কম্পিউটাৰ কুইজ

(ছাত্ৰ-ছাত্ৰীসকলৰ বাবে  সাধাৰণ জ্ঞানৰ হাত পুথি)

 

 

 

 

সংকলন আৰু সম্পাদনা

ৰাব্বি  মছৰুৰ

 

 

 

 

 

 

 

গ্ৰুহিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰেপটা (অসম)

……………………………………………………………………………………………..

Computer Quiz (A Hand Book of General Knowledge For Students.

 

First Edition 2019

 

 

Published by Growhills Publishing

 

All rights reserved with the Publisher

 

 

 

Price : Rs.  ……………… .

 

 

D.T.P. Growhills D. T. P Operators.

………………………………………………………………………………………………………

সূচনা

 

বৰ্তমানৰ এই  প্ৰতিযোগিতামূলক যুগত সাধাৰণ জ্ঞানৰ পুথিৰ অভাৱ বাৰুকৈয়ে উপলব্ধি কৰি গ্ৰুহিলচ্ লিখক সমিতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ বিভিন্ন বিষয়ৰ ওপৰত এলানি সাধাৰণ জ্ঞানৰ পুথি প্ৰণয়ন কৰিবলৈ এক সাহসী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ চতুর্থ প্ৰচেষ্টা হিচাপে  আমি ‘কম্পিউটাৰ কুইজ’ নামৰ সাধাৰণ জ্ঞানৰ পুথিখন প্ৰণয়ন কৰি উলিয়ালোঁ। পুথিখনত সৰ্বাধুনিক নিখুঁত তথ্য সন্নিবিষ্ট কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আমি আশাবাদী যে আমাৰ অন্যান্য পুথিসমূহৰ দৰে আমাৰ এই আঁচনিৰ পুথিবোৰেও ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠক সমাজৰ উষ্ণ সমাদৰ লাভ কৰিব। 

ৰাব্বি মছৰুৰ  

গ্ৰুহিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰেপটা                                                                       

২০১৯ 

…………………………………………………………………………………………………………….

কম্পিউটাৰ কুইজ

প্রঃ বিংশ শতাব্দীৰ বিজ্ঞানৰ এক বিষ্ময়কৰ আৱিষ্কাৰ কি ?

উঃ কম্পিউটাৰ। 

প্রঃ কোনজন ব্যক্তিক আধুনিক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয় ? 

উঃ চাৰ্লছ বেবেজ।

প্রঃ আদিতে কম্পিউটাৰ কি কামত ব্যৱহাৰ কৰিবলৈ উদ্ভাৱন কৰা হৈছিল ?

উঃ দ্ৰুতভাৱে গণনা কাৰ্য সম্পাদন কৰিবলৈ।

প্রঃ পৃথিৱীত আৱিষ্কৃত প্ৰথম গণনা যন্ত্ৰটোৰ নাম কি আছিল ?

উঃ এবেকাছ (Abacus)।

প্রঃ কম্পিউটাৰৰ প্ৰ’গ্ৰেমিং লেংগুৱেজৰ মাতৃ কাক কোৱা হয় ?

উঃ এ. এ. বি. লাভলেছ। 

প্রঃ কম্পিউটাৰৰ প্ৰ’ছেছিং কৰিবলৈ ব্যৱহাৰ কৰা আহিলাক কি বোলে ?

উঃ প্ৰ’ছেছিং আহিলা। 

প্রঃ কম্পিউটাৰে যিকোনো কাৰ্য কৰিব পাৰে নে ?

উঃ নোৱাৰে।

প্রঃ কম্পিউটাৰৰ দুটা ইনপুট আহিলাৰ নাম কোৱা।

উঃ কী-ব’ৰ্ড আৰু মাউচ।

প্রঃ কম্পিউটাৰৰ আচল যন্ত্ৰটো কি ?

উঃ চেন্টেল প্ৰ’ছেছিং ইউনিট (Central Processing Unit)।

প্রঃ প্ৰথম জেনেৰেশ্যনৰ কম্পিউটাৰ  যুগ কোনটো ?

উঃ ১৯৪৯ চনৰ পৰা ১৯৫৫ চনলৈ।

প্রঃ প্ৰথম জেনেৰেশ্যনৰ কম্পিউটাৰ এটিৰ নাম কোৱা।

উঃ এনিয়েক।

প্রঃ দ্বিতীয় জেনেৰেশ্যনৰ কম্পিউটাৰ যুগ কোনটো ?

উঃ ১৯৫৬ চনৰ পৰা ১৯৭৫ চনলৈ।

প্রঃ দ্বিতীয়  জেনেৰেশ্যনৰ কম্পিউটাৰ এটিৰ নাম কোৱা।

উঃ আইএমবি-১৪০১।

প্রঃ তৃতীয় জেনেৰেশ্যনৰ কম্পিউটাৰ যুগ কোনটো ?

উঃ ১৯৭৬চনৰ পৰা ১৯৯৯ চনলৈ।

প্রঃ তৃতীয়  জেনেৰেশ্যনৰ কম্পিউটাৰ এটিৰ নাম কোৱা।

উঃ আইএমবি-৩৬০।

প্রঃ চতুৰ্থ  জেনেৰেশ্যনৰ কম্পিউটাৰ যুগ কোনটো ?

উঃ ২০০০ চনৰ পৰা বৰ্তমানলৈ।

প্রঃ চতুৰ্থ  জেনেৰেশ্যনৰ কম্পিউটাৰ এটিৰ  নাম কোৱা।

উঃ পেন্টিয়াম।

প্রঃ হাতেৰে স্পৰ্শ কৰি চাব পৰা কম্পিউটাৰ  আহিলাবোৰক কি বোলে ?

উঃ হাৰ্ডৱেৰ।

প্রঃ কম্পিউটাৰে নিজে কোনো কথা চিন্তা কৰিব পাৰেনে ?

উঃ নোৱাৰে।

প্রঃ কম্পিউটাৰৰ মনিটৰ, প্ৰিন্টাৰ আদি কি আহিলা?

উঃ আউটপুট আহিলা।

প্রঃ P. C. ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ Personal Computer

প্রঃ Palm Top  কি ?

উঃ এবিধ Personal Computer.

প্রঃ LapTop  কি ?

উঃ এবিধ Personal Computer.

প্রঃ কম্পিউটাৰৰ  Storage Media  প্ৰসঙ্গত WORM কি ?

উঃ Write Once Read Many.

প্রঃ BURN Proof  প্ৰযুক্তিটো কোন কোম্পানীৰ সৃষ্টি ? 

উঃ Sanyo.

প্রঃ কম্পিউটাৰৰ ভাষাত  ATM মানে কি ?

উঃ AsunchronousTransfer Mode.

প্রঃ নেপীয়াৰ ব’নছ গননাকাৰী যন্ত্ৰটো কেতিয়া আৱিষ্কাৰ কৰা হৈছিল ?

উঃ ১৬১৭ চনত। 

প্রঃ Leibnitz Calculator  ৰ আৱিষ্কাৰক কোন ?

উঃ গটফ্রাইট লেইবনিটজ্। 

প্রঃ Leibnitz Calculator  কেতিয়া  আৱিষ্কাৰ কৰা হৈছিল ?

উঃ ১৬৭১ চনত। 

প্রঃ Leibnitz Calculator-ক আন কি নামেৰ জনা গৈছিল ? 

উঃ Stepped Calculator.

প্রঃ Leibnitz Calculator  ৰ দ্বাৰা কি কি কাৰ্য কৰিব পৰা গৈছিল ?

উঃ পূৰণ আৰু হৰণ। 

প্রঃ দুটা ম’ডেমে hand shaking  কৰা মানে কি বুজায় ?

উঃ তথ্য আদান-প্ৰদান কৰা বুজায়। 

প্রঃ Abacus-ৰ জৰিয়তে কি কি কাৰ্য কৰা হৈছিল ?

উঃ যোগ আৰু বিয়োগ। 

প্রঃ নেপীয়েৰ ব’নছৰ জৰিয়তে গণিতৰ কি কি কাৰ্য কৰিব পৰা হৈছিল ?

উঃ যোগ, বিয়োগ, পূৰণ আৰু হৰণ। 

প্রঃ Pascaline নামৰ গণনা যন্ত্ৰটো কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ব্লেইজ পাস্কেল।

প্রঃ Pascaline নামৰ গণনা যন্ত্ৰটো কিমান চনত আৱিষ্কাৰ কৰা হৈছিল ?

উঃ ১৬৪২ চনত।

প্রঃ Pascaline  নামৰ গণনা যন্ত্ৰটোৰ আন এটা নাম কি·

উঃ পাস্কেল কেলকুলেটৰ।

প্রঃ Pascaline  নামৰ গণনা যন্ত্ৰটোৰ জৰিয়তে কি কি কাৰ্য কৰিব পৰা হৈছিল ?

উঃ সোনকালে যোগ আৰু বিয়োগ কৰিব পাৰিছিল। 

প্রঃ Pre-programming  মতে কাৰ্য সম্পন্ন কৰিব পৰা প্ৰথম গণনা যন্ত্ৰটোৰ নাম কি আছিল ?

উঃ Mark -I.

প্রঃ Mark -I.   কম্পিউটাৰবিধৰ উদ্ভাৱক কোন আছিল ?

উঃ Professor Howard Aiken.

প্রঃ বিশ্বৰ প্ৰথমটো Electromechanical Computer- ৰ নাম কি ?

উঃ Mark -I.

প্রঃ ১৮৯০চনত আমেৰিকাত লোকপিয়ল কামত ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম কি আছিল ?

উঃ Hollerith’s Machine.

প্রঃ Difference Engine -ৰ পৰিকল্পনাকাৰী কোন আছিল ?

উঃ চাৰ্লছ বেবেজ। 

প্রঃ কম্পিউটাৰত যোগান ধৰা তথ্যসমূহ  ক’ত জমা থাকে ?

উঃ মেম’ৰীত।

প্রঃ LapTop  প্ৰাইমেৰী মেম’ৰীত কোনো তথ্য স্থায়ীভাৱে জমা ৰাখিব পাৰিনে ?

উঃ নোৱাৰি।

প্রঃ ‘Command’  কি ?

উঃ ‘Command’ হ’ল কম্পিউটাৰক দিয়া নিৰ্দেশ যাৰ দ্বাৰা ই আমাক কাঙ্খিত ফল যোগান ধৰে। 

প্রঃ Control Unit  য়ে তথ্য গ্ৰহণ কৰি ক’লৈ পঠিয়ায় ?

উঃ মেম’ৰীলৈ।

প্রঃ Process Box কাক কয় ?

উঃ এল. চি. ইউ।

প্রঃ প্ৰাইমেৰী মেম’ৰীৰ কোনটো অংশত তথ্য অকল পঢ়িবহে পাৰি, সম্পাদনা কৰিব নোৱাৰি ?

উঃ ROM.

প্রঃ প্ৰাইমেৰী মেম’ৰীৰ কোনটো অংশত তথ্য  পঢ়াৰ উপৰিও লিখি ৰাখিব পাৰি আৰু প্ৰয়োজন সাপেক্ষে সম্পাদনা কৰিব পাৰি ?

উঃ RAM.

প্রঃ Manufecturer Defined Memory কাক বোলা হয় ?

উঃ ROM.

প্রঃ Fixed Instruction Programme কাক বোলা হয় ?

উঃ ROM.

প্রঃ HLL  ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ High Level Language.

প্রঃ LLL  ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ Low Level Language.

প্রঃ HDD সম্পূৰ্ণ ৰূপ কি ?

উঃ Hard Disk Drive.

প্রঃ LCD সম্পূৰ্ণ ৰূপটো কি ?

উঃ Liquid Crystal Display.

প্রঃ CD  মানে কি ?

উঃ Compact Disk.

প্রঃ Syntax কি ?

উঃ ই হ’ল কম্পিউটাৰৰ ভাষা ব্যৱহাৰ কৰি কম্পিউটাৰলৈ দিয়া নিৰ্দেশ লিখাৰ শুদ্ধ ব্যাকৰণিক ৰূপ।

প্রঃ GB  মানে কি ?

উঃ Gigabite.

প্রঃ MB  কি ?

উঃ Megabite.

প্রঃ KB কি ?

উঃ Kilobyte.

প্রঃ TB কি ?

উঃ Terabyte.

প্রঃ 1 TB ত কিমান GB ?

উঃ 1024 GB.

প্রঃ Prompt  কি ?

উঃ ই হ’ল এটা চিহ্ন অথবা সংকেত যাৰ জৰিয়তে কম্পিউটাৰে যিকোনো তথ্য গ্ৰহণ কৰিবলৈ প্ৰস্তুত হোৱাৰ ইংগিত দিয়ে। 

প্রঃ LOGO ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ Language of Graphic Oriented.

প্রঃ Life Begins at 80 নামৰ নেট কিতাপখনৰ সম্পাদকৰ নাম কি ?

উঃ Eric Shackle.

প্রঃ বিশ্বৰ প্ৰথমখন Multinational e-book ৰ লিখক কোন ?

উঃ Eric Shackle.

প্রঃ এছিয়াৰ বৃহত্তম কম্পিউটাৰ নিৰ্মাতা কোম্পানীটোৰ নাম কি ?

উঃ Lenovo..

প্রঃ ‘You Tube’ নামৰ ভিডিঅ’ শ্বেয়াৰিং চাৰ্ভিচটো কোনে উদ্ভাৱন কৰিছে ? 

উঃ Google.

প্রঃ ALGOL  মানে কি ?

উঃ Algorithmic Language.

প্রঃ God Father of the Net বুলি কাক কোৱা হয় ?

উঃ Vinton Cerf.

প্রঃ Computer Society of India -ৰ সভাপতিজন কোন ?

উঃ ড০ ৰাঙ্গস্বামী নৰসিংহ।

প্রঃ এখন ফ্লপি ডিক্সৰ কিমান ট্রেক থাকে ?

উঃ ১৯২।

প্রঃ Machine Language  ৰ সংখ্যা দুটা কি কি ?

উঃ ১,০

প্রঃ মহাকাশ গৱেষণাৰ বাবে গুগল নামৰ ৱেবছাইটটোৱে প্ৰৱৰ্তন কৰা সেৱাৰ নাম কি ?

উঃ Google Sky.

প্রঃ Windows -ৰ কেইটামান সংস্কৰণৰ নাম কোৱা।

উঃ Windows 98, Windows 2000, Windows XP.

প্রঃ PROLOG  কি ?

উঃ পঞ্চম জেনেৰেশ্যন কম্পিউটাৰৰ বাবে জাপানী বৈজ্ঞানিকসকলে আগতীয়াকৈ নিৰ্বাচন কৰি থোৱা এটা Artificial Intelligence Language -ৰ নাম।

প্রঃ এক পেটাবাইটত কিমান গেগাবাইট থাকে ? 

উঃ এক মিলিয়ন গিগাবাইট।

প্রঃ ভাৰতৰ প্ৰথমটো General Purpose Digital Computer কোনে ডিজাইন কৰিছিল ?

উঃ Dr. Rangaswamy Narasimhan.

প্রঃ Muse India নামৰ ৱেব মেগাজিনখনৰ মূল উদ্যোক্তা কোন আছিল ?

উঃ G. S. P. Rao.

প্রঃ বায়ুত কাম কৰা (works in the air) মাউচটো কোন কোম্পানীয়ে উলিয়াইছিল ?

উঃ Logitech.

প্রঃ Easy Writer নামৰ ছফটৱেৰবিধৰ উদ্ভাৱক কোন ?

উঃ জন দ্ৰপাৰ। 

প্রঃ ‘ডিভাইছ’ মানে কি ?

উঃ ‘ডিভাইছ’ হ’ল এনে এবিধ যন্ত্ৰ যি নিজে নিজৰ কাম কৰিব পাৰে।

প্রঃ Wordstar নামৰ চফটৱেৰবিধ কোনে উন্নীত কৰিছিল ?

উঃ ৰব বাৰ্ণাবি আৰু ছেম’ৰ ৰোবেনষ্টেইন।

প্রঃ Video Disc  কোন কোম্পানীয়ে উদ্ভাৱন কৰিছিল ?

উঃ Philips Co.

প্রঃ আমেৰিকাত ‘আডা’ নামৰ এটা কম্পিউটাৰৰ ভাষা প্ৰচলিত। এই নামটো কাৰ সন্মানাৰ্থে ৰখা হৈছিল ?

উঃ কম্পিউটাৰ প্ৰ’গ্ৰেমিং লেংগুৱেজৰ মাতৃস্বৰূপ আগষ্টা আডা বাইৰন লাভলেছৰ সন্মানাৰ্থে। 

প্রঃ কম্পিউটাৰৰ ‘ইনপুট ডিভাইছ’ কি ?

উঃ কম্পিউটাৰৰ যি অংশৰ জৰিয়তে কম্পিউটাৰত তথ্যৰ যোগান ধৰা হয় তাকে ‘ইনপুট ডিভাইছ’বোলে ।

প্রঃ কম্পিউটাৰৰ ‘আউটপুট ডিভাইছ’ কি ?

উঃ কম্পিউটাৰৰ যিটো অংশৰ জৰিয়তে আমি কাঙ্খিত ফল পাওঁ সেইটোকে ‘আউটপুট ডিভাইছ’ বোলে ।

প্রঃ বিশ্বৰ প্ৰথম কম্পিউটাৰ প্ৰ’গ্ৰেমাৰ কোন ?

উঃ আগষ্টা আডা বাইৰন লাভলেছ।

প্রঃ Computer Disc Player কোন কোম্পানীয়ে আৱিষ্কাৰ কৰিছিল ?

উঃ Sony, Philips Co.

প্রঃ অসম চৰকাৰে বিদ্যালয়সমূহত আৰম্ভ কৰা কম্পিউটাৰ আঁচনিখনৰ নাম কি ?

উঃ ৰাজীৱ গান্ধী কম্পিউটাৰ স্বাক্ষৰতা আঁচনি।

প্রঃ MMX  -ৰ সম্পূৰ্ণ অৰ্থ কি ?

উঃ Multi Media Extension.

প্রঃ Graphical User Interface থকা প্ৰথমটো কম্পিউটাৰৰ নাম কোৱা।

উঃ Alto by Xerox.

প্রঃ Super Computer ৰ পাৱাৰ কিহত জোখা হয় ?

উঃ FLOPS (Floating Point Operations Per Second).

প্রঃ MIPS  ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ Million Instruction Per Second.

প্রঃ ASCC ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ Automatic Sequence Controlled Computer.

প্রঃ Computer ৰ প্ৰধান মেম’ৰী কি ?

উঃ RAM.

প্রঃ PROM -ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ Programmable Read Only Memory.

প্রঃ EPROM -ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ Erasable Programmable Read Only Memory.

প্রঃ Gyricon  নামৰ ইলেট্রনিক পেপাৰবিধ কোনটো কোম্পানীৰ অৱদান ?

উঃ Xerox.

প্রঃ Floppy Disks -ৰ আকাৰ আদিতে কিমান আছিল ?

উঃ ৮ ইঞ্চি।

প্রঃ কম্পিউটাৰ মনিটৰ এটাই  বিকিৰণ কৰা পোহৰৰ পৰিমাণ কি এককত জোখা হয় ?

উঃ Luninance.

প্রঃ ইলেট্ৰিক চাৰকুইটৰ কোন অংশক  glassfet বোলা হয় ?

উঃ ভেকুৱাম টিউৱ।

প্রঃ সাধাৰণতে কি কি প্ৰকাৰৰ কম্পিউটাৰ আছে ?

উঃ Analog, Digital and Hybrid.

প্রঃ Cursor কি ?

উঃ কম্পিউটাৰত  Data input কৰাৰ সময়ত তিৰবিৰাই থকা যি দণ্ডই character -ৰ অৱস্থান জ্ঞাত কৰে তাকে ‘কাৰছৰ’ বোলে।  

প্রঃ কম্পিউটাৰৰ মনিটৰ ব্যৱহাৰকাৰীৰ চকুৰ পৰা কিমান দূৰত ৰাখিব লাগে ?

উঃ কমেও ২৪ ইঞ্চি।

প্রঃ কোনে প্ৰথমতে কম্পিউটাৰ ভাইৰাচ আৱিষ্কাৰ কৰিছিল ?

উঃ বছিত আলি আৰু আমজেদ আলি (পাকিস্থান)।

প্রঃ কম্পিউটাৰৰ ‘কেৰেকটাৰ’ বুলিলে কি বুজায় ?

উঃ কম্পিউটাৰৰ ‘কেৰেকটাৰ’ বুলিলে কিবোৰ্ডত থকা লেটাৰ আৰু প্ৰতীকসমূহক বুজায়।

প্রঃ কম্পিউটাৰৰ ‘এন্টি ভাইৰাছ’  মানে কি ?

