জৈৱ বৈচিত্ৰ্য আৰু সাম্প্ৰতিক সময়

   জৈৱ বৈচিত্ৰ্য আৰু সাম্প্ৰতিক সময়  বা জৈৱ বৈচিত্ৰ্য আৰু মানৱ জাতিৰ অস্তিত্ব আৰম্ভণি: ‘জৈৱ বৈচিত্ৰ্য’ বা ‘জীৱ বৈচিত্ৰ্য’ শব্দৰ ইংৰাজী প্ৰতিশব্দ হ’ল ‘বায়’ডিভাৰচিটি’ (Biodiversity)। ‘বায়’ (Bio) মানে জীৱ আৰু ডিভাৰচিটি (Diversity) মানে বৈচিত্ৰ্য বা বিচিত্ৰতা। এতেকে ‘জৈৱ বৈচিত্ৰ্য’ বুলিলে বিভিন্ন জাতি, প্ৰজাতি আৰু সম্প্ৰদায়ৰ জীৱসমূহক বুজায়। বিস্তৃত অৰ্থত জৈৱ বৈচিত্ৰ্যই কোনো বিস্তৃত অঞ্চলত থকা সকলো প্ৰকাৰৰ প্ৰাণী, উদ্ভিদ, পৰিৱেশতন্ত্ৰ, অণুজীৱ আৰু জিনীয় কণাসমূহক সামৰি লয়। জীৱ বৈচিত্ৰ’ শব্দটো পোন প্ৰথমতে […]

Read More

গোলকীয় উষ্ণতা বৃদ্ধি: কাৰণ আৰু প্ৰতিকাৰ  

সাধাৰণতে ‘গোলকীয় উষ্ণতা’ বুলিলে পৃথিৱী পৃষ্ঠৰ গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয়।  বিস্তৃতভাৱে ক’বলৈ গ’লে প্ৰাকৃতিক তথা মানুহৰ

Read More

পৰ্যটন আৰু অসম

কৌতুহল নিবাৰণৰ বাবে মানুহে এঠাইৰ পৰা আন ঠাইলৈ যায়। এনেদৰে কৌতুহল নিবাৰণৰ বাবে কোনো নতুন ঠাইলৈ যোৱা বা ভ্ৰমণ কৰাই হৈছে ‘পৰ্যটন’।

Read More

একবিংশ শতিকাত প্ৰকাশিত মই ভালপোৱা  এখন গ্ৰন্থ

একবিংশ শতিকাত প্ৰকাশিত মই ভালপোৱা  এখন গ্ৰন্থ  আৰম্ভণি: মই মাতৃভাষাৰ বৰ্ণমালা উচ্চাৰণ কৰিব পৰা সময়ৰ পৰা গ্ৰন্থৰ প্ৰেমত পৰো আৰু তেতিয়াৰ পৰাই পাঠ্যপথি পঢ়াৰ আঁৰে আঁৰে ঢৌতে খৰ মাৰি সৃষ্টিশীল সাহিত্য অধ্যয়ন কৰি আছো। এতিয়ালৈ মই বহুতো অসমীয়া, বঙালী, হিন্দী আৰু ইংৰাজী গ্ৰন্থ পঢ়ি অঁটাইছো। ইতিমধ্যে বিংশ শতাব্দীত প্ৰকাশিত প্ৰায়  দুকুৰিমান গ্ৰন্থ পঢ়াৰ মোৰ সৌভাগ্য হৈছে। মই অধ্যয়ন কৰা প্ৰায় সৰহভাগ গ্ৰন্থই মোৰ প্ৰিয় যদিও আজি মোক প্ৰিয় গ্ৰন্থ এখনৰ বিষয়ে লিখিবলৈ দিয়াত […]

Read More

জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অৰ্থনৈতিক সংকট

জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অৰ্থনৈতিক সংকট  বা জনবিস্ফুৰণ  আৰু ভাৰতৰ অৰ্থনীতি আৰম্ভণি: ‘জনবিস্ফুৰণ’ বুলিলে খাদ্যদ্ৰব্য উৎপাদনৰ তুলনাত জনসংখ্যা বৃদ্ধি হোৱাক অৱস্থাক বুজোৱা হয়। জনসংখ্যাৰ দিশত ভাৰত পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ। ২০১৮ চনৰ সমীক্ষা অনুসৰি ভাৰতৰ জনসংখ্যা প্ৰায় ১৩৫.২৬ কৌটি। বিশ্বৰ মুঠ জনসংখ্যাৰ ১৫ শতাংশ ভাৰতত বাস কৰে। ইয়াৰ মাটিকালি বিশ্বৰ মাটিকালিৰ মাত্ৰ ২.৪ শতাংশ।  ইমান বিশাল সংখ্যক জনসংখ্যাৰ বিপৰীতে ভাৰতত খাদ্য-শস্য আৰু অন্যান্য দৈনন্দিন ব্যৱহাৰ্য বস্তুৰ উৎপাদন যথেষ্ট কম। ফলত ভাৰতবৰ্ষৰ […]

Read More

সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা

সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা। ভাষাত প্ৰকাশ কৰা কোনো অৰ্থপূৰ্ণ বক্তব্যই সাহিত্য। সাহিত্য মৌখিকৰূপে ৰচিত হ’ব পাৰে

Read More

নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা 

শিক্ষা হৈছে ব্যক্তিৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধনৰ এক প্ৰক্ৰিয়া। অৰ্থাৎ শিক্ষাই মানুহৰ কৰ্মদক্ষতা, শাৰীৰিক সামৰ্থতা, সামাজিক শিষ্টাচাৰ, মানৱীয় গুণ, বিবেচনা শক্তি,

Read More

মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ

যিবোৰ  দ্ৰব্য সেৱন কৰিলে নিচা লাগে, ৰাগি হয় আৰু হিতাহিত জ্ঞান হ্রাস পায় সেইবোৰ দ্ৰব্যকে ‘মাদক দ্ৰব্য’ বা ‘ৰাগিয়াল বস্তু’ বোলে। মদ, ভাং, কানি, বিড়ি, চিগাৰেট, গোটকা, ধঁপাত, তমাক আদি  ৰাগিয়াল বস্তুৰ

Read More