ভাৰত চৰকাৰৰ উদ্যোগসমূহ

 

উদ্যোগ প্রতিষ্ঠানৰ  নাম ……….. স্থান 

(১) হিন্দুস্থান পেপাৰ কৰ্প’ৰেচন  লিমিটেড ……….. নতুন দিল্লী

(২) হিন্দুস্থান অৰ্গেনিক কেমিকেলচ ……….. কোলাবা

(৩) হিন্দুস্থান টুলচ্ লিমিটেড ……….. বাংগালোৰ

(৪) হিন্দুস্থান কেবল লিমিটেড ……….. ৰূপনাৰায়ণপুৰ

(৫) হিন্দুস্থান এৰ’নাটিক লিমিটেড ……….. বাংগালোৰ

(৬) ইণ্ডিয়ান অইল কৰ্প’ৰেচন ……….. মুম্বাই

(৭) হিন্দুস্থান টেলিপ্ৰিন্টাৰ্চ লিমিটেড ……….. মাদ্ৰাজ

(৮) হিন্দুস্থান ষ্টিল লিমিটেড ……….. ৰাঁচি

(৯) হিন্দুস্থান এন্টিবাইটিক লিমিটেড ……….. পিমপ্ৰী

(১০) হিন্দুস্থান ফাৰ্টিলাইজাৰ কৰ্প’ৰেচন ……….. দুৰ্গাপুৰ, নামৰূপ

(১১) কটন কৰ্প’ৰেচন অব ইণ্ডিয়াঃ নতুন দিল্লী

(১২) চিত্তৰঞ্জন লেকোমেটিভ ৱৰ্কচপ ……….. চিত্তৰঞ্জন

(১৩) চিমেন্ট কৰ্প’ৰেচন অব ইণ্ডিয়া ……….. নতুন দিল্লী

(১৪) বোকাৰো ষ্টিল লিমিটেড ……….. বোকাৰো

(১৫) ভাৰত অপথেলমিক গ্লাছ লিমিটেড ……….. দুৰ্গাপুৰ

(১৬) ভাৰত হেভি প্লেট এণ্ড ভেছেলছ লিমিটেড ………..  বিশাখাপট্টনম

(১৭) ভাৰত হেভী ইলেকট্ৰিকেলছ লিমিটেড ……….. ভূপাল

(১৮) কোলাৰ গোল্ড মাইনচ লিমিটেড ……….. কৰ্ণাটক

(১৯) ভাৰত ইলেকট্ৰনিকচ লিমিটেড ……….. বাংগালোৰ

(২০) ইঞ্জিনিয়াৰ ইণ্ডিয়া লিমিটেড ……….. নতুন দিল্লী

(২১) ৰাষ্ট্ৰীয় কেমিকেলচ এণ্ড ফাৰ্টিলাইজাৰচ ………..  ট্ৰম্বে

(২২) ডিজেল লোকোমেটিক ৱৰ্কশ্বপ ……….. বাৰানসী

(২৩) স্কুটাৰ্চ ইণ্ডিয়া লিমিটেড ……….. লখনৌ 

(২৪) ষ্টিল অথ’ৰিটি অব ইণ্ডিয়া ……….. নতুন দিল্লী

(২৫) হিন্দুস্থান জিংক লিমিটেড ……….. উদয়পুৰ

(২৬) হিন্দুস্থান ক’পাৰ লিমিটেড ……….. কলকাতা

(২৭) ত্রিবেনী ষ্টাকচাৰেলচ ……….. নাইনী।

(২৮) ভাৰত এলুমিনিয়াম কোম্পানী লিমিটেড ……….. নতুন দিল্লী

(২৯) ইনষ্ট্ৰুমেন্টচ লিমিটেড ……….. কোটা

(৩০) মৰাপাট কর্প’ৰেশন  লিমিটেড ……….. কলকাতা

(৩১) নেচনেল বাইচাইকেল কৰ্প’ৰেচন অব ইণ্ডিয়া লিঃ ……….. মুম্বাই। 

0 0 0

 

Leave a Reply

Your email address will not be published. Required fields are marked *