উঃ যি ছফটৱেৰৰ দ্বাৰা কম্পিউটাৰৰ ছফটৱেৰৰ ভাইৰাছ ধবংস কৰিব পাৰি তাকে কম্পিউটাৰ ‘এন্টি-ভাইৰাছ’ বুলি কোৱা হয়।

প্রঃ দুবিধ কম্পিউটাৰৰ এন্টি-ভাইৰাছৰ নাম কোৱা ।

উঃ নেট প্রটেক্টৰ  আৰু মেকএফি।

প্রঃ ‘বুট’ কি ?

উঃ কম্পিউটাৰ এটা অন কৰাৰ কৌশল।

প্রঃ COBOL  কি ?

উঃ Commercial Programming Computer Language.

প্রঃ ‘ইনিক’ কোন জেনেৰেশ্যনৰ কম্পিউটাৰ ?

উঃ প্ৰথম জেনেৰেশ্যন।

প্রঃ কম্পিউটাৰ বিজ্ঞানত ‘ষ্ট’ৰ প্ৰ’গ্ৰেম’ ধাৰণাটো কোনে দিছিল ?

উঃ জন ভন নিউমেন।

প্রঃ ‘ৱৰ্ড প্ৰছেছৰ’ আৱিষ্কাৰ কৰা কোম্পানীটোৰ নাম কি ?

উঃ আই. এম. বি (১৯৬৪ চন)।

প্রঃ ‘প্ৰ’গ্ৰেমিং লেংগুৱেজ’ কি ?

উঃ কম্পিউটাৰৰ ভাষা।

প্রঃ ভুল শুদ্ধ কৰা কম্পিউটাৰৰ অপাৰেশ্যনটোক কি বোলে ?

উঃ ডিবাগিং।

প্রঃ কম্পিউটাৰৰ পৰ্দাখন খালী কৰিবলৈ ব্যৱহাৰ কৰা এটা নিৰ্দেশৰ নাম কোৱা।

উঃ ছি. এল. এছ।

প্রঃ কোনটো জেনেৰেশ্যনৰ কম্পিউটাৰ ‘ভেকুৱাম টিউব’ ব্যৱহৃত হৈছিল ?

উঃ তৃতীয় জেনেৰেশ্যন।

প্রঃ DOS -ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ Disk Operating System.

প্রঃ Jerry’s Guide to the world wide wave বৰ্তমান কি নামেৰে জনা যায় ?

উঃ yahoo.

প্রঃ কম্পিউটাৰৰ মাউছৰ গতিক কি এককত জোখা হয় ?

উঃ মিকি (Mickey) ।

প্রঃ UNIVAC  কম্পিউটাৰৰ প্ৰস্তুতকৰ্তা কোন ?

উঃ Reminton Rend.

প্রঃ কোনজন ব্যক্তিয়ে লোকপিয়লৰ পৰিসংখ্যা বিশ্লেষণত প্ৰথমে কম্পিউটাৰ ব্যৱহাৰ কৰিছিল ?

উঃ Hermann Hollerith.

প্রঃ কোনে কম্পিউটাৰ লেংগুৱেজ  LOGO -ৰ উন্নতি সাধন কৰিছিল ?

উঃ চিমোৰ পেপাৰ্ট।

প্রঃ ব্যৱসায়িক ব্যৱহাৰৰ বাবে কোনে ইউনিভেক চিৰিজৰ কম্পিউটাৰ সাজিছিল ?

উঃ জন মাউঢলি আৰু জেপি একাৰ্ট।

প্রঃ কোনে প্ৰথমতে ‘এনালগ কম্পিউটাৰ’ সাজি উলিয়াইছিল ?

উঃ লৰ্ড কেলভিন।

প্রঃ কোনখন আলোচনীয়ে কম্পিউটাৰক ‘মেন অব দি ইয়েৰ’ বুলি ঘোষণা কৰিছিল ?

উঃ টাইম।

প্রঃ ভাৰতত স্থাপন কৰা প্ৰথমটো ইলেক্ট্রনিক কম্পিউটাৰৰ নাম কি ?

উঃ HEC-2M.

প্রঃ ক’ত ভাৰতৰ প্ৰথম ইলেক্ট্রনিক কম্পিউটাৰ স্থাপন কৰা হৈছিল ?

উঃ ইণ্ডিয়ান ষ্টেটিছটিকেল ইনষ্টিটিউট, কলকাতা।

প্রঃ Mouse -ৰ বুটাম কেইটা থাকে ?

উঃ দুটা বা তিনিটা।

প্রঃ I-P-O  -ৰ অৰ্থ কি ?

উঃ Input-Process-Output.

প্রঃ UNIX  কি ?

উঃ এটা Programming System.

প্রঃ ‘হোম পেজ’ কি ?

উঃ ইন্টাৰনেট এক্সপ্ল’ৰাৰ আৰম্ভ কৰাৰ লগে লগে প্ৰদৰ্শিত হোৱা প্ৰথম পেজটোক ‘হোম পেজ’ বোলে ।

প্রঃৱেব পেজ’ কি ?

উঃ ৱেব পেজ’ হ’ল এটা ছফটৱেৰ যিয়ে ইউজাৰক ৱেব পেজৰ সৈতে সম্পৰ্ক কৰায়।

প্রঃ আটাইতকৈ বেগী logic circuit টোৰ নাম কি ?

উঃ TTL.

প্রঃ কম্পিউটাৰৰ  Monitor টো কি ডিভাইছ ?

উঃ Output Device.

প্রঃ Fortran কম্পিউটাৰ প্ৰ’গ্ৰেম লেংগুৱেজটো কি উদ্দেশ্যত ব্যৱহাৰ হয় ?

উঃ বৈজ্ঞানিক গৱেষণা। 

প্রঃ Fortran, Basic, Cobol, Pascal আদিৰ  ভিতৰত কোনটো কম্পিউটাৰ লেংগুৱেজ শিকিবলৈ সহজ ?

উঃ Basic.

প্রঃ Basic  টো উচ্চ পৰ্যায়ৰ কম্পিউটাৰ লেংগুৱেজ হয় নে ?

উঃ নহয়।

প্রঃ কম্পিউটাৰৰ মগজু বুলিলে কাক বুজায় ?

উঃ CPU.

প্রঃ সাধাৰণতে ব্রাউজাৰে কিমান দিনলৈ তথ্য জমা ৰাখে ?

উঃ ২০ দিনলৈ।

প্রঃ Google Developer Day কোনটো ?

উঃ ১ জুন।

প্রঃ Software gets slower than hardware gets faster : উক্তিটো কাৰ ? 

উঃ Niklaus E. Wirth.

প্রঃ Nobel Memorial Prize লাভ কৰা কম্পিউটাৰ বিজ্ঞানীজনৰ নাম কি ?

উঃ Herbert Alexander Simon.

প্রঃ Turing Award  লাভ কৰা প্ৰথম ভাৰতীয়জন কোন ?

উঃ D. R. Raj Reddy.

প্রঃ কাক ‘ভাৰতৰ বিল গেটছ’ বুলি কোৱা হয় ?

উঃ নাৰায়ন মাৰ্থী।

প্রঃ কোনে প্ৰথমতে Automatic Calculator সাজিছিল ?

উঃ Wilhelm Schickard.

প্রঃ আসন সংৰক্ষণ আৰু টিকটৰ বাবে ভাৰতীয় ৰেলৱেত থকা নেটৱৰ্কটোৰ নাম কি ?

উঃ Concert.

প্রঃ পোন প্ৰথমতে Computer Crime Cell স্থাপন কৰা ভাৰতৰ ৰাজ্যখনৰ নাম কি ?

উঃ কৰ্ণাটক।

প্রঃ GSM  কি ?

উঃ Global System for Mobile Communication.

প্রঃ SMS  কি ?

উঃ Short Message System.

প্রঃ চন্দ্ৰত গৈ নীল আৰ্মস্ট্রংয়ে  কোৱা, ‘One small step for man, a giant step for mankind’ কথাষাৰ পৃথিৱীলৈ কিহৰ সহায়ত অনা হৈছিল ?

উঃ Motorola.

প্রঃ টেলিকমত ব্যৱহৃত CPP -ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ Calling Party Pays.

প্রঃ টেলিকমত ব্যৱহৃত WLL -ৰ সম্পূৰ্ণ ৰূটো কি ?

উঃ Wireless in Local Loop.

প্রঃ টেলিকমত ব্যৱহৃত WAP -ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ Wireless Application Protocol.

প্রঃ Spam Freedom Day  কোনটো ?

উঃ ১৬ অক্টোবৰ ।

প্রঃ ‘DOS’ in Internet Lingo -ৰ অৰ্থ কি ?

উঃ Denial of Service.

প্রঃ নেট প্ৰয়োগৰ ক্ষেত্ৰত Hand -ৰ অৰ্থ কি ?

উঃ Have a Nice Day.

প্রঃ ই মেইল বাৰ্তাত CID ৰাশিটোৰ অৰ্থ কি ?

উঃ Consider It Done.

প্রঃ ই-মেইল প্ৰসঙ্গত ‘becc’ ৰাশিটোৰ অৰ্থ কি ?

উঃ Blind Courtesy Copy.

প্রঃ ইন্টানেটৰ সুবিধা পোৱা আৰু নোপোৱা  এই দুয়ো শ্ৰেণীৰ লোকৰ মাজৰ ব্যৱধানক কি বোলে ?

উঃ Digital Divide.

প্রঃ HDML -ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ Handheld Device Markup Language.

প্রঃ NGI -ৰ অৰ্থ কি ?

উঃ Next Generation Internet.

প্রঃ Cyber Tourist  কাক কয় ?

উঃ যি ব্যক্তিয়ে সপ্তাহত বা বন্ধৰ দিনত ৱেবছাইট চায় তেনে ব্যক্তিক ‘ছাইবাৰ টুৰিষ্ট’ বোলে ।

প্রঃ Net  আসক্ত ব্যক্তিক কি কোৱা হয় ?

উঃ Net head.

প্রঃ Internet ত বহি বহু সময় কটোৱা ব্যক্তিক কি কোৱা হয় ?

উঃ .Cybernaut.

প্রঃ Cobweb site  কাক কয় ?

উঃ যিটো ৱেবচাইটক বহু দিন আপডেটেড কৰা নহয় তাক ‘কবৱেব চিট’ বুলি কোৱা হয়।

প্রঃ Brown Website কাক কয় ?

উঃ যিটো ৱেবচাইটক নিয়মীয়াকৈ আপডেট কৰি থকা নহয় তাকে ‘Brown Website’ বোলে।

প্রঃ Evergreen website  কাক কয় ?

উঃ যিটো ৱেবচাইটক নিয়মীয়াকৈ আপডেট কৰি থকা হয় তাকে ‘ইভাৰগ্ৰীণ ৱেবছাইট’ বুলি কোৱা হয়।

প্রঃ ৱেবছাইটত প্ৰধানকৈ ইংৰাজী ভাষা ব্যৱহাৰ হয় যদিও দ্বিতীয়তে কি ভাষাৰ ব্যৱহাৰ দেখা যায় ?

উঃ চীনা ভাষা।

প্রঃ কোনটো চাৰ্জ ইঞ্জিনৰ চাৰ্জ ৰবটটোৰ নাম  Scooter ?

উঃ Alta Vista.

প্রঃ বিশ্বৰ প্ৰথম মিনি প্ৰিন্টাৰটোৰ নাম কি ?

উঃ Ep-101.

প্রঃ 3com  নামৰ কোম্পানীটোৰ সম্প্ৰসাৰিত নামটো কি ?

উঃ Computer Communication and Compatibility.

প্রঃ কিমান চনত Infosys কোম্পানীটোৰ আৰম্ভণি হৈছিল ?

উঃ ১৯৮১ চনত।

প্রঃ Infosys কোম্পানীটোৱে কিমান চনত ৰূপালী জয়ন্তী উদযাপন কৰিছে ?

উঃ ২০০৬ চনত।

প্রঃ Apple Computer ৰ প্ৰতীকটোত চাৰ আইজাক নিউটনে আপেল গছৰ তলত বহি থকা দৃশ্যটো কোনে অংকন কৰিছিল ?

উঃ Steve Jobs and Ronald Wayne.

প্রঃ IBM  ৰ আলোচনীখনৰ নাম কি’ ?

উঃ Think.

প্রঃ IBM -ৰ এবিধ উৎপাদিত সামগ্ৰীৰ নাম কোৱা।

উঃ Thinkpad.

প্রঃ IBM  ৰ কিমানজন কৰ্মীয়ে ২০০৫ চনলৈ নেবল বঁটা লাভ কৰিছে ?

উঃ  জন।

প্রঃ IBM য়ে কোনদিনা পাৰ্চনেল কম্পিউটাৰ সাজি উলিয়াইছিল ?

উঃ ১২ আগষ্ট, ১৯৮১ চন।

প্রঃ LapTop -ৰ এজন কৰ্মীয়ে ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰদূত হোৱাৰ সুযোগ লাভ কৰিছিল। তেওঁৰ নাম কি ?

উঃ থমাচ জে. ৱাটচন।

প্রঃ IBM-701  কোন চনত বজাৰত মুকলি হয় ?

উঃ ১৯৫১ চনত।

প্রঃ IBM  ৰ বৰ্তমানৰ প্ৰতীকটো কোনে সাজি উলিয়ায় ?

উঃ Paul Rand.

প্রঃ IBM –ৰ মূলমন্ত্ৰ কি ?

উঃ Think.

প্রঃ IBM -ৰ জনপ্ৰিয় ছদ্ম নামটো কি ?

উঃ Big Blue.

প্রঃ ‘XP’ in Windows XP  ৰ সম্পূৰ্ণ অৰ্থ কি ?

উঃ Chi-Rho.

প্রঃ Intel কোম্পানীটোক প্ৰথমতে কি নামেৰে জনা গৈছিল ?

উঃ N M Electronics.

প্রঃ Amazon.com প্রতিষ্ঠাৰ  সময়ত কি নামেৰে জনা গৈছিল ?

উঃ cadabra.com.

প্রঃ মাউচৰ কোনফালৰ বুটামটোৰ ব্যৱহাৰ বেছি হয় ?

উঃ বাওঁফালৰ।

প্রঃ মাউছ এটা সমতলত লৰচৰ কৰিলে পৰ্দাত এডাল কাঁড়চিন ইফালে-সিফালে লৰচৰ কৰা দেখা যায়।কাড়ডালৰ নাম কি ?

উঃ সূচক তাৰকা (Mouse Pointer) ।

প্রঃ সাধাৰণ কম্পিউটাৰৰ কী-বোৰ্ডত কেইটা চাবি থাকে ?

উঃ ১০৪ টা।

প্রঃ কলন (:) আৰু ছেমিকলন (;) থকা কী-বোৰ্ডৰ চাবিখনৰ নাম কি ?

উঃ বিৰাম সংকেত চাবি (পানচুৱেশ্যন কী)।

প্রঃ ‘জয়ষ্টি’ ইনপুট আহিলা নে আউটপুট আহিলা ?

উঃ ইনপুট আহিলা।

প্রঃ স্কেনাৰ ইনপুট আহিলা নে আউটপুট আহিলা ?

উঃ ইনপুট আহিলা।

প্রঃ Bytes  কি ?

উঃ কম্পিউটাৰত সঞ্চয় সামৰ্থ্য জোখাৰ একক।

প্রঃ লেজাৰ প্ৰিন্টাৰ এটাৰ গতিবেগ কিমান ?

উঃ প্ৰতিমিনিটত ৪- ২০ পৃষ্ঠালৈ ।

প্রঃ ভাৰতৰ আটাইতকৈ ডাঙৰ চাৰ্ভিচ   প্ৰ’ভাইডাৰ  এটাৰ নাম কোৱা।

উঃ VSNL.

প্রঃ ISP -ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ Internet Service Provider.

প্রঃ ১৯৬৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে আৰম্ভ কৰা নেটৱৰ্কটোৰ নাম কি ?

উঃ ARPANET.

প্রঃ টাইটলাৰৰ সোঁহাতে কেইটা নিয়ন্ত্ৰক বুটাম থাকে ?

উঃ তিনিটা।

প্রঃ ATM  -ৰ অৰ্থ কি ?

উঃ Automatic Taller Machine.

প্রঃ CD-Rom -ৰ সঞ্চয় সামৰ্থ্য কিমান ?

উঃ সাধাৰণতে ৬৫০ এমবি।

প্রঃ এখন ফ্লপি ডিস্কৰ সঞ্চয় সামৰ্থ্য কিমান ?

উঃ ৭৫০ কেবিৰ পৰা ১.৪৪ এমবিলৈ।

প্রঃ এখন ফ্লপি ডিস্কৰ আয়তন কিমান ?

উঃ ৩.৫ ইঞ্চি।

প্রঃ RAM -ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ Random Access Memory.

প্রঃ menonimus999@ gmail.com -এই  ই-মেইল ঠিকনাটোৰ ইউজাৰ নেম কোনটো ?

উঃ menonimus999

প্রঃ Network  কি ?

উঃ নেটৱৰ্ক হৈছে তাঁৰ নাইবা উপগ্ৰহৰ জৰিয়তে সংযুক্ত কৰা বহুতো কম্পিউটাৰ।

প্রঃ E-mail ত নিজৰ পাছৱৰ্ড টাইপ কৰিলে কি দেখা যায় ?

উঃ তৰা চিন।

প্রঃ URL  ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ Uniform Resource Locator.

প্রঃ http -ৰ সম্পূৰ্ৰ্ণ ৰূপ কি ?

উঃ Hyper Text Transfer Protocol.

প্রঃ এজন ব্যক্তিয়ে এখন ৱেবছাইট খুলিলে প্ৰথম প্ৰদৰ্শিত হোৱা ৱেবেপজটোক কি বোলে  ?

উঃ হোম পেজ।

প্রঃ www.  ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ world wide web.

প্রঃ Bill Gates ৰ সম্পূৰ্ণ নাম কি ?

উঃ William Henry Gates -III.

প্রঃ Screenager  কাক কয় ?

উঃ কম্পিউটাৰৰ পৰ্দাৰ সন্মুখত বেছি সময় বহি থকা সৰু ল’ৰা-ছোৱাীলক ‘স্কিনএজাৰ’ বুলি কোৱা হয়।

প্রঃ Electronic news প্ৰেৰণ কৰা জনপ্ৰিয় ছফটৱেৰ এটাৰ নাম কোৱা।

উঃ Outlook.

প্রঃ FTP -ৰ সম্পৰ্ণ ৰূপ কি ?

উঃ File Transfer Protocol.

প্রঃ Word Processor ব্যৱহাৰ কৰি সৃষ্টি কৰা ফাইলক কি কোৱা হয় ?

উঃ Document.

প্রঃ Inbox ৰ দ্বিতীয় অঞ্চলটোক বুলি কোৱা হয় ?

উঃ Reading Pane.

প্রঃ Word Typing  মোড দুটা কি কি ?

উঃ Insert Mood and Overtype Mood.

প্রঃ Microsoft -ৰ শ্লোগানটো কি ?

উঃ The Future is Now.

প্রঃ Microsoft -ৰ মূল শ্লোগানটো এজন ভাৰতীয়ৰ পৰা ধাৰ কৰা। তেওঁৰ নাম কি ?

উঃ জিদ্দু কৃষ্ণমূৰ্তি।

প্রঃ ১৪ বছৰ বয়সতেই বিল গেটছে  স্থাপন কৰা অনুষ্ঠানটো কি আছিল ?

উঃ Lakeside Programmers Group.

প্রঃ Business @ The Speed of Thought নামৰ গ্ৰন্থখনৰ ৰচয়িতা কোন ?

উঃ Bill Gates..

প্রঃ কোনটো কম্পিউটাৰৰ লগত Chiclet keyboard ব্যৱহৃত হৈছিল ?

উঃ PC Jr.

প্রঃ Windows 95  মুকলি কৰাৰ সময়ত শুনা সংগীতটোৰ ৰচকজন কোন ?

উঃ Brain Eno.

প্রঃ মাইক্ৰোছফটৰ Certificate of Authenticity -ত এগৰাকী মহিলাৰ ছবি থাকে। মহিলা গৰাকী কোন ?

উঃ Adda Byron.

প্রঃ Bill Gates য়ে কোনটো বিশ্ববিদ্যালয়ৰ পৰা পঢ়া আধৰুৱাকৈ এৰি মাইক্ৰছফটৰ কামত লাগি গৈছিল ?

উঃ Harvard University.

প্রঃ কম্পিউটাৰৰ পেৰিফেৰালত trident-like logo  কি ?

উঃ USB.

প্রঃ USB. ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ Universal Serial Bus.

প্রঃ USB -ৰ মাজেদি তথ্য প্ৰেৰণৰ হাৰ কিমান ?

উঃ ৫৫ mbps.

প্রঃ কম্পিউটাৰৰ ভাষাত DED -ৰ অৰ্থ কি ?

উঃ Dark Emitting Diode.

প্রঃ মাউছ এটাৰ  Resolution Unit কি ?

উঃ Mickey.

প্রঃ Mouse  -ৰ বেগ কিহত প্ৰকাশ কৰা হয় ?

উঃ DPI (Dots per Inch).

প্রঃ Electric Type Writer  কোন কোম্পানীৰ অৱদান ?

উঃ IBM.

প্রঃ DOA  ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ Dead on Arrival.

প্রঃ কম্পিউটাৰ জগতত geek  ৰাশিটোৱে কি বুজায় ?

উঃ কম্পিউটাৰৰ বিশেষজ্ঞক বুজায়।

প্রঃ Technophobe কি ?

উঃ প্ৰযুক্তি সম্পৰ্কীয় কথাত ভয় খোৱা বা বেয়া পোৱা ব্যক্তি।

প্রঃ Luddite  কি ?

উঃ প্ৰযুক্তি বিষয়ক নতুন ধ্যান ধাৰণাৰ বিৰোধিতা কৰা লোকক ‘লিউডাইট’ বোলে।

প্রঃ Mouse-potato  কাক কয় ?

উঃ Online -ত  বেছি সময় কটোৱা ব্যক্তিক।

প্রঃ Chip head কাক কয় ?

উঃ পুৰণি দিনৰ কম্পিউটাৰ ইঞ্জিনিয়াৰক।

প্রঃ Ambimouseterous  ব্যক্তি বুলিলে কাক বুজায় ?

উঃ কম্পিউটাৰৰ মাউচটো দুয়োখন হাতেৰে ঘূৰাবলৈ দক্ষতা থকা লোকক বুজায়।

প্রঃ Droupie  বুলিলে কাক বুজায় ?

উঃ নিজতকৈ বেছি কম্পিউটাৰ শিক্ষিত ব্যক্তিক প্ৰশংসা কৰা লোকক বুজায়। 

প্রঃ Digerati বুলিলে কেনেকুৱা ব্যক্তিক বুজায় ?

উঃ ইন্টাৰনেট বিপ্লৱ সম্পৰ্কে প্ৰচুৰ জ্ঞান থকা ব্যক্তিক বুজায়।

প্রঃ Computerphile  কেনেকুৱা ব্যক্তিক বুজায় ?

উঃ কম্পিউটাৰৰ কামত নিমজ্জিত লোকক বুজায়।

প্রঃ কোনটো কোম্পানীয়ে True Word Processor  উন্নীত কৰিছে ?

উঃ IBM.

প্রঃ কোনটো IT Company -ৰ সভাঘৰৰ নাম ‘জাকাৰ্টা ?

উঃ Sun Microsystems.

প্রঃ প্ৰথম ভাৰতীয় ইন্টাৰনেট চাৰ্ভিচ কোম্পানীৰ নাম কি ?

উঃ Satyam Infoway.

প্রঃ কোনটো কোম্পানীৰ বিজ্ঞাপনত ‘Geography is History’ বুলি লিখা থাকে ?

উঃ Iridium.

প্রঃ কোনটো কোম্পানীয়ে নিজকে dot in the company বুলি পৰিচয় দিয়ে ?

উঃ Sun Microsystem.

প্রঃ Infosys কোম্পানীৰ চেয়াৰমেনে ব্যৱসায়টো আৰম্ভ কৰিবলৈ ঘৈনীয়েকৰ পৰা কিমান টকা ধাৰলৈ লৈছিল ?

উঃ ১০,০০০ টকা।

প্রঃ Darmouth College ত উন্নীত কৰা কম্পিউটাৰ ভাষাটোৰ নাম কি ?

উঃ BASIC.

প্রঃ BASIC. -ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ Beginner’s All-purpose Symbolic Instruction. 

প্রঃ  Infosys  কোম্পানীটো কেইজন ব্যক্তিৰ দ্বাৰা আৰম্ভ কৰা হৈছিল ?

উঃ 7 জন।

প্রঃ Infosys  কোম্পানীৰ কোনজন কৰ্মীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব বিচাৰিছিল ?

উঃ এন. আৰ. নাৰায়ণ মূৰ্থী।

প্রঃ কম্পিউটাৰ প্ৰ’গ্ৰেমত Easter Egg  কি ?

উঃ A hidden Feature.

প্রঃ কিম্পউটাৰ শিক্ষাত POST ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ Power On Self Test.

প্রঃ কিমান চনৰ পৰা ছফটৱেৰ জাল (Piracy) কৰাটো ভাৰতত আইনগত অপৰাধ বুলি গণ্য কৰা হয় ?

উঃ ১৯৮৪ চনৰ পৰা।

প্রঃ এন্টি-ভাইৰাছ গৱেষণা আৰু প্ৰশিক্ষণৰ বাবে  ব্যৱহৃত এবিধ ভাইৰাছৰ নাম কোৱা।

উঃ Zero Virus.

প্রঃ পৃথিৱীৰ প্ৰথম মোবাইল ভাইৰাছ বিধৰ নাম কি ?

উঃ Cabir.

প্রঃ কোনবিধ ভাইৰাছে Palm Operating System ত ক্ৰিয়া কৰে ?

উঃ Phage Virus.

প্রঃ ১৯৮৬ চনত পাকিস্থানৰ লাহোৰৰ পৰা উদ্ভৱ হোৱা কম্পিউটাৰ ভাইৰাছবিধৰ নাম কি ?

উঃ Brain Virus.

প্রঃ ‘It is easier to ask forgiveness than it is to get permission কথাষাৰ এগৰাকী কম্পিউটাৰ প্ৰ’গ্ৰামাৰৰ। ব্যক্তিজনৰ নাম কি ?

উঃ Grace Hopper.

প্রঃ পোন প্ৰথমবাৰৰ বাবে  Java File ত ক্ৰিয়া কৰা ভাইৰাছবিধৰ নাম কি ?

উঃ Strange Brew.

প্রঃ ‘e-cricket pro’  নামৰ ছফটৱেৰ পেকেজটোৰ প্ৰৱৰ্তক কোন ?

উঃ Phoenix Global Solution.

প্রঃ এজন হাৰ্ডৱেৰ কম্পিউটাৰ ইঞ্জিনিয়াৰে পুলিৎঝাৰ বঁটা পোৱা এখন কিতাপৰ প্ৰকাশত সহায় কৰিছিল। কিতাপখনৰ নাম The Soul of the New Machine । লিখকৰ নাম ‘ট্রেছি ফিদ্দাৰ’। ইঞ্জিনিয়াৰজনৰ নাম কি ?

উঃ J. Thomas West-III.

প্রঃ আদিতে Java Language  টোৰ নাম কি আছিল ?

উঃ Oak.

প্রঃ Java Language  সৃষ্টিত কোনে আগভাগ লৈছিল ?

উঃ James Gosling.

প্রঃ CODASYL কোম্পানীয়ে উন্নীত কৰা কম্পিউটাৰ লেংগুৱেজটোৰ নাম কি ?

উঃ COBOL.

প্রঃ APL -ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ A Programming Language.

প্রঃ Niklaus Wirth য়ে উন্নীত কৰা কম্পিউটাৰ লেংগুৱেজটোৰ নাম কি ?

উঃ Modula -2.

প্রঃ ভি এম এছ Proprietary Operating System টো কোন কোম্পানীৰ ?

উঃ DEC.

