বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ উপন্যাস ‘মৃত্যুঞ্জয়’ – এক সমালোচনা

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ উপন্যাস ‘মৃত্যুঞ্জয়’ – এক সমালোচনা (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ ‘মৃত্যুঞ্জয়’-এক সমালোচনা): বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ ‘মৃত্যুঞ্জয়’ শিৰোনামৰ উপন্যাসখন ঐতিহাসিক উপন্যাস। ইয়াৰ পটভূমি হৈছে মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰতীয় স্বাধীনতা আন্দোলন। ভাৰতবৰ্ষৰ পৰা বিদেশী ইংৰাজক খেদিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতৰ বিভিন্ন প্ৰদেশত বিপ্লৱী বাহিনী গঠন কৰা হয়। অসমো মহাত্মা গান্ধীৰ আহ্বানত স্বাধীনতা আন্দোলনত জপিয়াই পৰে আৰু নানা উপায়ে দেশৰ পৰা ইংৰাজ শাসন অচল কৰাৰ কাৰ্য্যকলাপ আৰম্ভ হয়। মহাত্মা গান্ধীয়ে […]

Read More

কাঞ্চন বৰুৱাৰ উপন্যাস, ‘অসীমত যাৰ হেৰাল সীমা’ – এটি সমালোচনা

কাঞ্চন বৰুৱাৰ উপন্যাস, ‘অসীমত যাৰ হেৰাল সীমা’ – এটি সমালোচনা কাঞ্চন বৰুৱাৰ  ‘অসীমত যাৰ হেৰাল সীমা’ শিৰোনামৰ উপন্যাসখন সম্পূৰ্ণ কল্পনাৰ ওপৰত প্রতিষ্ঠিত এটি ঐতিহাসিক উপন্যাস। উপন্যাসখনত ঔপন্যাসিক কাঞ্চন বৰুৱাই তেৰশ বছৰ আগৰ পূৰ্ব অসমৰ বিশেষকৈ দিহিং নদীৰ দুয়োপাৰৰ প্ৰাকৃতিক, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক তথা সাংস্কৃতিক চিত্ৰ অংকন কৰিবলৈ প্ৰয়াস কৰিছে। উপন্যাসখন ৰচনা কৰোতে অৰ্থাৎ ইয়াৰ কাহিনী সৃষ্টি আৰু ৰূপায়ণ কৰোতে ঔপন্যাসিকে অলৌকিকতা আৰু জন্মান্তৰবাদত বিশ্বাস স্থাপন কৰি লৈছে। উপন্যাসখনৰ প্ৰথম তিনিটা […]

Read More

হিতেশ ডেকাৰ উপন্যাস ‘ভাৰা-ঘৰ’ – এক সমালোচনাত্মক বিশ্লেষণ

হিতেশ ডেকাৰ উপন্যাস ‘ভাৰা-ঘৰ’ – এক সমালোচনাত্মক বিশ্লেষণ হিতেশ ডেকাৰ ‘ভাৰা-ঘৰ’ শিৰোনামাৰ উপন্যাসখন সফল বাস্তৱধৰ্মী সামাজিক উপন্যাস। উপন্যাসখন ৰচিত হয় ১৯৫৭ চনত। হিতেশ ডেকা তেতিয়া এজন ছাত্ৰ। এনে অপৰিপক্ক ডেকা অৱস্থাত উপন্যাসখন ৰচনা কৰে যদিও ইয়াত চৰিত্ৰাঙ্কন, জীৱন দৰ্শন আৰু ভাষা শৈলীত পৰিপক্কতাৰ ছাপ স্পষ্ট। উপন্যাসখনৰ প্ৰতিপাদ্য বিষয় (Theme) প্ৰেম যদিও এই প্ৰেমক কেন্দ্ৰ কৰি সেই সময়ৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অৱস্থাৰো চিত্ৰ ফুটি উঠিছে। উপন্যাসখনৰ কাহিনী (Plot) অতি সাধাৰণ- […]

Read More

নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ উপন্যাস, ‘মল্লিকা’- এক সমালোচনাত্মক আলোচনা 

নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ উপন্যাস, ‘মল্লিকা’- এক সমালোচনাত্মক আলোচনা  নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ ‘মল্লিকা’ শিৰোনামৰ উপন্যাসখন সামাজিক উপন্যাস। সহানুভূতি আৰু প্ৰেম হৈছে উপন্যাসখনৰ প্ৰধান আলোচ্য বিষয়। উপন্যাসিকে ‘মল্লিকা’ নামৰ দুখীয়া ছোৱালী এগৰাকীৰ প্ৰতি ধনী ঘৰৰ ‘পংকজ’  নামৰ ল’ৰা এজনে দেখুৱা সহানুভূতি আৰু পিছলৈ তাইৰ লগত হোৱা প্ৰেমৰ কাহিনী উপন্যাসখনত নাটকীয় সাৱলীল বৰ্ণনা আৰু সৱল ভাষাত উপস্থাপন কৰিছে।  উপন্যাসখনৰ প্ৰধান নাৰী চৰিত্ৰজনীৰ নাম মল্লিকা। তাই অতি দুখীয়া ঘৰৰ ছোৱালী। পৰিয়ালৰ ডাঙৰ সন্তান হোৱা বাবে পৰিয়ালৰ […]

Read More

চাৰ আৰ্থাৰ কেনান ডয়েলৰ উপন্যাস ‘বিলুপ্ত জগত’ – এক সমালোচনা

চাৰ আৰ্থাৰ কেনান ডয়েলৰ উপন্যাস ‘বিলুপ্ত জগত’ – এক সমালোচনা (চাৰ আৰ্থাৰ কেনান ডয়েলৰ উপন্যাস ‘বিলুপ্ত জগত’ – এক সমালোচনা): চাৰ আৰ্থাৰ কেনান ডায়েল (Sir Arthur Cenon Doyal) ৰ ‘বিলুপ্ত জগত’ (The Lost World) শিৰোনামাৰ গ্ৰন্থখন এখন বিশ্ব বিখ্যাত বিজ্ঞান ভিত্তিক কাল্পনিক উপন্যাস। উপন্যাসখনত লিখকে দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ দুয়োপাৰে থকা অটব্য হাবিত চলোৱা এক কাল্পনিক বিজ্ঞান ভিত্তিক অভিযান আৰু অনুসন্ধানৰ কাহিনী মনোৰম উপন্যাস শৈলীত ৰূপায়ন কৰিছে। উপন্যাসখনৰ বিষয়বস্তু আৰু […]

Read More