আৰ্কিমিডিছ-Archimedes

আৰ্কিমিডিছ (Archimedes) আছিল এগৰাকী গ্ৰীক গণিতজ্ঞ আৰু বিজ্ঞানী। প্ৰাচীন গ্ৰীচত তেৱেঁই পোনপ্ৰথমে বিজ্ঞানচৰ্চাক পৰীক্ষা-নিৰীক্ষাৰ মাধ্যমলৈ উন্নীত কৰে

Read More

আৰ্নল্ড যোছেফ টয়নবি

আৰ্নল্ড যোছেফ টয়নবি (Arnold Joseph Toynbee) আছিল এজন ইংৰাজ ইতিহাসবিদ। ১৮৮৯ চনৰ ১৪ এপ্ৰিলত লণ্ডনত তেওঁৰ  জন্ম হয়। অক্সফোৰ্ড বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি

Read More

আৰ্ল ষ্টেনলি গাৰ্ডনাৰ (Erle Stanley Gradner)

আৰ্ল ষ্টেনলি গাৰ্ডনাৰ (Erle Stanley Gradner) এজন মাৰ্কিন ৰহস্য ঔপন্যাসিক আছিল। ১৮৮৯ চনৰ ১৭ জুলাইত আমেৰিকা যুক্তৰাষ্ট˜ৰ মাছাচুছেট্‌ছ প্ৰদেশৰ মালডেনাত তেওঁ জন্ম গ্ৰহণ কৰে।

Read More

আল-খোৱাৰিজমি-Al Khuwarizmi

আল-খোৱাৰিজমি (Al-Khuwarizmi) আছিল এজন আৰবীয় গণিতজ্ঞ। আনুুমানিক ৮০০ খ্ৰীষ্টাব্দত বাগদাদত তেওঁৰ জন্ম হয়। গণিতৰ উপৰিও

Read More

আলেকজেণ্ডাৰ গ্ৰাহাম বেল

আলেকজেণ্ডাৰ গ্ৰাহাম বেল (Alexander Graham Bell) স্কটলেণ্ডৰ এজন পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ আছিল। ১৮৪৭ চনৰ ৩ মাৰ্চত স্কটলেণ্ডৰ এডিনবৰাত তেওঁৰ জন্ম হয়।

Read More

আলেকজেণ্ডাৰ -Alexander 

আলেকজেণ্ডাৰ (Alexander) আছিল প্ৰাচীন গ্ৰীচৰ অন্তৰ্গত মেচিডনৰ সম্ৰাট আৰু বিশ্ববিজয়ী মহাবীৰ।  খ্ৰীষ্টপূৰ্ব ৩৫৬-ত গ্ৰীচৰ পেল্লাত তেওঁৰ জন্ম হয়। পিতৃ মেচিডনৰ

Read More

আশা ভোছলে-Asha Bhosle

আশা ভোছলে (Asha Bhosle) আছিল এজনী ভাৰতীয় চলচ্চিত্ৰৰ নেপথ্য গায়িকা। ১৯৩৩ চনৰ ৮ ছেপ্টেম্বৰত মহাৰাষ্ট˜ৰ সাতাৰাত তাইৰ জন্ম হয়। পিতৃ আছিল সংগীতৰ বিশাৰদ

Read More

আশাপূৰ্ণা দেৱী-Ashapoorna Devi

আশাপূৰ্ণা দেৱী (Ashapoorna Devi) আছিল এজনী ভাৰতীয় বঙালী কবি আৰু ঔপন্যাসিক। ১৯০৯ চনৰ ৮ জানুৱাৰীত পশ্চিমবংগৰ হুগলী জিলাত এক ৰক্ষণশীল হিন্দু পৰিয়ালত তাইৰ জন্ম হয়।

Read More

আৰ্যভট্ট-Aryabhatta

আয্যভট্ট (Aryabhatta) প্ৰাচীন ভাৰতৰ এজন গণিতজ্ঞ আৰু¸ জ্যোৰ্তিবিদ আছিল। ৪৭৬ খ্ৰীষ্টাব্দত বৰ্তমানৰ বিহাৰৰ পাটনাৰ ওচৰৰ কুসুমপুৰত তেওঁৰ জন্ম হৈছিল বুলি ঠাৱৰ

Read More