মোৰ প্রিয় খেল। ফুটবল ৰচনা 

মোৰ প্রিয় খেল। ফুটবল ৰচনা  মানুহে বিনোদন আৰু শৰীৰ চৰ্চাৰ উদ্দেশ্যে যিেবাৰ কাৰ্য কৰিবলৈ লয় সেইেবাৰক খেল-ধেমালি বুলি ক’ব পাৰি। খেল-ধেমালি কাৰ্যটো মানুহৰ সহজাত প্রবৃত্তি । ডেকাৰ পৰা  বুঢ়ালৈকে সকলোৱে খেল-ধেমালি কৰি ভাল পায়। পৃথিৱীৰ প্ৰায় সকলোেবাৰ জাতি, উপজাতি, দেশ বা অঞ্চলতে খেল-ধেমালিৰ প্ৰচলন আছে। খেল-ধেমালি বিভিন্ন ধৰণৰ আছে। কিছুমান খেল ঘৰৰ ভিতৰত খেলিব পাৰি আৰু কিছুমান খেল আমি ঘৰৰ বাহিৰত মুকলি পথাৰত খেলিব লগা হয়। কিছুমান খেলত দুজন আৰু কিছুমান […]

Read More

কলম ৰচনা।কলম

কলম ৰচনা। Pen Essay in Assamese   কলম এবিধ লেখন যতন বা সঁজুলি। কলম কেতিয়া ক’ত আৱিষ্কাৰ কৰা হৈছিল কোনেও সঠিককৈ ক’ব নোৱাৰে যদিও প্ৰাচীন গ্ৰীচত কলমৰ ব্যৱহাৰ আৰম্ভ হৈছিল বুলি প্ৰমাণ পোৱা যায়।  কলম বিভিন্ন ধৰণৰ আছে, যেনে: ফাউন্টেইন পেন, বলেপন,  পেঞ্চিল, কাঠ পেঞ্চিল, পাখি কলম, খাগৰি কলম, বটালি কলম ইত্যাদি। এইবোৰৰ  ভিতৰত বটালি কলম অতি প্ৰাচীন বুলি ভবাৰ থল আছে। লিখন কলা আৰম্ভ হোৱাৰ আদিতে মানুহে বটালিৰ দৰে জোঙা ধাতুৰ […]

Read More

কুলি চৰাই ৰচনা

আমি দেখা চৰাইবোৰৰ  ভিতৰত এক প্ৰকাৰৰ চৰাই হৈছে কুলি চৰাই।  ই চৰাইৰ কুকুলিফৰমিছ বৰ্গৰ অন্তৰ্গত। এই চৰাইবিধ বিশেষকৈ এচিয়া মহাদেশত দেখা যায়।

Read More

অসমৰ ফল-মূল ৰচনা।ফল-মূল

অসমৰ ফল-মূল  ভাৰতৰ পূর্ব দিশৰ সূর্য উঠা দেশ অসমখন হাবি-বননি গছ-গছনি, ফল-মূল আদিত ভাৰতৰ অন্যান্য ৰাজ্যবোৰতকৈ  ঈৰ্ষাজনকভাৱে চহকী। অসমত বিভিন্ন ধৰণৰ ফল-মূল প্ৰচুৰ পৰিমাণে উৎপাদন হয়। বিশেষকৈ আম, জাম, কঁঠাল, লিচু, বগৰী, লেটুকা, নাৰিকল, তামোল, ডালিম,  আমলখি, ঔটেঙা , কমলা আদি অসমৰ পৰ্বত আৰু ভৈয়ামত যথেষ্ট পৰিমাণে পোৱা যায়।  অসমৰ প্ৰায় সকলো অঞ্চলতে আম উৎপাদন হয় যদিও অসমৰ গোৱালপাৰা, বৰেপটা, ধুবুৰী, নলবাৰী, নগাওঁ, বাক্সা, ওদালগুড়ি আদি জিলাত প্ৰচুৰ পৰিমাণে আম উৎপন্ন হয়। কিন্তু […]

Read More

অসমৰ প্রাকৃতিক  সৌন্দৰ্য ৰচনা । প্রাকৃতিক  সৌন্দৰ্য ৰচনা 

অসমৰ প্রাকৃতিক  সৌন্দৰ্য ৰচনা  আৰম্ভণি: উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত ভাৰতৰ অংগৰাজ্য অসমখন ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত ঈৰ্ষাজনকভাৱে চহকী। ইয়াৰ পৰ্বত, পাহাৰ, ভৈয়াম, নদ-নদী, গিৰি গুহা, নামনি, উজনি, সকলোতে প্ৰকৃতিদেৱীয়ে সৌন্দৰ্যৰ অভিনৱ ৰূপ ঢালি ন-কইনাৰ সাজেৰে ভূষিত কৰি ৰাখিছে।  পাহাৰ-পৰ্বতৰ সৌন্দৰ্য: অসমৰ উত্তৰে সৌন্দৰ্যৰ ৰূপ-মাধুৰী পৰিহিতা হিমগিৰি হিমালয় পৰ্বতশ্ৰেণী। ইয়াত  সৰু-বৰ সকলো পাহাৰত সৌন্দৰ্য সিচঁৰতি হৈ আছে। ৰাতিপুৱাৰ কোমল ৰ’দ পাহাৰ- পৰ্বতৰ ওপৰত পৰি এক স্বৰ্গীয় সৌন্দৰ্যৰ সৃষ্টি কৰে। শীতকালত বৰফে ঢকা পাহাৰ-পৰ্বত যেন বগা চাদেৰে […]

Read More

মোৰ প্রিয় গ্রন্থ ৰচনা। গীতাঞ্জলি

মোৰ প্রিয় গ্রন্থ  মই অসমীয়া ভাষাৰ বৰ্ণমালা শিকাৰে পৰা গ্ৰন্থৰ প্ৰেমত পৰো  আৰু পাঠ্যপুথি  পঢ়াৰ  আঁৰে আঁৰে ঢৌতে খৰ মাৰি বহুতো লিখক যেনে: সত্যনাথ বৰা, ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, নলিনীবালা দেৱী, ৰঘুনাথ চৌধাৰী,  নজৰুল ইছলাম, ৰবীন্দ্ৰনাথ ঠাকুৰ আদিৰ বহুকেইখন গ্ৰন্থ পঢ়ি অটাইছো। এইসকল লিখকৰ সৰহৰভাগ গ্রন্থই মোৰ প্ৰিয় যদিও আজি মোক মোৰ প্ৰিয় গ্ৰন্থৰ বিষয়ে  লিখিবলৈ দিয়াত মই এনে এখন গ্ৰন্থ বাছি ললোঁ যিখন গ্ৰন্থৰ জৰিয়তে ভাৰতৰ সাহিত্য প্ৰতিভা সমগ্ৰ বিশ্বদৰবাৰত প্রতিষ্ঠিত হয়  আৰু […]

Read More

মোৰ প্রিয়  বিজ্ঞানী ৰচনা। চাৰ্লচ ডাৰউইন

মোৰ প্রিয়  বিজ্ঞানী ৰচনা। চাৰ্লচ ডাৰউইন আৰম্ভণি: মই ল’ৰালি কালৰে পৰা ককা আৰু আইতাৰ মুখত বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদিৰ কাহিনী শুনি কিতাপ পঢ়াৰ  বাবে  আগ্ৰহী হওঁ। সেয়ে মাতৃভাষাৰ বৰ্ণমালা শিকাৰে পৰাই বিভিন্ন কিতাপ-পত্ৰ পঢ়িবলৈ লওঁ। তাৰোপৰি  মোৰ ল’ৰালি কালৰ সৰহভাগ দিন মোৰ মোমায়েকৰ ঘৰত কটাইছিলো। মোৰ মোমায়েকৰ ঘৰত কিতাপ পঢ়াৰ এক ভাল পৰিবেশ আছিল । সেয়ে মই প্ৰতি মাহতে দুই-তিনিটাকৈ নতুন কিতাপ পঢ়াৰ সুযোগ পাইছিলো। মোৰ ডাঙৰ  মোমায়েকে মোৰ কিতাপ পঢ়াৰ আগ্ৰহ দেখি মাজে মাজে […]

Read More

মই যদি বিদ্যালয়ৰ Žঅধ্যক্ষ হলোহেঁতেন।

মই যদি  বিদ্যালয়ৰ অধ্যক্ষ Ž হ’লোহেঁতেন   বিদ্যালয় এখনৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আদি সকলোকে নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেদি  পৰিচালনাৰ দায়িত্বত যিজন শিক্ষক নিয়োজিত থাকে তেওঁক প্ৰধান শিক্ষক বা অধ্যক্ষ বুলি কোৱা হয়। চমুকৈ বিদ্যালয়ৰ প্রধানজনেই  প্রধান শিক্ষক বা অধ্যক্ষ । প্ৰতিখন বিদ্যালয়ত থকা দৰে আমাৰ বিদ্যালয়ৰো এজন অধ্যক্ষ আছে। তেখেত এজন আদৰ্শ অধ্যক্ষ যদিও মই ব্যক্তিগতভাৱে তেখেতৰ কিছুমান পৰিচালন নীতিৰ সৈতে একমত নহয়। সেয়ে মই যদি আমাৰ বিদ্যালয়ৰ অথবা কোনো বিদ্যালয়ৰ […]

Read More

আলি-আই-লৃগাং ৰচনা।আলি-আই-লৃগাং

আলি-আই-লৃগাং ভাৰতৰ নুমলী জীয়ৰী অসমখন হৈছে এখন জনজাতি প্ৰধান ৰাজ্য। দূৰ অতীতৰে পৰা অসমৰ পাহাৰে-ভৈয়ামে নানাৰঙী জনগোষ্ঠীসমূহে বসবাস কৰি আহিছে। সকলো জনগোষ্ঠীৰে  সুকীয়া সংস্কৃতি, আচাৰ-আচৰণ, উৎসৱ-পাৰ্বন আদি আছে। অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ ভিতৰত এক উল্লেখনীয় জনগোষ্ঠী হৈছে মিচিংসকল।  মিছিংসকলক বিশেষকৈ উজনি অসমৰ ফালে বেছিকৈ দেখা যায়। এওঁলোক মূলতঃ কৃষিজীৱী আৰু সিহঁতৰ উৎসৱ-পাৰ্বণ আদিও কৃষিৰ সৈতেই জড়িত। সিহঁতৰ এক প্ৰধান উৎসৱ হৈছে ‘আলি-আই-লৃগাং’। বিহু উৎসৱৰ দৰে ইও এক কৃষিভিত্তিক  উৎসৱ। আলি-আই-লৃগাং কেতিয়া, কেনেকৈ […]

Read More

চাইকেল

চাইকেল চাইকেল হৈছে এবিধ ভৰিৰে চলোৱা দুচকীয়া বাহন। পৃথিবীৰ লাখ লাখ মানুহে চাইকেল ব্যৱহাৰ কৰে।  মানুহে চাইকেলৰ দ্বাৰা ভৰিৰে খোজকাঢ়ি  যোৱাতকৈ বেছি সোনকালে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিব পাৰে । ইয়াৰ উপৰিও, অন্যান্য বাহনৰ তুলনাত চাইকেলেৰে ভ্ৰমণ কৰাটো কম খৰচী আৰু স্বাস্থ্যকৰ। কমপটে ডি চিভাৰাক নামেৰে ফ্ৰান্সৰ এজন মানুহে প্ৰথমতে দুচকাৰ কাঠৰ বাহন তৈয়াৰ কৰিছিল। ইয়াৰ কোনো পেডেল নাছিল। মানুহে ইয়াৰ ওপৰত  ঘোঁৰাত উঠাৰ দৰে  উঠি বেগেৰে যাব পাৰিছিল। কিন্তু সকলোৰে […]

Read More