ভোগালী

—হীৰেন ভট্টাচার্য 

তুমিটো জানাই

এই কবিৰ আৰু একো নাই ।

এটাই মাথোঁ কামিজ

তাৰো ছিগো-ছিগো চিলাই ।

প্ৰেম নিশ্চয় এনেকুৱাই

আৱৰণ খুলি হৃদয় জুৰাই । ০ ০ ০

(হীৰেন ভট্ট্যাচার্যৰ ‘ভোগালী’ কবিতাটি ৰাব্বি মছৰুৰ  সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি অনা হৈছে।)

সদৃশ ৰচনা :

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *