অসমীয়া নাট্য উদ্যোগ কুইজ । Assamese Theatre Quiz

অসমীয়া নাট্য উদ্যোগ কুইজ    প্রঃ অসমীয়া নাটকৰ পিতৃস্বৰূপ কোন ?  উঃ শ্ৰীমন্ত শংকৰদেৱ। প্রঃ শ্ৰীমন্ত  শংকৰদৱে ৰচনা কৰা নাটকসমূহক কি বুলি কোৱা হয় ? উঃ অংকীয়া নাট। প্রঃ অংকীয়া নাটকৰ মুখ্য চৰিত্ৰ কি ? উঃ সূত্ৰধাৰ। প্রঃ অসমৰ থিয়েটাৰৰ মূল ভেটি কি ? উঃ পুৰণি কালত অসমত প্ৰচলিত ‘ওজাপালি’ আৰু ‘পুতুলা নাচ’ অসমৰ থিয়েটাৰৰ মূল Îভটি। প্রঃ লম্বোদৰ বৰাই অসমীয়ালৈ অনুবাদ কৰা সংস্কৃত নাটক কোনখন ? উঃ কালিদাসৰ ‘শকুন্তলা’। প্রঃ কামৰূপ নাট্য […]

Read More

অসমীয়া সাহিত্য কুইজ । Assamese Literature Quiz

অসমীয়া ভাষা  সাহিত্য কুইজ    প্রঃ  অসমীয়া ভাষাৰ মূল ভাষা কি ?  উঃ সংস্কৃত। প্রঃ কেতিয়া অসমীয়া ভাষাৰ উদ্ভৱ হয় ? উঃ নৱম আৰু দশম শতিকাত। প্রঃ অসমীয়া ভাষা এক আৰ্যমূলীয় ভাষা হয়নে ? উঃ হয়। প্রঃ অসমীয়া ভাষাটো ভাৰতীয় কোন ভাষা গোষ্ঠীৰ অন্তর্গত ? উঃ আৰ্য ভাষা গোষ্ঠীৰ  অন্তৰ্গত। প্রঃ পশ্চিম অসমত অসমীয়া ভাষাটো কি সুকীয়া নামেৰে পৰিচিত ? উঃ কামৰূপী ভাষা। প্রঃ অসমীয়া ভাষা-সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় ? উঃ শ্ৰীমন্ত […]

Read More

অসমীয়া চলচিত্ৰ কুইজ।Assamese Cinema Quiz

অসমীয়া চলচিত্ৰ কুইজ   প্রঃ অসমীয়া ছবিজগতৰ পিতৃস্বৰূপ কোন ? উঃ জ্যোতি প্ৰসাদ আগৰৱালা। প্রঃ প্রথম অসমীয়া চলচিত্ৰ স্টুডিঅ’ ৰ নাম কি ? উঃ তেজপুৰত ১৯৩৪ চনত প্রতিষ্ঠিত  ‘চিত্ৰবন’। প্রঃ অসমৰ প্রথম বোলছবি কোনখন ? উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ (১৯৩৫ চন)। প্রঃ প্রথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী  কোন ? উঃ প্ৰফুল্ল চন্দ্ৰ বৰুৱা। প্রঃ প্রথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচিত্ৰ কোনখন ? উঃ ড০ বেজবৰুৱা। প্রঃ ‘জয়মতী’ চলচিত্ৰত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল ? উঃ আইদেউ সন্দিকৈ। […]

Read More

অসমৰ হস্ত-শিল্প কুইজ।Assam Handicraft Quiz

অসমৰ হস্ত শিল্প কুইজ  প্রঃ ‘হস্তশিল্প’  বুলিলে কি বুজা ? উঃ ঘৰুৱা পৰিৱেশত সাধাৰণ সঁজুলিৰ সহায়ত হাতেৰে সা-সামগ্ৰী তৈয়াৰ কৰা  শিল্পক ‘হস্তশিল্প’ বোলে। প্রঃ বাঁহেৰে নিৰ্মিত ৰাজ্যখনৰ গৌৰৱময় প্রতীকটো কি ? উঃ জাপি। প্রঃ বিবাহিতা মহিলাই অসমত কিহৰ খাৰু পিন্ধে ? উঃ শঙ্খৰ খাৰু। প্রঃ অসমীয়া সমাজত তামোল পাণেৰে আদৰণি জনাবৰ বাবে ব্যবহৃত হোৱা পাত্ৰটোক কি বুলি কোৱা হয় ? উঃ শৰাই। প্রঃ ধাৰাৰ অসমীয়া স্থানীয় নাম কি ? উঃ কঠ। প্রঃ গুৱাহাটীৰ আমবাৰীস্থ […]

Read More

অসমৰ চাহ উদ্যোগ কুইজ। Assam Tea Industry Quiz

  অসমৰ চাহ উদ্যোগ কুইজ    প্রঃ অসমত কেতিয়া চাহৰ আৱিষ্কাৰ হয় ? উঃ ১৮২৩ চনত। প্রঃ চাহৰ বৈজ্ঞানিক নাম কি ? উঃ কেমেলিয়া চিনেনচিছ। প্রঃ  চাৰ আলেকজেণ্ডাৰ ব্রুচ চাহাবে কোন জনজাতিৰ লোকসকলৰ পৰা অসমত চাহৰ অৱস্থিতি  জানিব পাৰিছিল ? উঃ চিংফৌসকলৰ পৰা। প্রঃ  অসমীয়া চাহৰ পিতৃস্বৰূপ কোন ? উঃ চাৰ আলেকজেণ্ডাৰ ব্রুচ । প্রঃ ‘ফিনাপ’ কি ? উঃ চিংফৌসকলে চাহ পাতৰ পৰা তৈয়াৰ কৰা এবিধ পানীয়ক ‘ফিনাপ’ বুলি কোৱা হয় ? প্রঃ  অসমত […]

Read More

অসম সংস্কৃতি কুইজ। Assam Culture Quiz

গুৱাহাটী মহানগৰত থকা পাঁচোটা মন্দিৰ যথা- কামাখ্যা, উমানন্দ, নৱগ্ৰহ, উগ্ৰতৰা আৰু অশ্বক্লান্ত মন্দিৰক একেলগে ‘পঞ্চতীর্থ’ বুলি কোৱা হয়।

Read More

অসমৰ বন্যপ্রাণী আৰু ৰাষ্ট্রীয় উদ্যান তথ্য।Assam Wild Life Data

অসমৰ বন্যপ্রাণী আৰু ৰাষ্ট্রীয় উদ্যান তথ্য    প্রঃ অসমৰ বৃহত্বম ৰাষ্ট্ৰীয়  উদ্যান কোনখন ? উঃ মানাহ ৰাষ্ট্ৰীয় উদ্যান। প্রঃ অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে ? উঃ ৫ খন। প্রঃ অসমৰ ৰাজ্যিক ফুল কি ? উঃ কপৌ ফুল। প্রঃ অসমৰ ৰাজ্যিক বৃক্ষ  কি ? উঃ হোলোং গছ। প্রঃ অসমৰ ৰাজ্যিক পশু কি ? উঃ এশিঙ্গীয়া গড়। প্রঃ অসমৰ ৰাজ্যিক পক্ষী কি ? উঃ দেওঁ হাঁহ। প্রঃ অসমত পোৱা বন মানুহবিধক কি বুলি কোৱা হয় […]

Read More

অসমৰ যোগাযোগ তথ্য।Assam Communication Data

অসমৰ যোগাযোগ ব্যৱস্থাৰ  বিভিন্ন তথ্য   প্রঃ অসমত আধুনিক যোগাযোগ ব্যবস্থাৰ সূচনা কেতিয়াৰ পৰা হয় ? উঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ সময়ৰ পৰা। প্রঃ অসমত কেতিয়া ঘাইপথ (ৰাষ্ট্ৰীয়  পথ) স্থাপন কৰা হৈছিল ? উঃ ১৮৬৬ চনত। প্রঃ অসমৰ প্রধান ৰাষ্ট্ৰীয়  ঘাইপথ কোনটো ? উঃ ৩১ নং ৰাষ্ট্ৰীয় পথ। প্রঃ উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক’ত ? উঃ গুৱাহাটীৰ মালিগাওঁত। প্রঃ গুৱাহাটী আৰু শ্বিলংৰ মাজৰ […]

Read More

অসম ক্রীড়া তথ্য।Assam Sports Data

অসম ক্ৰীড়া তথ্য প্রঃ  ‘খেল-ধেমালী’ বুলিলে কি বুজা ? উঃ শাৰীৰিক আৰু মানসিক ব্যায়াম আৰু আনন্দ উপভোগৰ বাবে কিছুমান নীতি-নিয়ম মানি চলি  সাধাৰণ সঁজুলিৰ সহায়ত  অংগ সঞ্চালন  কৰা কাৰ্যক ‘খেল-ধেমালী’ বোলে । প্রঃ  ‘অসম হকী এছ’চিয়েচন’ কিমান চনত সংগঠিত হৈছিল ? উঃ ১৯৫৫ চনত। প্রঃ    বৰদলৈ ট্ৰফী প্রতিযোগিতাৰ প্রথম সংস্কৰণত কেইটা দলে অংশ গ্ৰহণ কৰিছিল ? উঃ ১৬ টা। প্রঃ   অসমৰ ক’ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্রতিযোগিতা অনুষ্ঠিত  হয় ? উঃ […]

Read More

অসম বুৰঞ্জী তথ্য। Assam History Data

অসম বুৰঞ্জী তথ্য   প্রঃ ‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি ? উঃ  নজনা কথাৰ ভঁৰাল। প্রঃ কুৰুক্ষেত্র  যুদ্ধত অংশ গ্ৰহণ কৰা প্রাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ? উঃ  ভগদত্ত । প্রঃ  কামৰূপ ৰাজ্যত বৰ্মণ বংশৰ প্রতিষ্ঠাতা  কোন ? উঃ  পুষ্য বৰ্মণ। প্রঃ  বৰ্মণ বংশৰ শ্রেষ্ঠ ৰজাজন কোন আছিল ? উঃ  ভাস্কৰ বৰ্মণ। প্রঃ  যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল ? উঃ  ৪ ভাগত। প্রঃ  কিমান চনত ভাস্কৰ বৰ্মণ প্রাগজ্যোতিষ […]

Read More