প্রঃ MP/M সম্পূৰ্ণ ৰূপ কি ?

উঃ Multitasking Program for Microcomputers.

প্রঃ CP/M  সম্পূৰ্ণ ৰূপ কি ?

উঃ Control Program for Microcomputers.

প্রঃ Warp-4 version -ৰ অপাৰেটিং ছিষ্টেমৰ নাম কি ?

উঃ OS/2.

প্রঃ ফ্রি অপাৰেটিং ছিষ্টেম সৃষ্টিৰ জৰিয়তে ৰিচৰ্ড ষ্টলমেনে স্থাপন কৰা  প্ৰকল্পটোৰ নাম কি ?

উঃ GNU.

প্রঃ অপাৰেটিং ছিষ্টেমৰ কাৰ্যকৰীকৰণ শিকোৱাৰ বাবে প্ৰফেছৰ এ. এছ টানেনবামে উন্নতি সাধন কৰা অপাৰেটিং ছিষ্টেমৰ নাম কি ?

উঃ Minix.

প্রঃ Java Language Mascot টোৰ নাম কি ?

উঃ Live Script.

প্রঃ JCL  -ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ Job Control Language.

প্রঃ Xerox Copier -ক উন্নতি সাধন কৰি তৈয়াৰ কৰা এটা প্ৰিন্টাৰৰ নাম কোৱা।

উঃ Lazer Printer.

প্রঃ Lotus Development Corporation টো এটা বিখ্যাত ছফটৱেৰ কোম্পানীৰ নাম। ইয়াৰ প্রতিষ্ঠাপক কোন ?

উঃ Mitch Kapoor.

প্রঃ বিশ্বৰ প্ৰথমটো Net Virtual Newsreader ৰ নাম কি ?

উঃ Ananova.

প্রঃ Wikipedia নামৰ এনচাইক্লোেপডিয়াৰ প্রতিষ্ঠাপক  কোন ?

উঃ Jimmy Donal Jimbo Wales.

প্রঃ The Votemaster নামৰ ৱেবছাইটটোৰ সৃষ্টি কোনে কৰিছিল ?

উঃ Dr. A. S. Andy Tanenbaum.

প্রঃ Free Software Foundation -ৰ প্রতিষ্ঠাপক  কোন ?

উঃ Richard Stallman.

প্রঃ Amazon.com  ৰ প্রতিষ্ঠাপক  কোন ?

উঃ Jeff Bezos.

প্রঃ Hypertext ৰাশিটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল ?

উঃ Ted Nelson.

প্রঃ Tablet PC ৰ ধাৰণা দিয়া প্ৰথম ব্যক্তিজন কোন ?

উঃ Alan Key.

প্রঃ There is no reason anyone would want a computer in their home: কথাষাৰ কোনে কৈছিল ?

উঃ Ken Olson

প্রঃ এজন প্ৰখ্যাত কম্পিউটাৰ বৈজ্ঞানিক সুৰাসক্ত আৰু জুৱাৰী হিচাপে জনা যায়। তেওঁৰ নাম কি ?

উঃ আডা লাভলেছ।

প্রঃ বিশ্বৰ এগৰাকী টেনিছ তাৰকাৰ নামত এবিধ কম্পিউটাৰ ভাইৰাছৰ নামাকৰণ কৰা হৈছে। তেওঁৰ নাম কি ?

উঃ আন্না ছাৰ্গেয়েভনা ক’ৰনিছক’ভা।

প্রঃ তৰুণ তেজপালৰ জনপ্ৰিয় ৱেবছাইটটোৰ নাম কি ?

উঃ Tehelka.com.

প্রঃ The Computer Prophets -ৰ লিখক কোন ?

উঃ জেৰী মাৰ্টিন লাছেটাৰ।

প্রঃ World Wide Web (www) -ৰ সৃষ্টিকৰ্তা কোন ?

উঃ Tim Berners Lee

প্রঃ IT Company  ৰ নাম কি ?

উঃ Tata Consultancy Services (TSC).

প্রঃ কাক ভাৰতীয় ছফটৱেৰ উদ্যোগৰ পিতৃ বুলি কোৱা হয় ?

উঃ ফকীৰ চান্দ ক’হলি।

প্রঃ Clippy  শব্দটো কোনটো ছফটৱেৰ এপ্লিকেশ্বনত পোৱা  যায় ?

উঃ Microsoft Office.

প্রঃ বহুদিন বিক্ৰী বা ব্যৱহৃত নোহোৱা ছফ্টৱেৰক কি বোলা  হয় ?

উঃ Shelfware

প্রঃ Linux Operating System  ৰ সৃষ্টিকৰ্তা কোন ?

উঃ Linux Torvalds.

প্রঃ Warez  কি ?

উঃ অবৈধভাৱে কম্পিউটাৰত ছফটৱেৰ ভৰোৱা বা বিতৰণ কৰা কাৰ্য।

প্রঃ Lindows -ৰ নতুন নাম কি ?

উঃ Linspire.

প্রঃ Dr. DOS  নামৰ অপাৰেটিং ছিষ্টেমটো কেতিয়াৰ পৰা প্ৰৱৰ্তন কৰা হয় ?

উঃ ১৯৮৮ চনৰ পৰা।

প্রঃ Dr. DOS  অপাৰেটিং ছিষ্টেমটো কোন কোম্পানীৰ ?

উঃ Digital Research.

প্রঃ PC-DOS   টো কি ?

উঃ IBM -ৰ এক ভাৰ্চন।

প্রঃ বৰ্তমান ইন্টাৰনেটৰ জনপ্ৰিয় চাৰ্জ ইঞ্জিনটোৰ নাম কি ?

উঃ Google.

প্রঃ Data Base Technology কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ Charles W. Bachman.

প্রঃ Lap Top -ৰ আৱিষ্কাৰক কোন ?

উঃ Dr. Douglas C. Engelbart.

প্রঃ ছাৰ্লছ  বেবেজৰ Analytical Engine টোৰ আন এটা নাম কি ?

উঃ Babbage Folly.

প্রঃ ‘The Game of Logic’ নামৰ কম্পিউটাৰ বিষয়ক কিতাপখনৰ লিখকজনৰ নাম কি ?

উঃ Lewis Carrol.

প্রঃ Tabulating Machine Company কোনে  স্থাপন কৰিছিল ?

উঃ Herman Hollerith.

প্রঃ MS-DOS  অপাৰেটিং ছিষ্টেমটোৰ ভিত্তি  কি ?

উঃ QDOS

প্রঃ চতুৰ্থ জেনেৰেশ্যনৰ Computer Language  ৰ স্বপ্ন কি ?

উঃ Programming without Programmers.

প্রঃ FAT  ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ File Allocation Table.

প্রঃ QDOS -ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ Quick and Dirty Operating System.

প্রঃ VMS ৰ সম্পূৰ্ণ ৰূপ কি ?

উঃ Virtual Memory System. ০ ০ ০

Reference: Select Quiz

 

Two Useful Books for Students:

সমাপ্ত

 

2 Comments

  1. Pingback: বিশ্ব কুইজ । World Quiz । World Quiz Assamese - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *