সংকট দিন

—হীৰেন ভট্টাচার্য 

আকালৰ চোতাল । শস্যৰ পথাৰ উদং । কিশোৰৰ হেৰাল

স্বপ্ন স্বাধীনতা । গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত ।

মূলত কি বিহ ? উছন গ’ল গাঁও । নষ্ট নগৰ ।

মৃত্যুৰ মলিন ছাঁত, অশ্লীল বণিজ । পাপ মুদ্ৰাৰ পায়োভৰ ।

হে সময়, গৰ্জি উঠা, নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা । ০ ০ ০

(হীৰেন ভট্ট্যাচার্যৰ ‘সংকট দিন’ কবিতাটি ৰাব্বি মছৰুৰ  সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি অনা হৈছে।)

সদৃশ ৰচনা :

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *