কামিনী কুমাৰ নাৰ্জাৰী

কামিনী কুমাৰ নাৰ্জাৰী (Kamini Kumar Narjari) আছিল এজন বড়ো নৃত্য শিল্পী আৰু বড়ো সংস্কৃতিৰ সাধক। তেওঁ ১৯২৬ চনত বৰ্তমান গোসাইগাঁও মহকুমাৰ অন্তৰ্গত

Read More

যাদৱ পায়েং

যাদৱ পায়েং যাদৱ পায়েঙ (Yadab Payeng) হৈছে অসমৰ মিচিং সম্প্ৰদায়ৰৰ এজন  প্ৰকৃতিপ্ৰেমী আৰু পৰিৱেশকৰ্মী।  ১৯৫৯ চনৰ ৩০ অক্টোবৰত বৰ্তমানৰ যোৰহাট জিলাৰ ককিলামুখৰ বৰঘোপ গাঁৱত জন্ম হয়। তেওঁৰ পিতৃৰ নাম লক্ষীৰাম পায়েং আৰু মাতৃৰ নাম আফুলী পায়েং। পিতৃ-মাতৃৰ ১১-টা সন্তানৰ ভিতৰত যাদৱ পায়েং তৃতীয় সন্তান। দিচৈ কাষৰ ব্রাহ্মণ গাঁৱৰ যদুনাথ বেজবৰুৱাৰ তত্ত্বাৱধানত যাদৱ পায়েঙে  ৯০ নং বালি গাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ পাতনি মেলে। তেওঁৰ পৰাই পায়েঙে পৰিৱেশ সংৰক্ষণ আৰু জীৱ-জন্তুৰ প্ৰতি প্ৰীতিৰ […]

Read More

ঐৰাম বৰি

ঐৰাম বৰি (Oiram Bori) আছিল মিচিং কৃষ্টি-সংস্কৃতি সংৰক্ষণক। 

ঐৰাম বৰিৰ জন্ম হৈছিল ব্রিটিছ প্ৰশাসনৰ ‘নেফা’ ৰ অন্তৰ্গত অয়ান গাঁৱত ১৮৭৭ চনত।

Read More

কমলা মিৰি

কমলা মিৰি (Kamala Miri) আছিল অসমৰ মিচিং সম্প্ৰদায়ৰ এজন স্বাধীনতা বিপ্লৱী, সংগঠক আৰু সমাজ সেৱক।
খ্ৰীষ্টীয় ১৮৯৪ চনত শিৱসাগৰ জিলাৰ (বৰ্তমান গোলাঘাট জিলা) ৰঙামাটি

Read More

ভৃগুমুনি কাগ্‌য়ুঙ

ভৃগুমুনি কাগ্‌য়ুঙ (Vrigumuni Kagyung) হৈছে মিচিং সম্প্ৰদায়ৰ এজন অসমীয়া কবি, শিক্ষাবিদ আৰু গৱেষক আছিল। ১৯৩২ চনৰ অক্টোবৰ মাহত আলিমূৰ গাঁৱত খহুৱাৰ ঔৰসত আৰু য়াবৰীৰ

Read More

নোংথোম্বম বিদ্যাপতি সিংহ

নোংথোম্বম বিদ্যাপতি সিংহ (Nunthumbam Bidyapati Sinha) এজন বহুমুখী প্ৰতিভাসম্পন্ন মণিপুৰী শিক্ষাবিদ আছিল।  তেওঁ ১৯১২ চনৰ ২৪ নভেম্বৰ তাৰিখে বৰ্তমান হাইলাকান্দি জিলাৰ লালা চহৰত জন্ম গ্ৰহণ কৰিছিল।

Read More

সৰস্বতী সিংহা 

সৰস্বতী সিংহা (Saraswati Sinha) আছিল অসম  আন্দোলৰ এগৰাকী নেত্ৰী, সমাজসেবিকা আৰু মণিপুৰী ভাষা সাহিত্যৰ সেৱক
সৰস্বতী সিংহা ১৯৫৮ চনৰ ৮ চেপ্তেম্বৰত হোজাই জিলাৰ লংকা

Read More

যতীন্দ্ৰ সিংহ

যতীন্দ্ৰ সিংহ যতীন্দ্ৰ সিংহ (Jatindra Sinha) আছিল অসমৰ এজন মণিপুৰী নৃত্যশিল্পী আৰু অধ্যাপক। যতীন্দ্ৰ সিংহৰ জন্ম হয় 1943 চনত এপ্ৰিল মাহৰ 22 তাৰিখে অসমৰ কাছাৰ জিলাৰ লক্ষীমপুৰত। যতীন্দ্ৰ সিংহ, মণিপুৰী নট-সংকীৰ্তন গুৰু কে. কামিনী সিংহ আৰু শ্ৰীমতী পশোৎলৈমা দেৱীৰ পুত্ৰ। ল’ৰালিৰে  পৰা তেওঁ আছিল অতি নম্ৰ, বিনয়ী আৰু  সংগীত তথা নৃত্যপ্ৰেমী। বংশৰ ঐতিহ্যৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি শৈশৱতেই পিতৃ আৰু কে. কামিনী সিংহৰ পৰা নট্‌ সংকীৰ্তন আৰু নৃত্যৰ আদিপাঠ গ্ৰহণ কৰে। […]

Read More

নাওৰিয়া ফুলো

নাওৰিয়া ফুলো (Naoriya Phulo) এজন আধুনিক মণিপুৰী সাহিত্যিক।

নাওৰিয়া ফুলোৰ জন্ম হয় অসমৰ হাইলাকান্দি জিলাৰ ৰাজেশ্বৰপুৰ মৌজাৰ ‘লাইশ্ৰম খুন’ নামৰ গাঁৱত ১৮৮৮ চনৰ ২৮ আগষ্টত।

Read More

বীৰুবালা ৰাভা

বীৰুবালা ৰাভা (Birobala Rava) হৈছে অসমৰ ৰাভা জনগোষ্ঠীৰ এজনী সমাজ সেৱিকা আৰু মানৱ দৰদী সংগ্ৰামী নেত্ৰী। 
বীৰুবালা ৰাভা

Read More