মানিকা  ভৌমিক

মানিকা  ভৌমিক মানিকা ভৌমিক অসমৰ বৰপেটা জিলাৰ বৰপেটাৰোড নিৱাসী এজনী বঙালী কবি, সমাজ সেৱক আৰু সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষক। তাইৰ জন্ম হয় ১৯৬৮ চনৰ ২ জানুৱাৰীত পশ্চিম বংগৰ কোচ বিহাৰ চহৰত। পিতৃৰ নাম ধীৰেন্দ্ৰ চৌধুৰী আৰু মাতৃৰ নাম ঊষাৰাণী চৌধুৰী। মানিকা ভৌমিকৰ বিয়া হয় অসমৰ বৰপেটাৰোডস্থ কবি, ঔপন্যাসিক, অনুবাদক, মানৱতাবাদী, সমাজ সেৱক আৰু সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষক মানিক লাল ভৌমিকৰ লগত। তাই বিভিন্ন পত্ৰ-পত্ৰিকাত লিখা-মেলা কৰি ভাল পায়। ইতিমধ্যে মানিকা ভৌমিকৰ দুখনমান কবিতা পুথি […]

Read More

মানিক লাল ভৌমিক

মানিক লাল ভৌমিক মানিক লাল ভৌমিক অসমৰ বৰপেটাৰোড নিৱাসী এজন কবি, ঔপন্যাসিক, অনুবাদক, মানৱতাবাদী, সমাজ সেৱক আৰু সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষক। মানিক লাল ভৌমিকৰ জন্ম হয় ১৯৫৯ চনৰ ৪ জানুৱাৰীত অসমৰ নগাওঁ জিলাৰ হোজাইত। পিতৃৰ নাম বিনোদ বিহাৰি ভৌমিক আৰু মাতৃৰ নাম সত্যভামা দেৱী।  মানিক লাল ভৌমিক অসমৰ বিভিন্ন ঠাইত শিক্ষা লাভ কৰি ১৯৮১ চনত পাঠশালা নৱকল্প হাই স্কুলত শিক্ষকতাৰ চাকৰিত সোমায়। ইয়াৰ পিছত ১৯৮৫ চনত ভাৰতীয় ষ্টেট বেংকৰ চাকৰিত সোমাই বিভিন্ন […]

Read More

হাবিল উদ্দিন

হাবিল উদ্দিন হাবিল উদ্দিন হৈছে অসমৰ এজন নিৰক্ষৰ প্ৰতিবাদী কবি। হাবিল উদ্দিনৰ জন্ম হয় ১৯৭০ চনত বৃহত্তৰ কলগাছীয়া অঞ্চলৰ গুনিয়ালগুৰি গাওঁত। পিতৃৰ নাম হবিবৰ ৰহমান আৰু মাতৃৰ নাম আকলিমা খাতুন। আৰ্থিক দৈন্যতাৰ বাবে স্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত হোৱা হাবিল উদ্দিনে সৰু কালৰ পৰাই মুখে মুখে কবিতা ৰচনা কৰি ভাল পায়। তেওঁ অসমীয়া, বাংলা আৰু হিন্দী ভাষাত কবিতা ৰচনা কৰে। ১৯৯৮ চনত তেওঁ মফিদা খাতুনৰ লগত বিবাহ পাশত আবদ্ধ হয়। বৰ্তমান […]

Read More