আল-খোৱাৰিজমি-Al Khuwarizmi

আল-খোৱাৰিজমি (Al-Khuwarizmi) আছিল এজন আৰবীয় গণিতজ্ঞ। আনুুমানিক ৮০০ খ্ৰীষ্টাব্দত বাগদাদত তেওঁৰ জন্ম হয়। গণিতৰ উপৰিও জ্যোতিৰ্বিজ্ঞান আৰু ভূগোল বিষয়ৰ ওপৰত তেওঁ মূল্যৱান গ্ৰন্থ ৰচনা কৰে। মধ্য যুগৰ ইউৰোপত আল-খোৱাৰিজমিৰ ৰচনাৰ লেটিন ভাঙনিয়ে যথেষ্ট প্ৰভাৱ পেলাইছিল। তেওঁ ৰচনা কৰা ‘অল-জাব্‌ৰ’ নাম গ্ৰন্থখনৰ পৰাই গণিতত এলজেব্ৰা বা বীজগণিত শব্দটোৰ উৎপত্তি হৈছে বুলি কোৱা হয়। আনুমানিক ৮৫০ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হয়। ০ ০ ০

(আল-খোৱাৰিজমি (Al-Khuwarizmi) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

Leave a Reply

Your email address will not be published. Required fields are marked *