শ্বিৰীণ ইবাডি

শ্বিৰীণ ইবাডি (Shirin Ibadi) ইৰানৰ এজনী নাৰীবাদী সংগ্ৰামী। তেওঁ কঠোৰ পন্থীৰ বিৰুদ্ধে জীৱনজোৰা সংগ্ৰাম কৰিছিল।  তাইক চৰকাৰী কামৰ পৰা বঞ্চিত কৰা হৈছিল আৰু মহিলাই মুৰ ঢাকি লোৱা  কােপাৰ ‘হিজাব’ পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰ ৰক্ষাৰ বাবে। তেওঁ উৎপীড়িত লোকৰ বাবে যুঁজিছিল- য’ত মহিলাক ধৰ্ষণ কৰা হৈছিল, শাসন বিৰোধী যুৱকক শাস্তি দিয়া হৈছিল, পতীয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল। মানৱ অধিকাৰ প্রতিষ্ঠাৰ  বাবে কৰা তেওঁৰ সংগ্ৰামৰ স্বীকৃতি হিচাপে  তেওঁক নেবল বঁটা দিয়া হয়। ০ ০ ০

(শ্বিৰীণ ইবাডি (Shirin Ibadi) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *