সোন্দৰ গোহাঁই 

সোন্দৰ গোহাঁই (Sundar Gohain) নাওবৈচা ফুকন আহোমৰাজ স্বৰ্গদেউ প্ৰতাপ সিংহৰ এজন বিষয়া আছিল। কছাৰী ৰজাৰ লগত হোৱা যুদ্ধত তেওঁ বিশ হাজাৰ সৈন্য লৈ যু্‌দ্ধ কৰিবলৈ গৈছিল। কছাৰীসকলৰ নেতা ভীমবলে পুৱতি নিশা হাতীৰ পিঠিত উঠি হিলৈৰ মুখত পানী ভৰাই যুদ্ধ কৰিছিল। যুদ্ধত সোন্দৰ গোহাঁই বৰবৰুৱা ধৰাশায়ী হৈছিল। পিছত হাতীৰে গচকাই তেওঁক মাৰি পেলোৱা হৈছিল। ০ ০ ০

(সোন্দৰ গোহাঁই (Sundar Gohain) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *