ইছমাইল হোছেইনৰ কবিতা ‘কবিতাৰ শৰীৰ’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘কবিতাৰ শৰীৰ’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘কবিতাৰ শৰীৰ’ নামৰ কবিতাটি কবিতাৰ অবয়ৱ সম্পৰ্কীয় কবিতা। কবিতাটিত কবিয়ে কবিতা এটিৰ কাব্যিক  বৈশিষ্ট্য, কবিতাৰ স’তে কবিৰ আন্তৰিক সম্পৰ্ক আৰু কবিতাই কবিক দিয়া কাব্যিক ভালেপাৱা  প্ৰকাশ কৰিছে। প্ৰথমে কবিয়ে কবিতাটিত কবিতা এটিৰ শাৰীৰিক বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে। কিন্তু এই বৈশিষ্ট্য গোটা (concrete) নহয়; ই গুণবাচক ধাৰণাহে (abstract idea) । কবিয়ে কবিতাৰ শৰীৰ নিমজ, নিটোল, ছন্দোবদ্ধ আৰু বৰ্ণময় বুলি কৈছে। ইয়াত কবিয়ে ‘কবিতা’ […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘বেশ্যাই পিন্ধিছে সতীত্বৰ সাজ’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘বেশ্যাই পিন্ধিছে সতীত্বৰ সাজ’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘বেশ্যাই পিন্ধিছে সতীত্বৰ সাজ’ শিৰোনামাৰ কবিতাটি কবি ইছমাইল হোছেইনৰ ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতা সংকলনৰ কবিতাবোৰৰ ভিতৰত এটি উল্লেখযোগ্য সামাজিক কবিতা। ইয়াৰ মাজেৰে কবিয়ে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি সকলো দিশত চলি থকা ভণ্ডামীবোৰ  সহজ সৰল ভাষাত মূৰ্ত কৰি তুলিছে। ‘বেশ্যাই পিন্ধিছে সতীত্বৰ সাজ’ – এই শিৰোনামাটোৱেই  ৰূপকাত্মকভাবে কবিতাটিৰ বিষয়-বস্তুৰ আভাষ দিয়ে। ইয়াত ‘বেশ্যা’ শব্দই সমাজক নিৰ্দেশ কৰিছে আৰু ‘সতীত্বৰ […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘কবিৰ চোতাল’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘কবিৰ চোতাল’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘কবিৰ চোতাল’ শিৰোনামাৰ কবিতাটি কবি ইছমাইল হোছেইনৰ ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতা সংকলনৰ ভিতৰত আটাইতকৈ সৰু প্ৰতীকধৰ্মী কবিতা। কবিতাটি কবি হীৰেন ভট্টাচাৰ্য সমীেপষুলৈ লিখা। সম্ভৱতঃ কবি ইছমাইলে কবি হীৰেনদাৰ কোনো এক কবিতাৰ অনুপ্ৰেৰণাতে কবিতাটি লিখিছে।  কবিতাটিৰ মাজেৰে কবিয়ে শিল্প হিচাপে কবিতাৰ প্ৰতি কবিৰ স্বভাৱিক দুবৰ্বলতা আৰু কবিয়ে কবিতাৰ প্ৰসঙ্গগত (thematic) আৰু ভাষাগত (linguistic) বৈশিষ্ট্যৰ কাব্যিক ধাৰণা আগবঢ়াইছে। কবিতাটি দুটা সৰু সৰু […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘সমসাময়িক কেইটিমান কবিতা’: এক  বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘সমসাময়িক কেইটিমান কবিতা’: এক  বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘সমসাময়িক কেইটিমান কবিতা’ শিৰোনামাৰে লিখা কবিতা কেইটি চাৰিটা সৰু সৰু কবিতাৰ সমষ্টি। এই কবিতা কেইটিত কবিয়ে সমসাময়িক সমাজৰ অৰ্থনৈতিক দুৰ্যোগ  আৰু তাৰ ফলত জনতাৰ বুকুত জ্বলা ক্ষোভৰ জুই আৰু কবিৰ মনত তাৰ সহজাত প্ৰতিফলনৰ ছবি অংকিত হৈছে। যেতিয়া জনগণৰ শান্তি বিনষ্ট হয় তেতিয়াই ক্ষোভৰ জুই জ্বলি উঠে। ক্ষোভৰ জুই জ্বলি উঠাৰ কোনো নিৰ্দিষ্ট সময় নাই। ই দিন বা ৰাতি যিকোনো […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘ৰোৱনীজনী: তোৰ বিজন অৰণ্যত’-এক  বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘ৰোৱনীজনী: তোৰ বিজন অৰণ্যত’-এক  বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘ৰোৱনীজনী: তোৰ বিজন অৰণ্যত’ নামৰ কবিতাটি কবি ইছমাইল হোছেইনৰ ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতা সংকলনৰ সপ্তম কবিতা।  কবিতাটিত সহজ সৰল গাঁৱলীয়া  কোনো এক গাভৰু ৰোৱনীৰ শাৰীৰিক সৌন্দৰ্য, সাম্প্ৰতিক সময়ৰ অধোঃগামী অৱস্থা আৰু কবিৰ আশাবাদী মনৰ প্ৰতিবিম্ব ফুটি উঠিছে।  অৱশ্যে ইয়াত ‘ৰোৱনীজনী’  সমাজৰ ৰোৱনী তিৰোতা শ্ৰেণীৰ প্ৰতিনিধি স্বৰূপ (type) হিচাপেহে অংকিত হৈছে। বৰ্তমান যুগ বাস্তৱবাদী যুগ। এই যুগত কবি-সাহিত্যিকসকল ৰমন্যাসবাদী কবি সাহিত্যিকসকলৰ […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘গাঁৱৰ চিঠি’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘গাঁৱৰ চিঠি’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘গাঁৱৰ চিঠি’ শিৰোনামৰ কবিতাটিত কবিয়ে প্ৰাকৃতিক দুৰ্যোগত জীয়াতু ভোগা সহজ-সৰল গাঁৱলীয়া মানুহৰ জীৱন্ত চিত্ৰ অংকন কৰিছে।  গাঁৱৰ মুক্ত আবহাৱাত জন্ম গ্ৰহণ কৰি গাঁৱলীয়া পৰিৱেশত  ডাঙৰ-দীঘল হোৱা  কবি ইছমাইলৰ গাঁৱৰ প্ৰতি অনাবিল মৰম আৰু আন্তৰিক টান থকা কবি। কিন্তু শিক্ষা নাইবা চাকৰিৰ তাগিদাত চহৰলৈ যায় আৰু  হয়তো অনিচ্ছা থকা সত্বেও গাঁৱৰ পৰিৱেশৰ পৰা বিচ্ছিন্ন হ’ব লগা হয়। কিন্তু চহৰত থাকিলেও  গাঁৱৰ প্ৰতি […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘দুঃসময়’: এক  বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘দুঃসময়’: এক  বিশ্লেষণ —ৰাব্বি মছৰুৰ কবিসকল সমাজ সচেতন। সমাজত চলি থকা অন্যায়, দুৰ্নীতি, অবিচাৰ, অপৰাধ, আন্দোলন, বিদ্ৰোহ ইত্যাদি সামাজিক চিত্ৰ সাহিত্যত প্ৰতিফলিত কৰাই আধুনিক কবি সাহিত্যিকসকলৰ প্ৰধান লক্ষ্য।  আজিৰ কবিতা নিকুঞ্জবনৰ ফুলৰ সুঘ্ৰাণ আৰু চৰাইৰ কলকলনিৰ মাজত আপোন পাহৰা হৈ আনন্দ উপভোগ কৰাৰ বিলাসী সামগ্ৰী নহয়।  আজিৰ কবিতা সমাজ সচেতন। ভাষা আৰু শব্দৰ সহায়ত সমাজৰ চিত্ৰ কবিসকলে  কবিতাত তুলি ধৰে। ইছমাইল হাড়ে-হিমজুৱে সমাজৰ প্ৰতিনিধিত্বশীল কবি। সমাজৰ চিত্ৰ […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘জীৱন আৰু মানুহ বিষয়ক’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘জীৱন আৰু মানুহ বিষয়ক’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ জীৱন আৰু মানুহেই হৈছে যিকোনো শিল্প সাহিত্যৰ প্ৰধান বিষয়-বস্তু।  য’ত জীৱন নাই তাত কোনো কলা (arts) ও নাই আৰু যি কলা মানুহ বিষয়ক নহয় সি কেতিয়াও কলা হ’ব নোৱাৰে। সেয়ে কবি-সাহিত্যিকসকলে  জীৱন আৰু মানুহক লৈয়ে ব্যস্ত। কবিয়ে কবিতা ৰচে, সাহিত্যিকে সাহিত্য ৰচনা কৰে, চিত্ৰকৰে চিত্ৰ আঁকে, গায়কে গান গায় মানুহক লৈয়ে। কবি ইছমাইলো ‘জীৱন’ আৰু ‘মানুহ’ – এই শ্বাশত […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘বিদ্ৰোহ’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘বিদ্ৰোহ’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ কবি ইছমাইল হোছেইনৰ “জীৱন আৰু মানুহ বিষয়ক” কবিতা সংকলনৰ তৃতীয় কবিতাটি হৈছে ‘বিদ্ৰোহ’ শিৰোনামৰ কবিতাটি। এই কবিতাটিত কবিয়ে বৰ্তমান সামাজিক পটভূমিত মানৱ প্ৰমূল্য কেনেদৰে অৱনমিত হৈছে তাৰে এটি আভাষ দিবলৈ চেষ্টা কৰিছে।  কবিয়ে জানে যে শান্তি ৰক্ষাৰ নামত বহুতো নিৰপৰাধী জনতাই সন্ত্ৰাসবাদৰ কবলত পৰি অকাল মৃত্যুক সাৱটি লৈছে। চৰকাৰে সেইবোৰ হত্যালীলাৰ কোনা আইন সন্মত তদন্ত নকৰি ত’ল পেলাই থৈ দিয়ে। সেয়ে কবিয়ে […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘কৃষক বন্ধুলৈ’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘কৃষক বন্ধুলৈ’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ কবি ইছমাইল হোছেইন হৈছে জন দৰদী কবি।  তেওঁ অন্যান্য আধুনিক কবিসকলৰ দৰে  মায়াবাদত ডুব গৈ কেৱল নিজৰ অন্তৰৰ অনন্ত অনুভূতি, আকুল উচ্ছাস আৰু হৃদয়াবেগৰ ৰাজ্যত সীমাবদ্ধ নাথাকি  তেওঁৰ জন দৰদী চকু সৰ্বহাৰা সাধাৰণ জনগণলৈ নিক্ষেপ কৰিছে আৰু তাৰ পৰাই সংগ্ৰহ কৰিছে তেওঁৰ কবিতাৰ কেঁচা সমল।  ‘কৃষক বন্ধুলৈ’ তেওঁৰ তেনে এক জন দৰদী কবিতা। কবিতাটিৰ মাজেৰে কবিয়ে সমাজৰ  নিপীড়িত, দৰিদ্ৰতাৰ কৱলত পৰি  […]

Read More