চুলিক্‌ফা   

চুলিক্‌ফা (Sulikapha) এজন স্বেচ্ছাচাৰী আৰু অত্যাচাৰী  আহোম ৰজা আছিল। তেওঁক ‘ল’ৰা ৰজা’ বুলি কোৱা হয় কাৰণ ৰজা হোৱাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ চৈধ্য বছৰ।  ৰজা হৈ সিংহাসন নিষ্কন্টক কৰিবলৈ তেওঁ  ৰাজকোঁৱৰসকলক অংগক্ষত কৰিবলৈ লৈছিল। এইজন ৰজাই সতী জয়মতীক জেৰেঙা  পথাৰত শাস্তি দি হত্যা কৰাইছিল। পিছত গুপ্তঘাতৰ হাতত প্ৰাণ দিয়ে আৰু গদাধৰ সিংহ ৰজা হয়। ০ ০ ০

(‘চুলিক্‌ফা’ ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *