ৰামানুজন  

ৰামানুজন (Ramanujan:1887-1920) এজন ভাৰতীয় মহান গণিতজ্ঞ আছিল। তেওঁ অতি দৰিদ্ৰ পৰিয়ালত  জন্ম গ্ৰহণ কৰিছিল। তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা  প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰাৰ পিছত দৰিদ্ৰতাৰ বাবে লিখা-পঢ়াৰ ইতি পেলাই কেৰাণীৰ চাকৰিত সোমায়। অংক শাস্ত্ৰত তেওঁৰ বিশেষ ৰাপ থকা বাবে বিশ্ববিদ্যালয় কতৃপক্ষই তেওঁৰ মেধাৰ কথা চৰকাৰক জনোৱাত চৰকাৰে তেওঁক বৃত্তি  দি কেমব্রিজ বিশ্ববিদ্যালয়লৈ গৱেষণাৰ বাবে পঠায়। তেওঁ তাত অদ্বিতীয় প্ৰতিভাৰ পৰিচয় দিয়ে আৰু গণিতৰ বহুতো মৌলিক সূত্ৰ উদ্ভাৱন কৰে।  ১৯২০ চনত এইজন মহান গণিতজ্ঞৰ মৃত্যু হয়। ০ ০ ০

(ৰামানুজন (Ramanujan) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *