ভাৰতৰ বিভিন্ন ধৰ্মৰ তীৰ্থস্থানসমূহ

 

(ক) হিন্দু ধৰ্মৰ তীৰ্থস্থান

কাশী, গয়া, ত্রিবনী, চন্দ্ৰনাথ, বৈদ্যনাথ, মথুৰা, গৌৰীনাথ, দক্ষিণেশ্বৰ, ভূৱনেশ্বৰ, পুৰী, কালীঘাট, তাঞ্জোৰ, হয়গ্ৰীব-মাধৱ মন্দিৰ, উমানন্দ, কামাখ্যা, ৰামেশ্বৰ, পৰশুৰামকুণ্ড, অশ্বক্লান্ত, তীৰুপতি, বৃন্দাবন, অযোধ্যা,  কৈলাশ,  হৰিদ্বাৰ, প্ৰয়াগ, বদ্ৰীনাথ, অমৰনাথ, পুষ্কৰ, বশিষ্ঠাশ্রম, বিন্ধ্যাচল, নৱদ্বীপ আদি।

(খ) ইছলাম  ধৰ্মৰ তীৰ্থস্থান

দিল্লী আৰু আগ্ৰাৰ জুম্মা মছজিদ, আজমীৰ, পোৱামক্কা (হাজো), গঞ্জমুৰদাবাদ, জলেশ্বৰ (গোৱালপাৰা)।              

(গ) বৌদ্ধ ধৰ্মৰ তীৰ্থস্থান

বুদ্ধগয়া, নালন্দা, লুম্বিনী, সাৰনাথ, কাজৰী, ৰাজগীৰ               

(ঘ) জৈন  ধৰ্মৰ তীৰ্থস্থান

পৰেশনাথ পাহাৰৰ মন্দিৰ, কলিকাতাৰ জৈন মন্দিৰ। 

0 0 0

 

Leave a Reply

Your email address will not be published. Required fields are marked *