শিক্ষা আৰু মূল্যবোধ । শিক্ষা আৰু মূল্যবোধ ৰচনা

শিক্ষা আৰু মূল্যবোধ আৰম্ভণি: ‘মূল্যবোধ’ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা আৰু  নিয়ন্ত্ৰণ কৰিবৰ বাবে স্থিৰ কৰা কিছুমান নীতি আৰু আদৰ্শ—যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ব কৰে। মানুহ সামাজিক জীৱ। মূল্যবোধক  সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। কাৰণ অকল ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেনেহ’লে তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য আছে বুলি ক’ব নোৱাৰি।  শিক্ষা আৰু মূল্যবোধ: শিক্ষা আৰু মূল্যবোধ ওতঃপ্ৰোতভাৱে […]

Read More

ইন্টাৰনেট । ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধা

ইন্টাৰনেট বা  ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধা  ‘ইন্টাৰনেট’ হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এক বিশ্বব্যাপী ব্যৱস্থা।ইংৰাজী ‘Interconnection of Network’ শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটাই ‘Internet’ শব্দটি গঠন কৰা হৈছে। সহজ ভাষাত হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইন্টাৰনেট। ইন্টাৰনেটৰ লগত World Wide Web (W W W) শব্দকেইটা জড়িত।  World Wide Web (সংক্ষেেপ ৱেব) হৈছে পৃথিৱীব্যাপী সিচঁৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ। বিভিন্ন তথ্যবোৰ পাঠ, […]

Read More