ৰামসিংহ 

ৰামসিংহ (Ramsinha) আছিল মোগল সম্ৰাটৰ কৰতলীয়া অম্বৰৰ ৰজা। মোগল সম্ৰাট ঔৰংজেৱে তেওঁক ১৬৬৭ চনৰ ডিচেম্বৰ মাহত অসম আক্ৰমণ কৰিবলৈ পঠাইছিল। ৰামসিংহই অসমত প্ৰায় চাৰি বছৰকাল আছিল। অৱশেষত আহোম আৰু মোগলৰ মাজত গুৱাহাটীৰ ওচৰত শৰাইঘাট নামে ঠাইত দুয়োপক্ষৰ মাজত তয়া-নথৈয়া যুদ্ধ হয়। উক্ত যুদ্ধত মোগলসকল  শোচনীয়ভাৱে পৰাজিত হয় আৰু উভতি যায়। ০ ০ ০

(ৰামসিংহ (Ramsinha) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *