ছাৰ আইজাক নিউটন

ছাৰ আইজাক নিউটন (Sir Issac Newton) এজন ইংৰাজ বৈজ্ঞানিক পদাৰ্থবিদ আৰু গণিতজ্ঞ আছিল। তেওঁ ১৬৪২ চনত এটি কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁ মধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছিল। ইয়াৰ উপৰিও তেওঁ কলন গণিত আৰু বহুতো পদাৰ্থ বিজ্ঞানৰ সূত্ৰ উদ্ভাৱন কৰিছিল। ০ ০ ০

(‘ছাৰ আইজাক নিউটন’ (Sir Issac Newton) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *