মেঘৰাজ কৰ্মকাৰ

মেঘৰাজ কৰ্মকাৰ (Meghraj Karmakar) আছিল চাহজনগোষ্ঠীৰ এগৰাকী শিক্ষক আৰু প্ৰথম সাহিত্যক পেঞ্চনাৰ। অসম প্ৰকাশন পৰিষদে ‘মেঘৰাজ কৰ্মকাৰ ৰচনাৱলী’ প্ৰকাশ কৰিছে। তেওঁ ৰচনা কৰা এখন গ্ৰন্থৰ নাম ‘চালুক বচন’। ০ ০ ০ 

(মেঘৰাজ কৰ্মকাৰ (Meghraj Karmakar) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *