুম্বাইৰ ক্ৰছ ময়দানত (১৯৬৯)।

গ্ৰাম’ফোন ৰেকৰ্ড কৰা প্ৰথমজন ভাৰতীয় ………..  শশী মুখী (১৯০২ চন)।

ভাৰতত প্ৰথম ব্যৱসায়িক চলচ্চিত্ৰৰ প্ৰদৰ্শন ……….. ১৮৯৬ চন।

ভাৰতৰ প্ৰথমটো চিনেমা হল ………..  নেভলটি থিয়েটাৰ, মুম্বাই।

ভাৰতত প্ৰদৰ্শিত প্ৰথমখন ৰঙ্গীন ছবি ………..  কেন কেন ডেন্স (১৮৯৭)।

ভাৰতত দৃশ্য গ্ৰহণ কৰা প্ৰথমখন ছবি ………..  ককনাট ফেয়াৰ (১৮৯৭ চন)।

চলচ্চিত্ৰৰ দৃশ্য গ্ৰহণ কৰা প্ৰথমজন ভাৰতীয় ………..  হৰিচন্দ্ৰ ভাট্টাৱা।

ভাৰতত সবাক চলচ্চিত্ৰৰ প্ৰথম প্ৰদৰ্শন ……….. ১৮৯৯ চন।

ভাৰতৰ প্ৰথমখন জীৱনীমূলক ছবি ………..  ফিউগিটিভ দালাই ।

ভাৰতৰ প্ৰথমখন পূৰ্ণ ৰ্দ্ঘৈৰ কাহিণী চিত্ৰ ………..  পুগুলিক (১৯১২ চন)।

ভাৰতত থলুৱাভাবে নিৰ্মিত প্ৰথমখন কাহিনী চিত্ৰ ……….. ৰাজা হৰিশ্চন্দ্ৰ।

ভাৰতৰ প্ৰথমখন খণ্ডাকৃতিৰ ছবি ………..  ৰাম বনবাস।

ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম অভিনেত্ৰী ……….. দুৰ্গাবাই গোখলে, কমলাবাই গোখলে।

ভাৰতৰ প্ৰথমটো চলচ্চিত্ৰ ষ্টুডিঅ’ ………..  ষ্টাৰ ফিল্ম কোম্পানী (১৯২০, মুম্বাই)।

চেন্সৰ চাৰ্টিফিকেট পোৱা ভাৰতৰ প্ৰথমখন ছবি ………..  অৰ্ফেন্স অব দা ষ্ট্ৰাম।

ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথমগৰাকী ছোৱালী শিশু শিল্পী ………..  মন্দাকিনী।

দ্বৈত ভূমিকাৰ প্ৰথমখন ভাৰতীয় চলচ্চিত্ৰ ………..  লংকা দহন।

প্ৰশিক্ষণৰ বাবে  নিৰ্মিত ভাৰতৰ প্ৰথমখন উৰাজাহাজ ……….. হংস- ৩ (১৯৯৮ চন)।

ভাৰতত প্ৰথম থলুৱাভাবে  নিৰ্মিত উৰাজাহাজ ……….. এভ্ৰ (১৯৬৭ চন)।

ভাৰতত সম্পূৰ্ণ জেট সেৱা আৰম্ভ ……….. ১৯১২ চনত।

ভাৰতৰ প্ৰথমখন বয়িং উৰাজাহাজ ……….. ৭০৭- ৩৩৭ চি।

ভাৰতৰ প্ৰথমখন ব্রেইলি পদ্ধতিৰ শিশু আলোচনী ……….. চান্দামামা (১৯৮২ চন)।

ভাৰতৰ প্ৰথমখন কেবল বিজ্ঞাপনৰ আলোচনী ……….. এড মেঘ (১৯৯৬ চন, মুম্বাই)।

ভাৰতৰ প্ৰথমখন জ্যোতিষ বিজ্ঞানৰ আলোচনী ……….. দি এষ্ট্ৰ’লজিকেল মেগাজিন।

ভাৰতৰ প্ৰথমখন বাওঁপন্থী আলোচনী ……….. দি ছ’চিয়েলিষ্ট (১৯২২ চন)।

ভাৰতৰ প্ৰথমখন মানৱ ইতিহাস সম্পৰ্কীয় আলোচনী ……….. মেন ইন ইণ্ডিয়া।

ভাৰতৰ প্ৰথমখন কলা-সংস্কৃতিমূলক আলোচনী ……….. দি মডাৰ্ণ ৰিভিউ (১৯০৭ চন)।

ইংৰাজী ভাষাত প্ৰকাশিত ভাৰতৰ প্ৰথমখন মহিলা আলোচনী ……….. ইণ্ডিয়ান লেডিচ মেগাজিন।

ভাৰতৰ প্ৰথমখন মহিলা আলোচনী ………..  ভাৰতী।

ভাৰতৰ প্ৰথমখন বিজ্ঞান আলোচনী ………..  চায়েন্স এণ্ড কালচাৰ (১৯৩৫ চন)।

ভাৰতৰ প্ৰথমজন কুইজ মাষ্টাৰ ………..  নীল অব্রায়ান ।

ভাৰতত প্ৰথম কুইজ প্ৰতিযোগিতা হৈছিল ……….. কলকাতাত (৭ নৱে, ১৯৬৭) চন।

বক্স অফিচত সাফল্য লাভ কৰা প্ৰথম ভাৰতীয় চলচ্চিত্ৰ ………..  লংকা দহন।

ভাৰতত প্ৰদৰ্শিত প্ৰথমখন সবাক কাহিনী চিত্ৰ ………..  মেলডি অব লাভ।

ভাৰতবৰ্ষত নিৰ্মাণ হোৱা প্ৰথম সবাক চিত্ৰ ………..  মদন ভেৰাইটিজ।

ভাৰতত নিৰ্মাণ হোৱা প্ৰথমখন ভাৰতীয় কাহিনী চিত্ৰ ……….. আলম আৰা। 

সবাক কাহিনী চিত্ৰৰ প্ৰথমজন খলনায়ক ………..  পৃথ্বিৰাজ।

ভাৰতীয় চলচিত্ৰৰ প্ৰথম গীত ………..  এম খানৰ ‘দে দে খুকা দে …….. ‘।

ভাৰতীয় চলচিত্ৰত নেপথ্য গায়ন ব্যৱস্থাৰ প্ৰথম গায়ক ………..  কে চি দে।

ভাৰতীয় চলচিত্ৰত নেপথ্য গায়ন ব্যৱস্থাৰ প্ৰথম সংগীত পৰিচালক ………..  ৰায় চাঁদ বৰাল।

ভাৰতৰ প্ৰথমখন পৰীক্ষামূলক ৰঙ্গীন ছবি ………..  বিশ্ব মঙ্গল।

ভাৰতৰ প্ৰথমখন সফল ৰঙ্গীন ছবি ………..  কিষাণ কন্যা।

ভাৰতত ছুটিং হোৱা প্ৰথমখন টেকনি-কালাৰ ছবি ………..  ঝান্সী কি ৰাণী।

ভাৰতত ছুটিং আৰু প্ৰস্তুত হোৱা প্ৰথমখন গেভা কালাৰ ছবি ………..  পামোচ।

বিদেশত মুক্তি লাভ কৰা প্ৰথম ভাৰতীয় চলচ্চিত্ৰ ………..  লাইট অব এচিয়া।

ভাৰতৰ প্ৰথমখন এনিমেচন ছবি ………..  অন এ মুন লিট নাইট।

ভাৰতত নিৰ্মিত প্ৰথমখন টাৰ্জন ছবি ………..  জ্যাম্ব দা এপমেন।

ভাৰতীয় চলচিত্ৰৰ প্ৰথম শিশু শিল্পী ………..  বাল চন্দ্ৰ।

ভাৰতীয় চলচিত্ৰত প্ৰথম বিদেশী অভিনেত্ৰী ………..  ডৰথি কিংডম।

সংগীত বিহীন প্ৰথমখন ভাৰতীয় ছবি ………..  ন-জোৱান (১৯৩৭)।

আঞ্চলিক ভিত্তিত  প্ৰথমখন ভাৰতীয় ছবি ………..  সত্যবাদী ৰাজা হৰিশ্চন্দ্ৰ।

ভাৰতৰ ৰাজনৈতিক বিষয়ক প্ৰথম তথ্য চিত্ৰ ……….. দা গ্ৰেট বেঙগল পাৰ্টিচন মুভমেন্ট।

ভাৰতত নিৰ্মাণ হোৱা প্ৰথমখন ইংৰাজী ছবি ………..  নুৰজাহান।

ভাৰতীয় ছবি বিদেশলৈ ৰপ্তানি কৰা প্ৰথমজন ভাৰতীয় ………..   দাদা চাহেব ফাল্কে ।

প্ৰাপ্ত বয়স্কৰ বাবে নিৰ্মিত প্ৰথমখন ভাৰতীয় ছবি ………..  ছ’চিয়েল ইভিল।

জীৱন্ত নায়কৰ জীৱন ভিত্তিক  প্ৰথম ভাৰতীয় ছবি ……….. কালনাগ (১৯৪২ চন)।

বিদেশত নিৰ্মাণ হোৱা প্ৰথমখন ভাৰতীয় চলচ্চিত্ৰ ………..  ভাগৰে-ভাগ। 

অভিনেত্ৰীবিহীন প্ৰথমখন ভাৰতীয় চলচিত্ৰ ………..  মই থিলুকুল।

ভাৰতলৈ ছাবমেৰিণৰ পোন প্ৰথম আগমন ……….. ১৯৬৭ চন।

ভাৰতত থলুৱাভাবে  নিৰ্মিত প্ৰথমখন ছাবমেৰিণ ……….. আই এন এছ-ছালকি।

ভাৰতৰ প্ৰথমখন বাষ্পচালিত জাহাজ ………..  ডায়েনা।

ভাৰতৰ প্ৰথমখন ডিজেল চালিত জাহাজ ………..  হিউ লিগুছে।

বিদেশলৈ যাত্ৰা কৰা প্ৰথমখন ভাৰতীয় জাহাজ……….. এছ এছ লয়েলটি (১৯৪৮ চন)।

ভাৰতৰ প্ৰথমখন নৌপ্ৰশিক্ষণৰ জাহাজ ………..  ডুফেৰিণ।

ভাৰতৰ প্ৰথমখন আধুনিক জাহাজ ………..  জল ঊষা (১৯৪৮ চন)।

ভাৰতত নিৰ্মিত প্ৰথমখন মালবাহী জাহাজ ………..  এম ভি আন্দামান।

সমুদ্ৰ খননৰ বাবে  নিৰ্মিত প্ৰথমখন জাহাজ ……….. সাগৰ ভূষণ (১৯৮৭) চন)।

বিদেশলৈ যোৱা প্ৰথমখন ভাৰতীয় মালবাহী জাহাজ ………..  এছ এছ জলবালা (১৯৪৮ চন)।  

ভাৰতৰ প্ৰথমটো চলচ্চিত্ৰ অনুৰাগী সংঘ ………..  দা এৰ’ল ফিল্ম ফেন ক্লাব।

ভাৰতৰ প্ৰথমটো দুখন পৰ্দাযুক্ত চিত্ৰ গৃহ ………..  টপিৱালা  (মুম্বাই)।

আৱহ সংগীত বিহীন প্ৰথম ভাৰতীয় চলচিত্ৰ ………..  দুনীয়া না মানে ।

একাধিক ভাষা ব্যৱহাৰ কৰা প্ৰথমখন ভাৰতীয় ছবি ……….. ছাজায়ে কালা পানী।

ভাৰতৰ প্ৰথমখন ত্ৰিমাত্ৰিক চলচিত্ৰ ……….. মাই ডিয়েৰ কুট্ৰিচহ’ন (১৯৮৪)।

ষ্টুডিঅ’ দৃশ্যসজ্জাহীন প্ৰথমখন ভাৰতীয় ছবি ………..  আচমান মহল।

এজন অভিনেতা, এটা দৃশ্যসজ্জাৰ প্ৰথমখন ভাৰতীয় ছবি ……….. যাদে।

ভাৰতৰ প্ৰথমখন হত্যা ৰহস্য বিষয়ক ছবি ………..  কানুন।

ভাৰতৰ প্ৰথমখন হৰ’ৰ ছবি ………..  দো গজ জমিন কে নিচে।

ভাৰতৰ প্ৰথমখন চিনেমাস্ক’প পদ্ধতিৰ ৰঙ্গীন ছবি ………..  প্যাৰ কি পাচ।

ভাৰতৰ প্ৰথমটো শীত-তাপ নিয়ন্ত্ৰিত চিনেমা হল ……….. ৰিগেল থিয়েটাৰ, মুম্বাই।

ভাৰতৰ প্ৰথম তথ্যচিত্ৰ মহোৎসৱ ……….. ১৯৫৮ চন, মুম্বাইত।

ভাৰতত অনুষ্ঠিত  প্ৰথম আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱ ……….. ১৯৫২ চন, মুম্বাইত।

ভাৰতৰ প্ৰথমখন বহুভাষিক ছবি ………..  কৰ্ট ডেন্সাৰ (১৯৪১ চন)।

চুম্বনৰ দৃশ্য দেখুওৱা প্ৰথমখন ভাৰতীয় ছবি ………..  জীৰিনা (১৯৩২)।

দ্বৈত ভূমিকাত অভিনয় কৰা প্ৰথমজন ভাৰতীয় শিশু শিল্পী ………..  নিতু সিং।

ভাৰতীয় ছবিত প্ৰথম ইংৰাজী গীতটো ……….. ‘মাই হাৰ্ট ইজ বিটিং’ (বোলছবি- ‘জুলী’)।

হলিউডৰ চলচিত্ৰত অভিনয় কৰা প্ৰথম ভাৰতীয় অভিনেতা ……….. দস্তাগিৰ (চাবু)।

ভাৰতৰ প্ৰথমখন সংস্কৃত ভাষাৰ চলচ্চিত্ৰ ………..  আদি শংকৰাচাৰ্য (১৯৮২ )।

পানীৰ তলত চিত্ৰ গ্ৰহণ কৰা প্ৰথমখন ভাৰতীয় ছবি ………..  চেন্সুলক্ষী।

ভাৰতৰ প্ৰথমখন সংকলিত চলচিত্ৰ ………..  বম্বে টকিজ।

জীৱ-জন্তুক লৈ প্ৰথম ভাৰতীয় ছবি ………..  তুফানী টাৰ্জন।

আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত যোগদান কৰা প্ৰথম ভাৰতীয় ছবি  ………..  সীতা।

ভাৰতৰ প্ৰথমখন শীত-তাপ নিয়ন্ত্ৰিত প্ৰমোদ তৰী ……….. হৰ্ষবৰ্ধন (১৯৭২ চন)।

ভাৰতৰ প্ৰথমখন থলুৱা তৈলবাহী জাহাজ ……….. মতিলাল নেহৰু (১৯৯২ চন)।

ভাৰতৰ প্ৰথমখন দুমহলীয়া তৈলবাহী জাহাজ ………..  আবুল কালম আজাদ।

ভাৰতত জীৱন বীমাৰ বাবে স্থাপিত প্ৰথমটো সংস্থা ……….. মিউচুৱেল ইনচিওৰেন্স ছ’ছাইটি  (১৮৭১ চন, মুম্বাই)।

ভাৰতত প্ৰথম টেলিগ্ৰাফ লাইন স্থাপন ……….. ১৮৫১ চন।

ভাৰতৰ প্ৰথমটো টেলিফোন এক্সচেঞ্চ ………..  কলকাতা, ১৮৮১ চন।

ভাৰতৰ প্ৰথমটো স্বয়ংক্ৰিয় টেলিফোন এক্সচেঞ্চ ………..  চিমলাত, ১৯১৪ চন।

ভাৰতত প্ৰথম ৰেডিঅ’ টেলিফোন সেৱা আৰম্ভ ……….. ১৯৩৩ চন।

ভাৰতত প্ৰথম এচ. টি. ডি  টেলিফোন সেৱা আৰম্ভ ……….. ১৯৬০চন।

ভাৰতত প্ৰথম ব্যক্তিগত টেলিফোন সেৱা আৰম্ভ ……….. ১৯৯৮ চন।

ভাৰতত প্ৰথম আন্তৰ্জাতিক টেলিফোন এক্সচেঞ্জ স্থাপন ……….. ১৯৭৩ চন।

ভাৰতত প্ৰথম বিমান ডাক সেৱা আৰম্ভ ……….. ১৯১১ চনৰ ১৮ ফেব্রু ।

ভাৰতত প্ৰথম  পোষ্ট কাৰ্ডৰ প্ৰচলন হয় ………..  ১৮৭৯ চনৰ ১ জুলাই।

ভাৰতত প্ৰথম ৰেল যোগে ডাক সেৱা আৰম্ভ ……….. ১৮৬৩ চন।

ভাৰতৰ প্ৰথমটো ডাক টিকট প্ৰকাশ ……….. ১৮৫২ চনৰ ১ জুলাই।

ভাৰতৰ প্ৰথমটো বহুৰঙ্গী  ডাক টিকট প্ৰকাশ ……….. ১৮৫৪ চনৰ ১৫ আগষ্ট।

ভাৰতৰ প্ৰথমজন ডাক টিকটৰ নক্সা কৰোঁতা ………..  কেপ্তেইন থুইলিয়াৰ।

ভাৰতৰ প্ৰথমটো বিমান ডাক সেৱাৰ টিকট প্ৰকাশ ……….. ১৯২৯ চন।

ভাৰতৰ ডাক টিকট সংগ্ৰহ কৰা প্ৰথমটো সংস্থা ……….. ফিলাটেলিক চ’ছাইটি অব ইণ্ডিয়া।

ভাৰতত প্ৰথম টেলেক্স সেৱা আৰম্ভ ……….. ১৯৫২ চন।

ভাৰতত পৰীক্ষামূলকভাৱে প্ৰথম টেলিভিচনৰ সম্প্ৰচাৰ ……….. ১৯৫৯ চনৰ ১৫ চেপ্তেম্বৰ।

ভাৰতত দূৰদৰ্শন যোগে প্ৰথম নিয়মীয়া সেৱা প্ৰচাৰ ……….. ১৯৬৫ চনৰ ১৫ আগষ্ট।

দূৰদৰ্শনত ভাৰতৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা  ………..  প্ৰতিমা পুৰী।

ভাৰতৰ প্ৰথমটো উপগ্ৰহ দূৰদৰ্শন কেন্দ্ৰ ………..  হায়দৰাবাদত, ১৯৭৭ চন।

দূৰদৰ্শনযোগে প্ৰচাৰিত প্ৰথমখন ধাৰাবাহিক ………..  তিছৰা ৰাস্তা (১৯৬২ চন)।

দূৰদৰ্শনৰ অনুষ্ঠান সম্প্ৰচাৰৰ বাবে  প্ৰথমটো ভাৰতীয় কৃত্ৰিম উপগ্ৰহ ……….. ইনছাট- ১ এ (১৯৮২ চন)।

দূৰদৰ্শন যোগে প্ৰথম ৰঙ্গীন সম্প্ৰচাৰ ……….. চেন্নাই দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে, ১৯৮০ চনৰ ১৮ জুলাই।

দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় সেৱাত প্ৰচাৰিত প্ৰথমখন ভাৰতীয় চলচ্চিত্ৰ ………..  শতৰঞ্জ কী খিলাড়ী।

দূৰদৰ্শনৰ বাবে  নিৰ্মিত প্ৰথমখন টেলিফিল্ম ………..  সদগতি (১৯৮২ চন)।

দুটা চেনেল যুক্ত ভাৰতৰ প্ৰথমটো দূৰদৰ্শন কেন্দ্ৰ ……….. দিল্লী দূৰদৰ্শন কেন্দ্ৰ।

দূৰদৰ্শন যোগে সংসদৰ প্ৰথম পোনপটীয়া সম্প্ৰচাৰ ……….. ১৯৯৪ চন, ৭ ডিচেম্বৰ।

প্ৰথম সংগীত ভিত্তিক দূৰদৰ্শন ধাৰাবাহিক ………..  অমৃতা।

দূৰদৰ্শনৰ প্ৰথমখন এনিমেচন ধাৰাবাহিক ………..  গায়েব আয়া।

দূৰদৰ্শনৰ প্ৰথমখন কল্প বিজ্ঞান ধাৰাবাহিক ……….. স্পেচ চিটি ছিগমা (১৯৮৯ চন)।

ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ টেলিভিচন চেনেল ……….. জি- টি ভি (১৯৯২ চন)।

ভাৰতৰ প্ৰথমটো ২৪ ঘন্টীয়া সংবাদ চেনেল ………..  ষ্টাৰ টি ভি (১৯৯৮ চন)।

ভাৰতৰ প্ৰথমটো ট্ৰাম গাড়ী কোম্পানী ……….. কলকাতা ট্ৰামৱেজ কোঃ লিঃ।

ভাৰতত প্ৰথম ট্ৰাম সেৱা আৰম্ভ ……….. ১৮৭৩ চন।

ভাৰতৰ প্ৰথমজন পোষ্টমাষ্টাৰ জেনেৰেল ………..  ৰেডফাৰ্ণ।

ভাৰতৰ প্ৰথমটো জেনেৰেল পোষ্ট অফিচ ……….. চেন্নাই জেনেৰেল পোষ্ট অফিচ (১৭৮৬ চন)।

ভাৰতত প্ৰথম ডাক বাকচ আৰম্ভ ……….. ১৮৫৪ চন।

ভাৰতত প্ৰথম ডাক পিয়ন ব্যৱস্থা আৰম্ভ ……….. ১৮৪০ চন।

ভাৰতত প্ৰথম বীমাযুক্ত ডাক সেৱা আৰম্ভ ……….. ১৮৭৮ চন।

ভাৰতত প্ৰথম টেলিগ্ৰাফিক মণি অৰ্ডাৰ সেৱা আৰম্ভ ……….. ১৮৮৭ চন।

ভাৰতত প্ৰথম সামৰিক ডাক সেৱা আৰম্ভ ……….. ১৮৫৬ চন।

ভাৰতৰ প্ৰথমখন পুলিচ ট্রেইনিং একাডেমী ……….. পঞ্জাৱ পুলিচ একাডেমী।

এচিয়াৰ আটাইতকৈ ওখ মহিলাৰ স্বীকৃতি পোৱা প্ৰথম ভাৰতীয় ………..  ছেতালানা সিং।

ভাৰতীয় ছপাশালত প্ৰথম ভাৰতীয় ডাক টিকট ছপা ……….. ১৯২৬ চনত।

ভাৰতৰ প্ৰথমটো স্মাৰক ডাক টিকট প্ৰকাশ ……….. ১৯৩১ চন।

ভাৰতৰ প্ৰথমটো যুদ্ধ সম্পৰ্কীয় ডাক টিকট প্ৰকাশ ……….. ১৯৪৬ চন।

স্বাধীন ভাৰতৰ প্ৰথমটো ডাক টিকট প্ৰকাশ ……….. ১৯৪৭ চনৰ ২১ নৱেম্বৰ।

ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্বাক্ষৰযুক্ত ভাৰতৰ প্ৰথমটো ডাক টিকট প্ৰকাশ ……….. ১৯৬১চন।

কাশ্মীৰ সম্পৰ্কীয় ভাৰতৰ প্ৰথমটো ডাক টিকট প্ৰকাশ ……….. ১৯৬১ চন।

ভাৰতত প্ৰথম আন্তৰ্জাতিক ডাক টিকট প্ৰদৰ্শনী ……….. ১৯৫৪ চন, মুম্বাইত।

ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতিৰ ছবিসহ প্ৰথমটো ভাৰতীয় ডাক টিকট প্ৰকাশ    ………..  ১৯৬২ চন।

পখীৰ ছবিৰে ভাৰতৰ প্ৰথমটো ডাক টিকট প্ৰকাশ ……….. ১৯৬৮ চন।

ক্ৰিকেট সম্পৰ্কীয় ভাৰতৰ প্ৰথমটো ডাক টিকট প্ৰকাশ ……….. ১৯৭১ চন।

ক্ৰীড়া সংগঠন বিষয়ক ভাৰতৰ প্ৰথমটো ডাক টিকট প্ৰকাশ ……….. ১৯৮৯ চন।

ডাক টিকটত স্থান পোৱা প্ৰথমজন ভাৰতীয় খেলুৱৈ ………..  ৰঞ্জিত সিংজী।

মহাত্মা গান্ধীৰ ছবিৰে প্ৰথম ভাৰতীয় ডাক টিকট প্ৰকাশ ……….. ১৯৪৮ চন।

ভাৰতীয় ডাক টিকটত স্থান পোৱা প্ৰথম বিদেশী ……….. চাৰ হেনৰী ডুনান্ট।

চাহ খেতি সম্পৰ্কীয় প্ৰথম ভাৰতীয় ডাক টিকট প্ৰকাশ ……….. ১৯৬৫ চন।

ভাৰতৰ প্ৰথমটো তিনি কোণীয়া ডাক টিকট ……….. ১৯৮৫ চন।

ভাৰতৰ প্ৰথমটো ডাক টিকট সংগ্ৰহালয় ……….. নতুন দিল্লীত, (১৯৬৮ চন)।

ভাৰতৰ প্ৰথমটো তাৰকা গৃহ ………..  বিৰলা প্লেনেট’ৰিয়াম, কলকাতা।

ভাৰতৰ প্ৰথম বাছ চলাচল ………..  মুম্বাইত, ১৯২৬ চনৰ ১৫ জুলাই।

ভাৰতৰ প্ৰথমজন বাছ কণ্ডা”ৰ ………..  ফকিৰ মহম্মদ বাবা।

ভাৰতৰ প্ৰথমখন দেশীয় বাতৰি কাকত ………..  সমাচাৰ দৰ্পণ (১৮১৮ চন)।

ভাৰতৰ প্ৰথমখন দৈনিক বাতৰি কাকত ……….. মুম্বাই সমাচাৰ (১৮২২ চন)।

অৰ্থনীতি সম্পৰ্কীয় ভাৰতৰ প্ৰথমখন দৈনিক বাতৰি কাকত ……….. দি ইক’নমিক টাইমচ।

ভাৰতত প্ৰথম প্ৰজা সাধাৰণৰ ঘৰত বৈদ্যুতিক চাকি জ্বলে ………..   ১৮৯৯ চনত, কলকাতাত।

ভাৰতত নিৰ্বাচনত পোন প্ৰথমবাৰৰ বাবে বেলট পেপাৰ ব্যৱহাৰ কৰা হয় ………..  ১৯৬২ চনত।

ভাৰতৰ প্ৰথমটো ৰকেট ………..  ৰোহিণী- ৭৫।

ভাৰতৰ প্ৰথমটো তৰল ইন্ধনযুক্ত ৰকেট ………..  ৰোহিণী-৫৬০।

ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ বাহন ……….. SLV-3।

ভাৰতৰ প্ৰথম মহিলা প্ৰকাশন গোষ্ঠী  ………..  কলি ফৰ ওমেন।

ভাৰতৰ প্ৰথম মহিলা সাংবাদিক সংস্থা ……….. The Indian Press Corps.

ভাৰতৰ প্ৰথম মহিলা ফটো সাংবাদিক ………..  হোমী ভাৰৱালা।

ভাৰতৰ প্ৰথম মহিলা মহাবিদ্যালয় ………..  দি হিন্দু ফিমেল স্কুল।

ভাৰতৰ প্ৰথম মহিলা চিকিৎসক ………..  আনন্দী বাই যোশী।

ভাৰতৰ প্ৰথম মহিলা ইঞ্জিনিয়াৰ ………..  ললিতা।

ভাৰতৰ প্ৰথম মহিলা আইনৰ স্নাতক ………..  কৰ্ণেলিয়া চোৰাৱজী।

ভাৰতৰ প্ৰথম মহিলা উপাচাৰ্য ………..  হংস মেহতা।

ভাৰতৰ প্ৰথম মহিলা এৰোস্পেচ চিকিৎসক ……….. পাৰ্বতী গোপাল (বাংগালোৰ)।

ভাৰতৰ প্ৰথমটো বতৰ বিজ্ঞান আৰু যোগাযোগ উপগ্ৰহ ……….. INSAT-1A.

ভাৰতৰ প্ৰথম গৰাকী মহিলা পাইলট ………..  প্ৰেম মাথুৰ।

ভাৰতৰ প্ৰথম এয়াৰ বাছ চলোৱা মহিলা পাইলট ………..  দুৰ্বা বন্দোপাধ্যায়।

ভাৰতৰ প্ৰথম গৰাকী মহিলা বিচাৰক ……….. আন্না ছেণ্ডী।

ভাৰতৰ প্ৰথম গৰাকী মহিলা মেয়ৰ ………..  সুলোচনা মোদী।

ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক ………..  চুলতানা ৰাজিয়া।

ভাৰতৰ প্ৰথমটো মহিলা সংগঠন ………..  দি ইণ্ডিয়ান ওমেনছ এছ’চিয়েচন।

স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মহিলা কংগ্ৰেছ সভাপতি ……….. শ্ৰীমতী ইন্দিৰা গান্ধী।

কংগ্ৰেছ মহাসভাত ভাষণ দিয়া প্ৰথম ভাৰতীয় মহিলা ……….. কাদম্বিনী গাংগুলী।

ভাৰতীয় সংসদৰ প্ৰথম গৰাকী মহিলা প্ৰিচাইডিং বিষয়া ………..   ভায়োলেট আলভা।

ভাৰতৰ ৰাজ্যসভাৰ প্ৰথম মহিলা সাধাৰণ সম্পাদক ………..  ভি এছ ৰমাদেৱী।

ভাৰতৰ প্ৰথম গৰাকী মহিলা বিধায়ক ………..  এছ মুথুলক্ষ্মী ৰেড্ডী।

ভাৰতৰ প্ৰথম মহিলা কুটনীতিবিদ ………..   কে এম চোইভিয়া বেলিয়াপ্পা।

ভাৰতৰ প্ৰথম মহিলা আই এ এছ ………..  আন্না ৰাজন জৰ্জ।

সেনা মেডেল পোৱা প্ৰথম ভাৰতীয় মহিলা ………..  বিমলা দেবী।

ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰেল-চালক ………..  সুৰেখা ভোচলে।

ডিজেল ৰেল ইঞ্জিনৰ প্ৰথম মহিলা ৰেল-চালক ………..  মুমতাজ কাঠৱালা।

ভাৰতৰ প্ৰথম মহিলা ৰেলৱে ষ্টেচন মাষ্টাৰ ………..  ৰিংকু সিংহা ৰয়।

ভাৰতৰ প্ৰথম মহিলা ট্ৰাক চালক ………..  পাৰ্বতী আৰ্য  (মধ্য প্ৰদেশ)।

ভাৰতৰ প্ৰথম মহিলা টেক্সি-চালক ………..  যশবীৰ কৌৰ।

ভাৰতৰ প্ৰথম গৰাকী মহিলা অটোৰিক্সা-চালক ……….. নাদিৰশ্বাহ দাৰুৱালা।

ভাৰতৰ প্ৰথম মহিলা চাইকেল-ৰিক্সা মেকানিক ……….. সুহাগ দেৱী (বিহাৰ)।

ভাৰতৰ প্ৰথম মহিলা জেট বিমান চালক  ……….. কেপ্তেইন সৌদামিন দেশমুখ।

ভাৰতৰ প্ৰথমগৰাকী মহিলা উপন্যাসিক ………..  স্বৰ্ণ কুমাৰী দেৱী।

সাহিত্য একাডেমী পুৰষ্কাৰ পোৱা প্ৰথম ভাৰতীয় মহিলা ……….. অমৃতা প্ৰীতম। 

ৰাষ্ট্ৰসংঘত সংগীত পৰিেবশন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা  ………..   এম এচ শুভলক্ষ্মী।

ভাৰতৰ প্ৰথমটো মহিলাৰ সংগ্ৰহালয় ………..  স্বাস্বতী (বাংগালোৰ)।

ফিল্ম ফেয়াৰ বঁটা পোৱা প্ৰথম ভাৰতীয় অভিনেত্ৰী ………..  মীনা কুমাৰী।

প্ৰথম দাদা চাহেব ফাল্কে বঁটা পোৱা ভাৰতীয় অভিনেত্ৰী ………..    দেৱীকা ৰাণী।

ভাৰতীয় সেনা-বাহিনীৰ প্ৰথম মহিলা চিকিৎসক ……….. ডাক্তৰ ডৰেণ ষ্ট্ৰেচি, ডাক্তৰ ইজােবলা হেওলেট।

ভাৰতীয় সেনা-বাহিনীত যোগদান কৰা প্ৰথম মহিলা ………..  চাৰ্জেন্ট বিনীতা টোমৰ, ৰাজেশ্বৰী ক’ৰী।

ভাৰতৰ প্ৰথম মহিলা পেৰাট্ৰ’পাৰ ………..  গীতা ঘোষ।

ডিফেন্স চাৰ্ভিচ  কোৰ্চৰ প্ৰশিক্ষণ প্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলা ……….. পদ্মা বন্দোপাধ্যায়।

বায়ুসেনাৰ প্ৰথম মহিলা পাইলট ………..  হৰিতা কৌৰ।

মুম্বাই ষ্টক এক্সচেঞ্জৰ প্ৰথম মহিলা সঞ্চালক ………..  দিনা মেহতা।

ভাৰতৰ প্ৰথম মহিলা জকী ………..  আয়েছা কেপ্তেইন।

অলিম্পিকত পদক পোৱা প্ৰথম মহিলা ………..  কৰ্ণম মালেশ্বৰী।

আন্তৰ্জাতিক মাৰাথনত প্ৰথম ভাৰতীয় মহিলা ………..  আশা আগৰৱালা।

আন্তৰ্জাতিক মহিলা মাৰাথনত প্ৰথম বিজয়ী ভাৰতীয় মহিলা  ………..   আশা আগৰৱালা।

বেডমিন্টন এছীয় প্ৰতিযোগিতাত প্ৰথম জয়ী ভাৰতীয় মহিলা ……….. সৰোজিনী আপদ, মীন শ্বাহ।

দবা খেলৰ প্ৰথম আন্তৰ্জাতিক ভাৰতীয় মহিলা মাষ্টাৰ ………..  জয়শ্ৰী খাদিলকাৰ।

এচিয়াৰ দবা প্ৰতিযোগিতাৰ প্ৰথম জয়ী ভাৰতীয় মহিলা ……….. ৰোহিণী খাদিলকাৰ।

জুডো খেলৰ এছীয় চেম্পীয়নশ্বিপত প্ৰথম মেডেল বিজয়ী ভাৰতীয় মহিলা………..  পুনম চোপ্ৰা।

অষ্ট্ৰেলিয়ান অপেনত জয়লাভ কৰা প্ৰথম ভাৰতীয় মহিলা   ………..   নিৰুপম বেদ্যনাথ।

ভাৰতৰ প্ৰথমগৰাকী পেচাদাৰ টেনিচ প্ৰশিক্ষক ………..  নীথ দেৱয়া।

বিশ্ব স্বাস্থ্য সংস্থাৰ কেবিনেটৰ প্ৰথম ভাৰতীয় মহিলা সদস্য   ………..   পুন ক্ষেত্ৰপাল।

ভাৰতৰ প্ৰথম মহিলা বিছপ ………..  কাটাকাম্বা।

ভাৰতৰ প্ৰথম মহিলা শ্মশান কৰ্মী ………..  গুলাব মহাঁৰ্জী।

ভাৰতত বিধান সভাৰ প্ৰথম অধ্যক্ষ ………..  এল এম পেইলি।

বিধানসভালৈ আৰক্ষীক মতা প্ৰথম অধ্যক্ষ ……….. পি এইচ পাণ্ডিয়ান।

ৰাষ্ট্ৰসংঘত হিন্দীত ভাষণ দিয়া প্ৰথমজন ভাৰতীয় ………..   অটল বিহাৰী বাজেপয়ী।

ভাৰতৰ প্ৰথমটো বাতৰি প্রতিষ্ঠান  ………..  প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়া।

ভাৰতৰ গাৰো মহিলাক বিয়া কৰোৱা প্ৰথমজন বিদেশী ………..  টিম ৱেলচ

বীৰ শংকৰ শ্বাহ ৰঘুনাথ ৰাষ্ট্ৰীয় বঁটা পোৱা প্ৰথম ব্যক্তি ………..  কিনফেন সিং।

বৃটেইনৰ ডাক টিকটত স্থান পোৱা প্ৰথমজন ভাৰতীয় ………..  মহাত্মা গান্ধী।

বিশ্বৰ কনিষ্ঠতম চলচিত্ৰ পৰিচালক হোৱা প্ৰথমজন ভাৰতীয় ……….  কৃষাণ শ্ৰীকান্থ (বাংগালোৰ)।

ভাৰতৰ প্ৰথমখন পুলিচ বিশ্ববিদ্যালয় ………..  জলন্ধৰ।

ভাৰতৰ প্ৰথমটো পলিচিলিকন সৌৰ প্ৰকল্প ………..  কলকাতাৰ হালদিয়াত।

ভি কে কৃষ্ণ মেনন বঁটা পোৱা প্ৰথমজন ভাৰতীয় ব্যক্তি  ………..   কে জি বালাকৃষ্ণণ।

ভেটিকান চিটিৰ পৰা ‘মহাত্মা’ উপাধি পোৱা প্ৰথমগৰাকী ভাৰতীয়  ………..   চিষ্টাৰ এল ফোনচা (কেৰালা)।

ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা তৈয়াৰ কৰা প্ৰথম ব্যক্তিজন ………..  পি ভেংকীয়া।

ভাৰতত প্ৰথম ৰিক্সা চলে ……….. ১৮৮০ চনত, ছিমলাত।

ভাৰতৰ প্ৰথম লোহাৰ দলং ………..  গোমতী নদীৰ ওপৰত (১৮১৫ চন)।

ভাৰতৰ প্ৰথমখন হোটেল ………..  হাৰমনিক ট্রেভান (কলকাতা, ১৮১০ চন)।

ভাৰতত প্ৰথম লোক পিয়ল আৰম্ভ ……….. ১৮৭২ চন।

ভাৰতৰ প্ৰথম প্ৰশাসনিক লোক পিয়ল আয়ুক্ত ………..  এ চন্দ্ৰ শেখৰ।

ভাৰতৰ প্ৰথম কৃষি বিশ্ববিদ্যালয় ……….. গোবিন্দ বল্লভ পান্থ কৃষি বিশ্ববিদ্যালয়।

ভাৰতৰ প্ৰথমটো ধান গৱেষণাগাৰ কেন্দ্ৰ ………..  দা চেন্ট্ৰেল ৰাইচ ৰিছাৰ্চ  ইনষ্টিটিউট, কটক।

ভাৰতৰ প্ৰথমজন পশু চিকিৎসক ………..  উইলিয়াম মুৰ ক্ৰফ্ট।

মুছলীম লীগত থকা প্ৰথমজন হিন্দু ………..  যোগেন্দ্ৰ নাথ মণ্ডল।

ভাৰতত ইলেক্ট্রনিক ভোটদান মেচিনৰ প্ৰথম ব্যৱহাৰ ……….. ১৯৮২ চন।

ভাৰতৰ প্ৰথমজন অস্থায়ী কাৰ্যবাহী ৰাষ্ট্ৰপতি ………..  ভি ভি গিৰি।

আদালতে চমন দিয়া ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী ………..  পি ভি নৰসিংহ ৰাও।

পদত্যাগ  কৰা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী ………..  মোৰাৰজী দেশাই।

কাৰ্যকাল চলি থকা অৱস্থাত বিদেশত মৃত্যু বৰণ কৰা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী   ………..  লালবাহাদুৰ শাস্ত্ৰী।

বিশ্ব খাদ্য বঁটা পোৱা প্ৰথমজন ভাৰতীয় ………..  এম এচ স্বামীনাথন।

লোকসভাৰ প্ৰথমজন উপাধ্যক্ষ ………..  অনন্তশয়নম আয়েংগাৰ।

সংসদৰ সদস্য পদ হেৰুৱা প্ৰথমজন ভাৰতীয় সংসদ ………..   লালধুমা (মিজোৰাম)।

লোকসভাত প্ৰথম ভাৰতীয় দম্পতী ………..  আলভা দম্পতী (জোৱাছিম আলভা আৰু  ভয়োলেট আলভা)।

কাৰ্যকালতে মৃত্যু হোৱা প্ৰথমজন ভাৰতীয় কেন্দ্ৰীয় মন্ত্ৰী ……….. বল্লভ ভাই পেটেল।

খো-খো খেলত অৰ্জুন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ………..  সুধিৰ পৰব।

দবা খেলত প্ৰথম ‘ৰাজীৱ গান্ধী খেল ৰত্ন’ পুৰষ্কাৰ পোৱা প্ৰথম ভাৰতীয় ………..  বিশ্বনাথন আনন্দ।

স্বাধীন ভাৰতৰ প্ৰথমটো বন্দৰ ………..  গুজৰাটৰ কান্দলা বন্দৰ (১৯৪৯ চন)।

ভাৰতীয় বিমান বাহিনীত প্ৰথমগৰাকী অৰুণাচলীয় পাইলট ………..  কুৰুং হাছাং।

ভাৰতৰ প্ৰথমখন ইনষ্টিটিউট অব মেনেজমেন্ট ………..ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেন্ট, কলকাতা।

ভাৰতৰ প্ৰথমখন ফেচন সম্পৰ্কীয় শিক্ষানুষ্ঠান  ………..  নেচনেল ইনষ্টিটিউট  অব ফেচন টেকন’লজী।

ভাৰতৰ প্ৰথমখন নৈতিক মূল্যেবাধৰ বিশ্ববিদ্যালয় ……….. গায়ত্ৰী বিশ্ববিদ্যালয় (বাংগালোৰ)।

ক্ৰিকেটত প্ৰথম অৰ্জুন বঁটা পোৱা প্ৰথম ভাৰতীয় ………..  চেলিম দুৰাণি।

কাবাদীত অৰ্জুন বঁটা পোৱা প্ৰথম ভাৰতীয় ………..  সদানন্দ শেঠী।

ভাৰতৰ সৰ্বপ্ৰথম সংগীত বিদ্যালয়  ………..   শান্তি নিকেতন (১৯০১ চন)।

ভাৰতৰ প্ৰথমখন মেজিক শিক্ষাৰ বিদ্যালয় ………..  বালনন্দন স্কুল অব মেজিক (হায়দৰাবাদ, ১৯৮০ চন।)।

শূূন্য ব্যৱহাৰ কৰা প্ৰথম ভাৰতীয় গণিতজ্ঞ ……….. ব্রহ্মগুপ্ত।

আধুনিক জ্যোতি পদাৰ্থ বিজ্ঞানৰ প্ৰথমজন ভাৰতীয় বিজ্ঞানী ………..  মেঘনাথ সাহা।

ভাৰতৰ প্ৰথমখন সৌৰশক্তি গাওঁ ………..  বংগ পালপুৰ (পশ্চিমবংগ)।

ভাৰতৰ প্ৰথম ডেন্টেল লেব’ৰেটৰী ………..  সাই দন্তকলা চেৰামিক।

ভাৰতীয় লিখকে লিখা প্ৰথম ইংৰাজী উপন্যাস ………..  ৰাজমোহনছ ৱাইফ।

বনাঞ্চল সম্পৰ্কীয় ভাৰতৰ প্ৰথমখন আলোচনী ………..  দি ইণ্ডিয়ান ফৰেষ্টাৰ।

এথলেটিক্সত দ্ৰোণাচাৰ্য পুৰষ্কাৰ পোৱা প্ৰথমজন ভাৰতীয় ……….. অ’ এম নাম্বিয়াৰ।

ফুটবলত দ্ৰোণাচাৰ্য পুৰষ্কাৰ পোৱা প্ৰথম ভাৰতীয় ………..  চৈয়দ নৈমুদ্দিন।

আৰ্চাৰীত অৰ্জুন বঁটা পোৱা প্ৰথম ভাৰতীয় ………..  কৃষ্ণা দাস। 

0 0 0

 

Leave a Reply

Your email address will not be published. Required fields are marked *