ভাৰতৰ উল্লেখযোগ্য গ্ৰন্থ আৰু গ্ৰন্থকাৰ

 

গ্ৰন্থৰ নাম ……….. লিখক

ৰামায়ণ ……….. বাল্মিকী

মহাভাৰত ……….. ব্যাসদেৱ

পঞ্চতন্ত্ৰ ……….. বিষ্ণু শৰ্মা

ৰাম চৰিত মানস ……….. তুলসী দাস

অৰ্থশাস্ত্ৰ ……….. কৌটিল্য

অভিজ্ঞান শকুন্তলম ……….. কালিদাস

কথা সৰিৎ সাগৰ ……….. সোমদেৱ

গড অফ স্মল থিংছ ……….. অৰুন্ধতী ৰয়

হৰ্ষ চৰিত ……….. বাণভট্ট

ইণ্ডিকা ……….. মেগাস্থেনিচ 

তাৰিখ -ই- হিন্দ ……….. আলেবৰুণী

অষ্টাধ্যয়ী ……….. পানিনি

হুমায়ূন নামা ……….. গুলবদন বেগম

তুজুক ই- জাহাঙ্গীৰি ……….. সম্ৰাট জাহাঙ্গীৰ

আলমগীৰ নামা ……….. মিৰ্জা মহম্মদ কাচিম

ফাতুহিত-ই-আলমগিৰি ……….. ঈশ্বৰ দাস

তাৰিখ-ই আলাই ……….. আমীৰ খশ্ৰু

ৰাজতৰঙ্গিনী ……….. কলহন

কীৰ্তন ঘোষা ……….. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

নামঘোষা ……….. মহাপুৰুষ শ্ৰী মাধৱদেৱ

ন হন্যতে ……….. মৈত্ৰেযী দেৱী

উত্তৰ ৰাম চৰিত ……….. ভৱভূতি

আনন্দ মঠ ……….. বংকিম চন্দ্ৰ চেটাৰ্জী

গীতাঞ্জলি ……….. ৰবীন্দ্ৰনাথ ঠাকুৰ

মৃত্যুঞ্জয়  ……….. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

ইণ্ডিয়া উইনচ ফ্রিডম ……….. মৌলানা আবুল কালাম আজাদ

ইণ্ডিয়ান ফিল’ছফি ……….. সৰ্বপল্লী ৰাধাকৃষ্ণন

মাই এক্সেপৰিমেন্ট উইথ ট্রুথ ……….. মহাত্মা গান্ধী

ইগনাইটেড মাইণ্ড ……….. এ পি জে আব্দুল কালাম

দ্য গ্লিমছেছ অব ৱৰ্ল্ড হিষ্টুৰি ……….. জৱাহৰলাল নেহৰু। 

0 0 0 

 

Leave a Reply

Your email address will not be published. Required fields are marked *