ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে

ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে  ‘ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে ’- উক্তিটো এক অসমীয়া প্ৰৱচন। যোগ্যতা নোহোৱাকৈ কোনো কাম কৰিবলৈ যোৱা ব্যক্তিক নিন্দাসূচক উক্ত কথাষাৰ কোৱা হয়। ‘ৰত্নাৱলী’ হৈছে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা এখন পুথি। পুথিখনত ভাগৱত গীতাৰ সাৰমৰ্ম আছে। ই এখন জটিল দাৰ্শনিক পুথি। পুথিখনত হিন্দু ধৰ্মৰ মূল কথাখিনি অতি সংক্ষেপে বৰ্ণনা কৰা হৈছে। সাধাৰণ পাঠকে পুথিখন সহজে বুজিব নোৱাৰে। এই পুথিখন হৃদয়াঙ্গম কৰিবলৈ হ’লে হিন্দু ধৰ্মৰ বেদ-উপনিষদ আগতে […]

Read More

শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী 

শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী  ছাত্ৰ-ছাত্ৰীসকলে সুস্থভাৱে শিক্ষা লাভ কৰাৰ অনুকূল বাতাবৰণেই শৈক্ষিক পৰিৱেশ। পৰিয়াল, সমাজ, বিদ্যালয়, শিক্ষক, অৰ্থনৈতিক অৱস্থা, নৈতিকতা, ৰাজনৈকি অৱস্থা, মানৱ প্ৰমূল্য, শিক্ষানীতি আদি বিভিন্ন কাৰকে শৈক্ষিক পৰিৱেশ নিৰ্দ্ধাৰণ কৰে। শিক্ষা ব্যৱস্থাক ফলপূৰ্ণ কৰিবলৈ হলে সুস্থ শৈক্ষিক পৰিৱেশৰ কোনো বিকল্প নাই। সুস্থ শৈক্ষিক পৰিৱেশ গঠনত সমাজ আৰু পৰিয়ালৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ। কিয়নো শিশু এটাৰ জন্মৰ লগে লগেই তেওঁৰ শিক্ষা আৰম্ভ হয়। আৰু শিশুয়ে জীৱনৰ মৌলিক শিক্ষা পৰিয়াল আৰু সমাজৰ […]

Read More

আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা

আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা আজিকালি প্ৰায় সকলোবোৰ বিদ্যালয়তে বছৰেকীয়া খেল-ধেমালী উৎসৱ অনুষ্ঠিত কৰা হয়। খেল-ধেমালীক শিক্ষাৰ অংগ আৰু  এক সহ-পাঠ্যক্ৰমিক ক্ৰিয়াকলাপ হিচাপে  গুৰুত্ব দি  আমাৰ বিদ্যালয়তো প্ৰতিবছৰ  খেল-ধেমালী অনুষ্ঠিত হয়। এই অনুষ্ঠান প্ৰায় এক সপ্তাহমান চলে আৰু আৰু খেল-ধেমালীৰ উৎসৱৰ শেষৰ দিনা বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানটো ছাত্ৰ-ছাত্ৰীসকলৰ অতি আনন্দৰ বিষয়। সকলো ছাত্ৰ-ছাত্ৰীয়ে গোটেই বছৰটো এই অনুষ্ঠানৰ বাবে অতি আগ্ৰহৰে বাট চাই থাকে।  আমাৰ বিদ্যালয়ত সাধাৰণতে […]

Read More