HSLC Exam Que Paper Science 2015

 

 

HSLC Exam Que Paper Science 2015

 

HSLC Exam Que Paper  Science 2015

Full Mark: 80

Pass Mark: 24

Time: 3 Hours

The Figures in the margin indicate full marks for the questions:

SECTION-A

1. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে।দ্ৰৱটোত থাকে- 1                                                            

(a) NaCl    (b) HCl    (c) LiCl   (d) KCl

2. তলৰ কোনটো ধাতুৱে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে? 1                                            

(a) ছিলভাৰ (b) গ’ল্ড (c) জিংক (d) মাৰকিউৰি

3. প্র’পেন  অণু এটাত 1

(a) 10 সহযোজী বান্ধনি থাকে

(b) 9 সহযোজী বান্ধনি থাকে

(c) 8 সহযোজী বান্ধনি থাকে   

(d) 11 সহযোজী বান্ধনি থাকে

4. তলত দিয়া মৌলেবাৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা-

(a) ছ’ডিয়াম (b) এলুমিনিয়াম (c) ক্ল’ৰিণ (d) ব’ৰণ

5. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 1                          

(a) (b) m (c) m-1 (d) m2

6. শুদ্ধ উত্তৰটো  বাছি উলিওৱাঃ 1                                  

প্ৰবাহযুক্ত দীঘল চ’লেনয়ড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ

(a) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায়।

(b) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায়।

(c) শূণ্য হয়।

(d) সকলো বিন্দু্‌তে একে থাকে।

7. চৰ্বী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে 1        

(a) ট্ৰিপচিনে

(b) পেপচি

(c)  পিত্ত লৱণে 

(d) এমাইলেজে

8. কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হ’ল-1                                                                              

(a) অক্সিন 

(b) চাইট’কাইনিন

(c) এবচাইচিক 

(d) জিৱাৰেলিন

9. তলৰ কোনটো জীৱ নিম্নিকৰণ আৱৰ্জনা নহয়? 1   

(a) পাকঘৰৰ শাক-পাচলিৰ আৱৰ্জনা  

(b) পুৰণি ফটা কােপাৰ

(c) প্লাষ্টিকৰ মোনা 

(d) পুৰণি বাতৰি কাকত

10. ৰোধৰ তাঁৰ এডাল চাৰিটা সমান অংশত ভাগ কৰা হ’ল। অংশ চাৰিটা সমান্তৰাল সজ্জাত সংযোগ কৰা হ’ল। সমান্তৰাল সজ্জাৰ সমতুল্য ৰোধ R ৰে বুজালে 2:R হ’ব? 1 

SECTION- B

11. (a)এখন অৱতল দােপাণৰ ভাঁজকেন্দ্ৰত এটা লক্ষ্যবস্তু ৰখা থোৱা হৈছে। ৰশ্মি চিত্ৰৰ সহায়ত প্ৰতিবিম্বৰ গঠন দেখুওৱা। 

(b) উত্তল দাপোণ এখনৰ সন্মুখত ১০ ছে.মি. দূৰত্বত লক্ষ্যবস্তু ৰখা হৈছে। দাপোণৰ পিছফালে ৫ ছে.মি. দূৰত্বত প্ৰতিবিম্ব গঠন হৈছে। উত্তল  দাপোণৰ ফ’কাছ ৰ্দ্ঘ্যৈ উলিওৱা। 2

12. ৩০ ছে.মি. ফ’কাছ দূৰত্বৰ উত্তল লেন্‌ছে ৩ গুণ পৰিৱৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে। লক্ষ্যবস্তুৰ অৱস্থান নিৰ্ণয় কৰা। 3

নাইবা

১ ছে.মি. আকাৰৰ লক্ষ্যবস্তু এটা, ১০ ছে. মি . ফ’কাছ ৰ্দ্ঘ্যৈৰ উত্তল লেন্‌ছ এখনৰ সন্মুখত ১৫ ছে.মি. দূৰত্বত ৰখা হৈছে। প্ৰতিবিম্বৰ প্ৰকৃতি, আকাৰ আৰু অৱস্থান নিৰ্ণয় কৰা। 3

13.(a) স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰ বিন্দু আৰু নিকট বিন্দু কি? 1                                                                

(b) বৰষুণৰ পাছত আমি ৰামধেনু কিয় দেখো? 1

(c) এজন মানুহে দৃষ্টিৰ বিকাৰৰ প্ৰতিাকাৰ হিচাপে ক্ষমতাৰ লেন্‌ছ ব্যবহাৰ কৰিবলগীয়া হৈছে।

(i) তেওঁ দৃষ্টিৰ কি বিকাৰত ভুগিছে?

(ii) প্ৰতিকাৰী লেন্‌ছখনৰ ফ’কাছ ৰ্দ্ঘ্যৈ কিমান?

(iv) প্ৰতিকাৰী লেন্‌ছৰ প্ৰকৃতি কি·?

14. তলত বৰ্তনীটোৰ চাৰিটা ৰোধক আৰু এটা বেটাৰী সংযোগ কৰা হৈছে। বৰ্তনীটোৰ মুঠ ৰোধ আৰু মুঠ বিদ্যুৎ প্ৰবাহৰ পৰিমাণ গণনা কৰা।

নাইবা

প্ৰতিটো ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ আৰু হ’ব?

15. বৈদ্যুতিক জেনেৰেটৰ আৰু বৈদ্যুতিক মটৰৰ মাজৰ পাৰ্থক্য কি আছে। বৈদ্যুতিক জেনেৰেটৰৰ ৱাছ ৰিং আৰু বৈদ্যুতিক মটৰত স্প্লিট  ৰিংৰ কাৰ্য কি?

নাইবা

পৰীক্ষা এটাৰ সহায়ত বিদ্যুৎ চুম্বকীয় আৱেশৰ পৰিঘটনা বুজাই লিখা।

16. বিভৱ ভেদৰ দুটা বিন্দুৰ মাজেৰে আধান চালিত কৰোতে কিমান কাৰ্য্য কৰিব লাগিব?

17. বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ হ’ল (তলত শুদ্ধ উত্তৰটো বাছি উলিওৱা)

বৃহৎ পৰিমাণৰ শস্য পথাৰ হেৰুৱাব লগীয়া হয়।

বৃহৎ পৰিস্থিতিতন্ত্ৰ বিনষ্ট হয়।

আৰু এটাও নহয়।

18. অ’জন স্তৰ কি আৰু ইয়াৰ কেনেকৈ অৱক্ষয় ঘটিছে?

নাইবা

পৰিস্থিতিতন্ত্ৰ কি আৰু ইয়াৰ উপাদানবিলাক কি?

19. তলৰ যিকোনো দুটাৰ চমুটোকা লিখা।

(a) বহনক্ষম ব্যৱস্থাপনা

(b) পানী সঞ্চয়ন

(c) নদীবান্ধ

20. শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা।

21. তলৰ যিকোনো এটাৰ চমুটোকা লিখা।

(a) জলশক্তি প্ৰকল্প

(b) চ’লাৰ কুকাৰ

22. বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়?· এইবোৰ বিক্ৰিয়াৰ সমীকৰণ লিখা।

23. এখন চীনামাটিৰ থালত ছিলভাৰ ক্ল’ৰাইড লোৱা আৰু ইয়াক সূৰ্যৰ পোহৰত ৰখা।

কিছু সময়ৰ পিছত ছিলভাৰ ক্ল’ৰাইডৰ ৰং কি হ’ব?

কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ’ব?

ওপৰৰ পৰ্যেবক্ষণৰ ৰাসায়নিক বিক্ৰিয়া লিখা।

নাইবা

বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰ লগত বিক্ৰিয়াৰ ফলত এলুমিনিয়াম ক্ল’ৰাইড উৎপন্ন হয় আৰু বেৰিয়াম ছালফেট অধঃক্ষিপ্ত হয়।

জিংকে কপাৰ ছালফেটৰ লগত বিক্ৰিয়া কৰি জিংক ছালফেট আৰু ধাতৱ কপাৰ উৎপন্ন কৰে।

হাইড্ৰ’জেন ছালফাইড বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়।

24. কাক বোলে ?

তোমাক আৰু দুটা দ্ৰৱ দিয়া হ’ল। দ্ৰৱটোৰ ৰ মান আৰু দ্ৰৱটোৰ ৰ মান । কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা  বেছি? ইয়াৰ কোনটো আম্লিক আৰু কোনটো ক্ষৰকীয় দ্ৰৱ?

নাইবা

প্লাষ্টাৰ অব্‌ পেৰিছ কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয়? ইয়াৰ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।

25. পৰ্যাবৃত্ত  তালিকাৰ এটা অংশ তলত দেখুওৱা হ’লঃ 3

বর্গ      I    II   XVI     XVII    XVIII
পর্যায়  i
           2      B      D    C
          3                                    E

ওপৰৰ তালিকাৰ ওপৰত ভিত্তি কৰি তলৰ প্রশ্নবোৰৰ উত্তৰ  লিখাঃ

(i) কোনটো মৌলই কেটায়ন গঠন কৰে?

(ii) কোনটো মৌলৰ পাৰমাণৱিক আকাৰ আটাইতকৈ কম?

(iii) কোনটো মৌলৰ ৰাসায়নিক ধৰ্ম মেগনেছিয়ামৰ (পাৰমাণৱিক সংখ্যা ১২) সৈতে একে ধৰণৰ?

নাইবা

নাইট্ৰ’জেন (পাৰমাণৱিক সংখ্যা ৭) আৰু ফছফৰাছ (পাৰমাণৱিক সংখ্যা ১৬) পৰ্যাবৃত্ত   তালিকাৰ বৰ্গ ১৫- ত থাকে। এই মৌল দুটাৰ ইলেক্ট্রনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো মৌল বেছি বিদ্যুৎ ঋণাত্মক আৰু কিয়? 

26, (a) ছ’ডিয়াম কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়? 1

(b) তলৰ বিক্ৰিয়াবোৰৰ ৰাসানিক সমীকৰণ লিখাঃ ২

(i) জলীয় বাষ্পৰ লগত আয়ৰণৰ বিক্ৰিয়া।

(ii) পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়া।

(c) এটা উদাহৰণৰ সৈতে ক্ষয়ীভৱণ ব্যাখ্যা কৰা। ২

নাইবা

(a) তোমাক এটা হাতুৰি, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইছ দিয়া হ’ল। 1                                                        

(i) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা? 1

(ii) ধাতু আৰু অধাতু চিনাক্তকৰণত এই পৰীক্ষােবাৰৰ উপযোগিতা মূল্যাংকণ কৰা।

(b) কাৰণ দৰ্শোৱাঃ

(i) গহণা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়। 1                                                                                  

(ii) এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। 1

(iii) ধাতু নিষ্কাশনৰ সময়ত কাৰ্ব’নেট আৰু ছালফাইড আকৰ সাধাৰণত অক্সাইডলৈ ৰূপান্তৰ কৰা হয়। 1  

27. এটা জৈৱ যৌগ ‘A’ আচাৰ সংৰক্ষণত বহুলভাৱে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ আণৱিক সংকেত C2H4O2 । এই যৌগটোৱে ইথানলৰ লগত বিক্ৰিয়া কৰি এটা সুগন্ধি ‘B’ দ্ৰব্য উৎপন্ন কৰে। 5

(i) A যৌগটো চিনাক্ত কৰা।

(ii) এই যৌগটোৱে ইথানলৰ লগত বিক্ৰিয়া কৰি B যৌগ উৎপন্ন কৰা বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা।

(iii) B যৌগটোৰ পৰা A যৌগটো পুনৰ কেনেকৈ ঘূৰাই পাব পাৰি?

(iv) B যৌগটোক A যৌগলৈ কৰা ৰূপান্তৰ প্ৰক্ৰিয়াটোৰ নাম আৰু ইয়াৰ ৰাসায়নিক সমীকৰণ লিখা।

নাইবা 

(a) ইথানলক ইথান’য়িক এছিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া? বিক্ৰিয়াটো লিখা। 2                                             

(b) পৰীক্ষাৰ সহায়ত এলক’হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰেভদ কিদৰে দেখুৱাব পাৰি? 2                                           

(c) লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইনৰ মিশ্ৰণ দহন কৰা হয়। ইথাইনৰ লগত বায়ুৰ মিশ্ৰণ কয়ি ব্যৱহাৰ কৰা নহয় ? 1

28. দুই ধৰণৰ স্নায়ু প্ৰৱৰ্ধৰ নাম লিখা। 2                  

নাইবা 

উদ্ভিদত কেম’ট্ৰপিজিমৰ এটা উদাহৰণ দিয়া।

29. দীৰ্ঘেচ্ছদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা। 5

30. সপুষ্পক উদ্ভিদত কেনেদৰে ফল সৃষ্টি হয়? 5

নাইবা

বিভিন্ন ধৰণৰ গৰ্ভনিৰোধক পদ্ধতি কি কি?

31. ছাইনেপছ্‌ কি· স্নায়ুপ্ৰবাহ কেনেকৈ ছাইনেপছৰ মাজেদি পাৰ হয়? 5

নাইবা

নিলাজী বনে কেনেকৈ উদ্দীপীনাৰ প্ৰতি সঁহাৰি জনায়?

32. মানুহৰ লিংগ কেনেকৈ নিৰ্দ্ধাৰিত হয়· প্ৰয়োজনীয় চিত্ৰৰ সৈতে ব্যাখ্যা কৰা। 5

নাইবা

উদ্ভিদ আৰু প্ৰাণীত কেনেকৈ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ প্ৰকাশ পায়?

33. জীৱৰ গ্লুক’জৰপৰা নিৰ্গত শক্তিৰ বিভিন্ন পদ্ধতি বৰ্ণনা কৰা। 5

নাইবা

উদ্ভিদত কেনেকৈ পানী, খাদ্য আৰু আন দ্ৰৱ্যসমূহ পৰিবাহিত হয়?   

০ ০ ০

N.B. We are grateful to SEBA, Govt. of Assam

HSLC Exam Que Paper  Science 2015

Related Searches:

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

০ ০ ০

One Comment

  1. Pingback: HSLC Exam Que Paper  Science 2019 - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *