ফ্রেন্চ কাফকা 

ফ্রেন্চ কাফ্‌কা [Franz Kafka: 1883-1924] আছিল এজন জাৰ্মানভাষী ইহুদী গল্পকাৰ আৰু ঔপন্যাসিক। তেওঁ অষ্ট্ৰো-হাঙ্গেৰিয়াৰ প্ৰেগ’ত জন্ম গ্ৰহণ কৰিছিল। তেওঁ আইন অধ্যয়ন কৰিছিল যদিও বীমা কোম্পানীতহে কাম কৰিছিল।  তেওঁৰ ৰচনাত বাস্তৱতা আৰু কল্পনাৰ এক মধুৰ সংমিশ্রণ দেখা যায়। তেওঁ ৰচিত কেইখনমান গ্ৰন্থ হ’ল: Metamorphosis and Other Stories,The Castle,The Judgement, A Hunger Artist, Letters to Felice etc. 0 0 0

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

Leave a Reply

Your email address will not be published. Required fields are marked *