দৈৱকী

দৈৱকী (Doibaki) উগ্ৰসেনৰ কন্যা আৰু কংসৰ ভগ্নী আছিল। বসুদেৱৰ সৈতে দৈৱকীয়ে বিবাহ পাশত আবদ্ধ হৈছিল। তাইৰ গৰ্ভত আৰু বসুদেৱৰ ঔৰষত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। শ্ৰীকৃষ্ণ আছিল তাইৰ অষ্টম সন্তান। দৈৱকীৰ অষ্টম সন্তানৰ হাতত কংসৰ মৃত্যু হ’ব বুলি নিশ্চিত জানি কংসই দৈৱকী আৰু বসুদেৱক কাৰাগাৰত বন্ধী কৰি থৈছিল। পিছত কংসক বধ কৰি কৃষ্ণই পিতৃ-মাতৃক কাৰাগাৰৰ পৰা উদ্ধাৰ কৰিছিল। ০ ০ ০

(দৈৱকী (Doibaki) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *