Pre-writing Practice Book

PRE-WRITING PRACTICE BOOK 

Class: Ankur/ L.K.G. or Equivalent

(For Both Assamese & English Medium students)

 

 

Prepared by

Growhills  Writers’ Board

 

 

 

Growhills Publishing

Kamalpur, Barpeta (Assam)

Pre-writing Practice Book- For Class Ankur/ L.K.G. For Both English and Assamese Medium Students prepared by Growhills Writers’ Board and Published by Growhills Publishing, Kamalpur, Barpeta (Assam)- 781352.

 

All rights reserved. No part of this publication may be reproduced, stored in a retrieval system or transmitted in any form or by any means: electronic, mechanical, photocopying recording or otherwise.

 

This book ‘Pre-writing Practice Book’ is especially designed to meet the long-felt demand of private educational institutes of North-east India. The materials have been compiled and edited from various sources. The publisher is not aware of any copyright violations in any form which has been incurred while preparing this book. We are ready to appreciate and take immediate action to rectify and overcome such thing which has occurred unintentionally or unknowingly in any form towards anyone in case it is brought to our notice.

 

Electronic Edition : January 2019

 

Price:……………. /-

(Please buy the book at a printed price only)

 

Published by 

Growhills Publishing

Kamalpur, Barpeta (Assam)

Foreword

Handwriting is an integral part of education. Without learning the art of writing none can claim to be educated in true sense. Mahatma Gandhi appreciated the value and importance of good handwriting and said the truth, “Handwriting is a part and parcel of education.” Neither an educationist nor a thinker can deny the significance of good handwriting. But to acquire the skill in writing it needs constant and patient practice. The students should be taught the art of good handwriting from the very grass level.

This Pre-writing Practice Book is specially designed for the nursery babies. (the babies under five years). In this stage, the babies should not be emphasized on learning the art of writing letter or alphabet. It is because they remain tender both physically and mentally. If the emphasis is put on them to learn writing it might bring in the adverse result on their mind.

But as handwriting is regarded as a part and parcel of education so we can not ignore its introduction with the beginning of education. 

In the Pre-primary stage (Nursery, L. K. G. or equivalent) we think if the babies are taught the art of handling pencil and scratching on the paper they would enjoy it as a fun and with this, they would draw inspiration from within to take to writing a letter.

Keeping this view in mind we have brought out this practice book to train the babies in handling a pencil. In this practice book, we have introduced no letter but some simple figures, symbols and scratchings. The teacher would guide the babies in connecting the dots of the figures and symbols with a pencil towards the direction shown by the arrow mark. The teacher would also teach the babies how to hold pencil within the thumb, the index finger and the middle finger. In brief, to say, this practice book should be treated as a preliminary preparation or readiness for handling pencil and learning to scratch on paper before going to learn the writing of alphabet.

Hope that the babies would enjoy it as fun.

We are expectant of getting formative criticism and suggestion of any kind from the educationists, philosophers, teachers, guardians and even from the student community.

Publisher

Growhills Publishing

আগকথা

হাতৰ আখৰ শিক্ষাৰ এক অভিন্ন অংগ। হাতৰ আখৰ নিশিকাকৈ কোনেও প্ৰকৃত অৰ্থত শিক্ষিত বুলি দাবী কৰিব নোৱাৰে। মহাত্মা গান্ধীয়ে হাতৰ আখৰৰ গুৰুত্ব আৰু মূল বুজি পাই সঁচা কথাষাৰেই কৈছিল, “হাতৰ আখৰ শিক্ষাৰ এক অবিচ্ছেদ্য অংগ।” কোনো শিক্ষাবিদ নাইবা চিন্তাবিদেই ভাল হাতৰ আখৰৰ গুৰুত্ব নুই কৰিব নোৱাৰে। কিন্তু ভাল হাতৰ আখৰ লিখন কৌশলত দক্ষতা অৰ্জন কৰিবলৈ অবিৰত আৰু  ধৈর্যশীল অনুশীলনৰ প্ৰয়োজন।

এই  ‘Pre-writing Practice Book’ শিৰোনামৰ কিতাপখন বিশেষকৈ নাৰ্চাৰী কেঁচুৱাসকল (পাঁচ বছৰৰ তলৰ শিশুসকল) ৰ বাবে প্ৰস্তুত কৰা হৈছে। এই স্তৰত শিশুসকলক আখৰ বা বৰ্ণমালা শিকোৱাৰ ওপৰত জোৰ দিয়া উচিত নহয়। ইয়াৰ কাৰণ এই সময়ছোৱাত সিহঁত শাৰীৰিক আৰু মানসিকভাৱে অপৈণত থাকে। এই সময়ত হাতৰ আখৰ শিকাৰ ওপৰত জোৰ দিলে সিহঁতৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে।

কিন্তু হাতৰ আখৰ যিহেতু শিক্ষাৰ এক অবিচ্ছেদ্য অংগ, গতিকে শিক্ষা জীৱনৰ আৰম্ভণিতে হাতৰ আখৰৰ লগত শিশুয়ে পৰিচয় হোৱাত কোনো দোষ হ’ব নোৱাৰে। প্ৰাক-প্ৰাথমিক স্তৰত যদি শিশুক পেঞ্চিল হাতত লোৱা আৰু কাগজত আকঁ-বাক অঁকা শিকোৱা হয়, তেন্তে আমি ভাবো, সিহঁতে এই কাম এক আনন্দদায়ক খেল হিচাপে গ্ৰহণ কৰিব আৰু পিছলৈ নিজৰ ভিতৰৰ পৰাই আখৰ লিখিবলৈ প্ৰেৰণা লাভ কৰিব। এই কথাটো অনুধাৱন কৰিয়েই এই ‘Pre-writing Practice Book’ নামৰ কিতাপখন প্ৰস্তুত কৰি উলিয়ালোঁ যাতে, শিশুহঁতে হাতৰ আখৰ শিকিবলৈ যোৱাৰ পূৰ্ব-প্ৰস্তুতি হিচাপে হাতত পেঞ্চিল লোৱা আৰু কাগজত আঁক-বাক লিখাৰ কৌশল আয়ত্ব কৰিব পাৰে। এই অনুশীলন পুথিখনত আমি কোনো আখৰ বা বৰ্ণমালা লিখাৰ কৌশল শিকাবলৈ নগৈ কিছুমান নিচেই সৰল ৰেখা চিত্ৰ, প্ৰতীক বা আঁক-বাক সন্নিবিষ্ট কৰিছোঁ। শিক্ষকসকলে  এই  বিন্দু বিন্দু চিহ্নৰে লিখা প্ৰতীক বা আঁক-বাকবোৰ কাঁড় চিনৰে দেখুৱাই দিয়া দিশেৰে কাঠ পেঞ্চিল বা মম পেঞ্চিলৰ সহায়ত লগ-লগাবলৈ দিব। লগতে শিক্ষকসকলে শিশুহঁতক কেনেদৰে বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলিৰ মাজত পেঞ্চিল ধৰিব লাগে সেয়া শিকাব।

সংক্ষেপতে ক’বলৈ গ’লে এই ‘Pre-writing Practice Book’ খন আখৰ লিখিবলৈ যোৱাৰ পূৰ্ব-প্ৰস্তুতি হিচাপে পেঞ্চিল ধৰা আৰু কাগজত আঁক-বাক লিখিবলৈ শিকাৰ ব্যৱহাৰিক পুথি হিচাপে  গ্ৰহণ কৰা উচিত।

আশা কৰিছোঁ কোমলমতীয়া শিশুহঁতে এই অনুশীলন পুথিখন আনন্দেৰে গ্ৰহণ কৰিব।

আমি শিক্ষাবিদ, শিক্ষা দাৰ্শনিক, শিক্ষক, অভিভাৱক-অভিভাৱিকা আনকি ছাত্ৰ-ছাত্ৰীসকলৰ পৰাও যিকোনো ধৰণৰ গঠনমূলক সমালোচনা আৰু পৰামৰ্শ প্ৰত্যাশা কৰিলোঁ।

জানুৱাৰী, ২০১৯

প্ৰকাশক

গ্ৰুহিলচ্ পাব্লিশ্বিং

To

DOWNLOAD

the Complete Book Click on the Link Below:

Pre-writing Practice Bookpdf

Related Search:

Leave a Reply

Your email address will not be published. Required fields are marked *