ৰমেশ চন্দ্ৰ কলিতাৰ উপন্যাস, ‘জীৱন আৰু লালসা’- এক সালোচনাত্মক আলোচনা 

ৰমেশ চন্দ্ৰ কলিতাৰ উপন্যাস, ‘জীৱন আৰু লালসা’- এক মসালোচনাত্মক আলোচনা   (ৰমেশ চন্দ্ৰ কলিতাৰ উপন্যাস‘জীৱন আৰু লালসা’- এক মসালোচনাত্মক আলোচনা): ৰমেশ চন্দ্ৰ কলিতাৰ ‘জীৱন আৰু লালসা‘ শিৰোনামৰ উপন্যাসখন এটি বুৰঞ্জীমূলক উপন্যাস (Historical Novel)। উপন্যাসখনৰ কাহিনীভাগৰ পটভূুমি হৈছে সোতৰ শ শতাব্দীৰ অসম। উপন্যাসখনত আহোম স্বৰ্গদেউ ‘নৰিয়া ৰজা’ৰ ৰাজত্ব কালৰ শেষ বছৰকেইটিৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থাৰ এটি চিত্ৰন আছে। ঔপন্যাসিকে উপন্যাসখনত  নৰিয়া ৰজাৰ তোলনীয়া পুতেক ‘কুকুৰে খোৱা গোঁহাই’ৰ অত্যাচাৰ উৎপীড়ন আৰু উদ্ধতালিত অতিষ্ঠ […]

Read More

চৈয়দ আব্দুল মালিকৰ উপন্যাস, ‘জীয়া জুৰিৰ ঘাট’ – এক সমালোচনাত্মক আলোচনা

চৈয়দ আব্দুল মালিকৰ উপন্যাস, ‘জীয়া জুৰিৰ ঘাট’ – এক সমালোচনাত্মক আলোচনা (চৈয়দ আব্দুল মালিকৰ উপন্যাস ‘জীয়া জুৰিৰ ঘাট’ – এক সমালোচনাত্মক আলোচনা): বিংশ শতাব্দীৰ অসমীয়া উপন্যাস সাহিত্যৰ ইতিহাসত চৈয়দ আব্দুল মালিক এজন বিশিষ্ট ঔপন্যাসিকৰ আসন পোৱাৰ যোগ্য। এইজন ঔপন্যাসিকে ভালেমান উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাল চিৰদিনৰ বাবে চহকী কৰি থৈ গৈছে। তেওঁৰ সকলোবোৰ উপন্যাস কালজয়ী নহ’লেও তেওঁৰ প্ৰতিটো উপন্যাসেই  প্ৰচুৰ জনপ্ৰিয়তা অৰ্জ্জ্বন কৰিছিল। ইয়াৰ কাৰণ হয়তো এইটোৱেই যে […]

Read More

অসমীয়া উপন্যাস সমালোচনা

অসমীয়া  উপন্যাস   সমালোচনা   অসমীয়া উপন্যাস সমোলোচনা ৰাবিব মছৰুৰ     গ্রোহিলচ্ পাব্লিশ্বিং কমলপুৰ, বৰেপটা (অসম) Asomiya Upanyash Shamaluchana (A collection of critical essays on Assamese Novel) by Rabbi Masur, Published by Growhills Publishing.    Rights Reserved Internet Editon: Website: www.growhillsnet.com Email: growhills@growhillsnet.com    Price: Rs. …………..    D. T. P. By  Rabbi Masrur Printed at :    আগকথা   উপন্যাস হৈছে জীৱনৰ কলাত্মক বৰ্ণনা। উপন্যাসত কল্পনাৰ ৰহনেৰে  বাস্তৱতাক চিত্ৰিত […]

Read More

স্নেহ দেৱীৰ চুটি গল্প ‘নাম দিম কল্যাণী’  এক সমালোচনাত্মক বিশ্লেষণ

স্নেহ দেৱীৰ চুটি গল্প ‘নাম দিম কল্যাণী’  এক সমালোচনাত্মক বিশ্লেষণ স্নেহ দেৱীৰ ‘নাম দিম কল্যাণী’ এটি সামাজিক চুটিগল্প (Social Short Story)। গল্পটিৰ মাজেৰে গল্পকাৰে অসমীয়া সমাজত ‘পাত্ৰী নিৰ্বাচন’ পদ্ধতি ফুটাই তুলিছে। কলাত্মক (artistic) দিশৰ পৰা গল্পটি তেনেই সাধাৰণ আৰু বৈচিত্ৰ বর্জিত।  চুটি গল্প কোনো এক বিশেষ মূহুৰ্তত ঘটা বাস্তৱধৰ্মী সামাজিক ঘটনাৰ সজীৱ বৰ্ণনা। চুটিগল্পত কাহিনী  হৈছে মূল ভিত্তি যাৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক চৰিত্ৰসমূহ ফুটাই তোলা হয়। এই গল্পটিৰ মাজেৰে […]

Read More

লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প ‘মুক্তি’: এক সমালোচনাত্মক আলোচনা

লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প ‘মুক্তি’: এক সমালোচনাত্মক আলোচনা মানৱ জীৱনৰ কোনো এক মূহুৰ্তৰ ঘটনাক অৱলম্বন কৰি গদ্যত যি কাহিনী বা গল্প ৰচনা কৰা হয় তাকে ‘চুটি গল্প’ বোলে। চুটি গল্পৰ পিতৃস্বৰূপ আমেৰিকাৰ লিখক এডগাৰ এলেন  প’ৰ মতে, “চুটি গল্প হৈছে এক প্ৰকাৰৰ গদ্য ৰচনা যিটো পঢ়ি শেষ কৰোঁতে আধা ঘন্টাৰ পৰা এঘন্টা বা দুই ঘন্টাৰ প্ৰয়োজন হয়।” চুটিগল্পত কাৰ্যৰ ঐক্য আৰু কাৰ্যৰ ঐক্য সম্পাদনত সংক্ষিপ্ততাৰ ঐক্য  মানি চলিব লাগে। এডগাৰ এলন […]

Read More

নিৰুপমা বৰগোহাঞিৰ চুটিগল্প: ‘এনথ্ৰপ’লজিৰ সপোনৰ  পিছত’- এক   সমালোচনাত্মক আলোচনা

নিৰুপমা বৰগোহাঞিৰ চুটিগল্প: ‘এনথ্ৰপ’লজিৰ সপোনৰ  পিছত’- এক   সমালোচনাত্মক আলোচনা নিৰুপমা বৰগোহাঞিৰ ‘এনথ্ৰপ’লজিৰ সপোনৰ পিছত’ গল্পটি অসমীয়া ভাষাত এটি অনন্যোপম চুটিগল্প যি গল্পটিৰ মাজেৰে অসমীয়া সমাজৰ পোহৰ আৰু এন্ধাৰ, বাহ্যিক সৌন্দৰ্য্য আৰু আভ্যন্তৰীণ কদৰ্য্যতা, শিক্ষাৰ সংস্কাৰ আৰু অশিক্ষাৰ অন্ধসংস্কাৰ আদি সকলোবোৰ দিশ দুপৰীয়া সূৰুযৰ ৰদ্ৰোজ্জ্বলতাৰে জল্‌জল্‌ পটপটকৈ উজলি উঠিছে। গল্পটিত বিশেষ কোনো নিৰ্দ্দিষ্ট কাহিনী নাই। গল্পটিত উমা আৰু প্ৰীতি নামৰ দুজনী আধুনিক শিক্ষাৰে শিক্ষিতা ছোৱালীৰ দৃষ্টিত অসমীয়া সমাজৰ বাস্তৱ সামাজিক জীৱনধাৰা […]

Read More

যোগেশ দাসৰ চুটিগল্প: ‘পৃথিৱীৰ অসুখ’ – এক বিশ্লেষণ

 যোগেশ দাসৰ চুটিগল্প: ‘পৃথিৱীৰ অসুখ’ – এক বিশ্লেষণ (যোগেশ দাসৰ চুটিগল্প: ‘পৃথিৱীৰ অসুখ’ – এক বিশ্লেষণ): যোগেশ দাসৰ চুটিগল্প ‘পৃথিৱীৰ অসুখ’ এটি ভিন্নসুৰী অসমীয়া চুটিগল্প যি গল্পটিত গল্পকাৰে সমাজৰ এন্ধাৰ দিশ এটি সমালোচনাত্মক দৃষ্টিভঙ্গীৰে ফুটাই তুলিছে। গল্পটিত ফৰাচী দাৰ্শনিক ৰুচোৰ সমাজ দৰ্শনৰ এটি দিশ প্ৰতিফলিত হৈছে। ৰুচোয়ে কৈছিল, “মানুহ স্বভাৱতে ভাল হৈ জন্ম গ্ৰহণ কৰে, সমাজেহে বেয়া কৰে।” যোগেশ দাসে ‘পৃথিৱীৰ অসুখ’ নামৰ চুটিগল্পটিৰ জৰিয়তে ৰুচোৰ এই  দাৰ্শনিক মন্তব্যটিহে যেন […]

Read More

চৈয়দ আব্দুল মালিকৰ গল্প: ‘লাইফটো – আই মীন’ – এক সমালোচনাত্মক আলোচনা

চৈয়দ আব্দুল মালিকৰ গল্প: ‘লাইফটো – আই মীন’ – এক সমালোচনাত্মক আলোচনা চৈয়দ আব্দুল মালিকৰ গল্প, ‘লাইফটো – আই মীন’ এটি দুবৰ্বল কাহিনী থকা চৰিত্ৰ প্ৰধান গল্প। গল্পটি গল্পকাৰে ‘আছৰফ’ নামৰ চৰিত্ৰ এটিৰ মুখেৰে প্ৰথম পুৰুষত ব্যক্ত কৰিছে। আছৰফৰ মুখেৰে গল্পটি ব্যক্ত হৈছে যদিও আছৰফ গল্পটিৰ নায়ক নহয়। নায়কজন হৈছে ‘হায়দৰ’ নামৰ তেওঁৰ এজন বন্ধুহে আৰু নায়িকাজনী হৈছে ‘নাজমা’। হায়দৰ আছৰফৰ স্কুলীয়া বন্ধু। দুয়োজনে কেইবাবাৰো পৰীক্ষা দি মেট্ৰিক পৰীক্ষা পাচ […]

Read More