সৰ্বানন্দ সিংহ

সৰ্বানন্দ সিংহ (Sarbananda Sinha) আছিল এজন বিদ্ৰোহী নেতা, সংগঠক আৰু উত্তৰ-পূৱত অসমৰ বেংমৰা অঞ্চল (মটক ৰাজ্য) ৰ ৰজা। তেওঁৰ পিতৃৰ নাম আছিল মৰুৎনন্দন

Read More

লংকেশ্বৰ গোহাঁই

লংকেশ্বৰ গোহাঁই (Lankeshwar Gohain) বেংমৰা ৰাজ্যৰ প্রতিষ্ঠাপক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সুযোগ্য পৰিনাতি আছিল। ৰজা সৰ্বানন্দ সিংহৰ তিনিজন পুত্ৰ আছিল।

Read More

পৱন নেওগ

পৱন নেওগ পৱন নেওগ (Pawan Neog) আছিল এজন বহুমূখী প্ৰতিভাধাৰী ব্যক্তি। তেওঁ আছিল শিক্ষাবিদ, শৰীৰচৰ্চাবিদ, ক্ৰীড়াবিদ আৰু সমাজকৰ্মী। তেওঁৰ জন্ম হয় ১৯৩৩ চনৰ ১৮ অক্টোবৰ তাৰিখে বৰগুৰি, তিনিচুকীয়াত। পিতৃ আসাম্বৰ নেওগ আৰু মাতৃ গোলাপী নেওগ। মাতৃ ঢুকোৱাৰ পিছত মাহী মাক মুহীলা নেওগৰ দ্বাৰা লালিত-পালিত হয়। তেওঁ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা¸ ১৯৫৩ চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। খেলা-ধূলাত যথেষ্ট ৰাপ থকা নেওগে বিশেষকৈ ফুটবল আৰু ভলীবল খেলত বিদ্যালয়খনৰ এজন ভাল […]

Read More

মোহন শইকীয়া

মৰাণসকলৰ আধুনিক কালছোৱাৰ পুৰোধা ব্যক্তিসকলৰ অন্যতম আছিল মোহন শইকীয়া (Mohan Saikia)। তেওঁ আছিল অনগ্ৰসৰ মৰাণ সমাজখনৰ প্ৰথমচাম মুষ্টিমেয় শিক্ষিত লোকৰ অন্যতম।

Read More

ৰাঘৱ মৰাণ

ৰাঘৱ মৰাণ ৰাঘৱ মৰাণ (Raghav Maran) আছিল আহোম ৰাজত্বৰ শেষ ভাগত সংঘটিত হোৱা মোৱামৰীয়া গণবিপ্লৱৰ প্ৰধান নেতা । ছশ বছৰীয়া আহোম ৰাজত্বৰ শেষৰ ফালে স্বেচ্ছাচাৰী হৈ উঠা ৰাজতন্ত্ৰৰ চৰম অন্যায়-অবিচাৰ, শোষণ-নিষ্পেষণৰ কবলৰ পৰা ৰাজ্যখনৰ সকলো জাতি-উপজাতিৰ নিস্তাৰৰ হকে এইজনা বীৰৰ নেতৃত্বতে সূচনা হৈছিল এই সৰ্বাত্মক বিপ্লৱ। উল্লেখযোগ্য যে ইতিহাস প্ৰসিদ্ধ ফৰাচী বিপ্লৱৰ বিশ বছৰ পূর্বেই এই বিপ্লৱ সংঘটিত হৈছিল। সাধাৰণ কৃষক সন্তান ৰাঘৱ মৰাণে যুদ্ধবিদ্যাত অপ্ৰশিক্ষিত সাধাৰণ প্ৰজাক, বাঁহৰ লাঠি, […]

Read More

ঝপৰা জগধা

ঝপৰা জগধা (Jhapara Jagadha) দশম শতিকাৰ মৰাণ জনজাতিৰ এগৰাকী বীৰ পুুৰুষ আছিল। তেওঁৰ পিতৃৰ নাম আছিল দাৰবি। যদিও ত্ৰয়োদশ শতিকাতেই অসমলৈ চাওলুং চ্যুকাফাই

Read More

ৰাধা-ৰুকুণী

(ৰাধা-ৰুকুণী): বিশ্ব ইতিহাসৰ গণবিপ্লৱসমূহৰ ভিতৰত মধ্যযুগৰ অসমত সংঘটিত হোৱা মোৱামৰীয়া গণবিপ্লৱো অন্যতম। এই সৰ্বাত্মক গণবিপ্লৱত নাৰীশক্তিৰ সবল যোগদান এক ইতিহাসৰ এক বিস্ময়কৰ অধ্যায়।

Read More

কিৰাত শৌৰ্য বদৌচা

কিৰাত শৌৰ্য বদৌচা (Kirat Shourya Badoucha) আছিল অসমৰ আদিম অধিবাসী কিৰাত-মঙ্গোলীয় গোষ্ঠীৰ অন্তৰ্গত মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজা।

Read More

বিনেশ্বৰ ব্রহ্ম-Bineshwar Brahma

বিনেশ্বৰ ব্রহ্ম (Bineshwar Brahma) এজন তীক্ষ্ণ মেধাসম্পন্ন, বুদ্ধিমত্তা, সু-চিন্তক, সমাজসেৱক, সাহিত্যিক তথা সু-সংগঠক আছিল। শ্বহীদ বিনেশ্বৰ ব্রহ্মদেৱে ১৯৪৯ চনৰ ২৮ ফেব্রূৱাৰীত বৰ্তমান

Read More

শোভা ব্রহ্ম

শোভা ব্রহ্ম শোভা ব্রহ্ম (Shuva Brahma) ভাৰতৰ এজন প্ৰখ্যাত চিত্ৰশিল্পী, ভাস্কৰ্যবিদ, অসমৰ কলা জগতৰ পথ-প্ৰদৰ্শক আৰু এজন সাহিত্যক আছিল। এই মহান শিল্পীগৰাকী ১৯২৯ চনৰ ১৮ অক্টোবৰ তাৰিখে বৰ্তমান কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ ভূমকা নামৰ এখন পিছপৰা গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল হৰিচৰণ ব্রহ্ম আৰু মাতৃৰ নাম আছিল দেৱশ্ৰী ব্রহ্ম। ড০ ব্রহ্মই নিজ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত ধুবুৰীৰ ছাপটগ্ৰাম হাইস্কুলৰ পৰা ১৯৫০ চনত বুৰঞ্জী বিষয়ত লেটাৰসহ […]

Read More